Class 11 History MCQ Chapter 11 আধুনিকীকৰণৰ পথত

Class 11 History MCQ Chapter 11 আধুনিকীকৰণৰ পথত Solutions, HS 1st year Elective History Objective Type Question Answer, Class 11 Elective History MCQ Chapter 11 আধুনিকীকৰণৰ পথত Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Important Notes and select needs one.

Class 11 History MCQ Chapter 11 আধুনিকীকৰণৰ পথত

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Elective History Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Elective History MCQ Chapter 11 আধুনিকীকৰণৰ পথত Notes for All Subject, You can practice these here.

Chapter – 11

ELECTIVE HISTORY

MULTIPLE CHOICE QUESTION ANSWER      

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। মোগা শব্দৰ অৰ্থ হ’ল-

(ক) পুৰুষ।

(খ) ছোৱালী।

(গ) মহিলা।

(ঘ) শিশু।

উত্তৰঃ (গ) মহিলা।

২। কোন চনত ৰুচ জাপান যুদ্ধ সংঘটিত হৈছিল?

(ক) ১৯০৫ খ্ৰী:ত।

(খ) ১৯০২ খ্ৰী:ত।

(গ) ১৮২৯ খ্ৰী:ত।

(ঘ) ১৯৯১ খ্ৰী:ত।

উত্তৰঃ (ক) ১৯০৫ খ্ৰী:ত।

৩। প্ৰাচীন চীনৰ শ্ৰেষ্ঠতম ঐতিহাসিকজন কোন আছিল-

(ক) ছিয়া কিয়ান।

(খ) কলম্বাচ।

(গ) জৰ্জ।

(ঘ) নানকিং।

উত্তৰঃ (ক) ছিয়া কিয়ান।

৪। কোনসকল লোক চীনৰ প্ৰধান নৃ-গোষ্ঠীৰ ভিতৰুৱা?

(ক) মোগলসকল।

(খ) হানসকল।

(গ) তুৰ্কীসকলে।

(ঘ) তিৰোতাসকল।

উত্তৰঃ (খ) হানসকল।

৫। জাপানত প্ৰথম মহিলা শ্ৰমিক সকলে হৰতাল পালন কৰিছিল-

(ক) ১৮৭৭ চনত।

(খ) ১৬০০ চনত।

(গ) ১৯৯১ চনত।

(ঘ) ১৮৬৬ চনত।

উত্তৰঃ (ঘ) ১৮৬৬ চনত।

৬। জাপান ভ্ৰমণ কৰা প্ৰথম আমেৰিকান বিষয়াজন আছিল-

(ক) ১৮৪২ চনত।

(খ) ১৮৫৩ চনত।

(গ) ১৭৪৯ চনত।

(ঘ) ১৯০৫ চনত।

উত্তৰঃ (খ) ১৮৫৩ চনত।

৭। প্ৰথম আফিং বা আপিয়াম যুদ্ধ সংঘটিত হৈছিল-

(ক) ১৮৩৯-৪২ চনত।

(খ) ১৯৮৫-৫৯ চনত।

(গ) ১৯৯২ চনত।

(ঘ) ১৮৯০-৬৭ চনত।

উত্তৰঃ (ক) ১৮৩৯-৪২ চনত।

৮। নানকিং সন্ধি সংঘটিত হৈছিল-

(ক) ১৮৪২ চনত।

(খ) ১৪২৯ চনত।

(গ) ১৯৪৫ চনত।

(ঘ) ১৯০৫ চনত।

উত্তৰঃ (ক) ১৮৪২ চনত।

৯। জাপানত আধুনিক বেংক প্ৰতিষ্ঠা কৰা হৈছিল-

(ক) ১৯০৬ চনত।

(খ) ১৮৭২ চনত।

(গ) ১৯৯০ চনত।

(ঘ) ১৮২৭ চনত।

উত্তৰঃ (খ) ১৮৭২ চনত।

১০। চীনা গণৰাজ্য প্ৰতিষ্ঠা হৈছিল-

(ক) ১৯৬৭ চনত।

(খ) ১৯৪৯ চনত।

(গ) ১৮২৬ চনত।

(ঘ) ১৮৮২ চনত।

উত্তৰঃ (খ) ১৯৪৯ চনত।

১১। টকিঅ’ অলিম্পিক খেল অনুষ্ঠিত হৈছিল-

(ক) ১৯০৮ চনত।

(খ) ১৯৬৪ চনত।

(গ) ১৯২৮ চনত।

(ঘ) ১৯৮৯ চনত।

উত্তৰঃ (খ) ১৯৬৪ চনত।

১২। চীনৰ মাঞ্চু ৰাজবংশৰ পতন ঘটিছিল-

(ক) ১৯১১ চনত।

(খ) ১৮৩৯ চনত।

(গ) ১৮৬৬ চনত।

(ঘ) ১৯৬০ চনত।

উত্তৰঃ (ক) ১৯১১ চনত।

১৩। বিশ্ব যুদ্ধোত্তৰ কালত জাপানত প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল-

(ক) ১৯৪৬ চনত।

(খ) ১৯০৪ চনত।

(গ) ১৮৫৬ চনত।

(ঘ) ১৮৫৬ চনত।

উত্তৰঃ (ক) ১৯৪৬ চনত।

১৪। পিকিং বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল-

(ক) ১৯০৬ চনত।

(খ) ১৯০২ চনত।

(গ) ১৯০৩ চনত।

(ঘ) ১৯৪৫ চনত।

উত্তৰঃ (খ) ১৯০২ চনত।

১৫। চিয়াং কাই চেকৰ মৃত্যু হৈছিল-

(ক) ১৯৭৫ চনত।

(খ) ১৯৮৫ চনত।

(গ) ১৯৪৮ চনত।

(ঘ) ১৮৪৭ চনত।

উত্তৰঃ (ক) ১৯৭৫ চনত।

১৬। ‘আধুনিকতাবাদৰ প্ৰতিবন্ধক অতিক্ৰম’- শীৰ্ষক আলোচনা চক্ৰ কোন চনত হৈছিল?

(ক) ১৯৯৫ চনত।

(খ) ১৮৬৬ চনত।

(গ) ১৯৪৩ চনত।

(ঘ) ১৮৩৯ চনত।

উত্তৰঃ (গ) ১৯৪৩ চনত।

১৭। প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল-

(ক) ১৮৬৭-২৬ চনত।

(খ) ১৯১৪-১৮ চনত।

(গ) ১৯০৪-০৫ চনত।

(ঘ) ১৯৬৭-৪২ চনত।

উত্তৰঃ (খ) ১৯১৪-১৮ চনত।

১৮। চীন গণৰাজ্য প্ৰতিষ্ঠা হৈছিল-

(ক) ১৯৬৭ চনত।

(খ) ১৯৬২ চনত।

(গ) ১৯৪৯ চনত।

(ঘ) ১৯৪৫ চনত।

উত্তৰঃ (গ) ১৯৪৯ চনত।

১৯। চীন-ভাৰত যুদ্ধ সংঘটিত হয়-

(ক) ১৯৩১ চনত।

(খ) ১৯৭৮ চনত।

(গ) ১৯৬২ চনত।

(ঘ) ১৯৫৬ চনত।

উত্তৰঃ (গ) ১৯৬২ চনত।

২০। জাপানৰ চীন দখল কৰা হৈছিল-

(ক) ১৬৩৩ চনত।

(খ) ১৯৩১ চনত।

(গ) ১৯৩২ চনত।

(ঘ) ১৮৩৩ চনত।

উত্তৰঃ (খ) ১৯৩১ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top