Class 11 History MCQ Chapter 10 মূল বাসিন্দাৰ স্থানান্তৰকৰণ

Class 11 History MCQ Chapter 10 মূল বাসিন্দাৰ স্থানান্তৰকৰণ Solutions, HS 1st year Elective History Objective Type Question Answer, Class 11 Elective History MCQ Chapter 10 মূল বাসিন্দাৰ স্থানান্তৰকৰণ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Important Notes and select needs one.

Class 11 History MCQ Chapter 10 মূল বাসিন্দাৰ স্থানান্তৰকৰণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Elective History Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Elective History MCQ Chapter 10 মূল বাসিন্দাৰ স্থানান্তৰকৰণ Notes for All Subject, You can practice these here.

Chapter – 10

ELECTIVE HISTORY

MULTIPLE CHOICE QUESTION ANSWER

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। সংযুক্ত অষ্ট্ৰেলিয়া গঠন হৈছিল-

(ক) ১৯৮১ চনত।

(খ) ১৯০১ চনত।

(গ) ১৯০৫ চনত।

(ঘ) ১৮৬৭ চনত।

উত্তৰঃ (খ) ১৯০১ চনত।

২। কোন চনত সাত বছৰীয়া যুদ্ধৰ অন্ত পৰিছিল?

(ক) ১৭৬৩ চনত।

(খ) ১৭৫৩ চনত।

(গ) ১৬৫৩ চনত।

(ঘ) ১৮১৮ চনত।

উত্তৰঃ (ক) ১৭৬৩ চনত।

৩। কলম্বাচে কেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিছিল?

(ক) ১৪৫৩ চনত।

(খ) ১৪২৩ চনত।

(গ) ১৭৭০ চনত।

(ঘ) ১৪৯২ চনত।

উত্তৰঃ (ঘ) ১৪৯২ চনত।

৪। বৃটিছসকলে অষ্ট্ৰেলিয়াত প্ৰৱেশ কৰিছিল-

(ক) ১৪৯২ চনত।

(খ) ১৮৬১ চনত।

(গ) ১৭৭০ চনত।

(ঘ) ১৮৬৭ চনত।

উত্তৰঃ (গ) ১৭৭০ চনত।

৫। ১৮৩২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখ্য ন্যায়াধীশ আছিল-

(ক) জন মাৰ্চাল।

(খ) জৰ্জ।

(গ) কেপ্তেইন।

(ঘ) আৰ্ল অৱ হপটন।

উত্তৰঃ (ক) জন মাৰ্চাল।

৬। ইউৰোপীয় ব্যৱসায়ীসকলে উত্তৰ আমেৰিকাত খোপনি পুতিছিল-

(ক) ১২ শতিকাত।

(খ) ১৭ শতিকাত।

(গ) ১৯ শতিকাত।

(ঘ) ১৮ শতিকাত।

উত্তৰঃ (খ) ১৭ শতিকাত।

৭। কেতিয়া আমেৰিকাৰ পৰা দাস প্ৰথাৰ অৱসান ঘটিছিল?

(ক) ১৮৬১-৬৫ খ্ৰী:ৰ।

(খ) ১৯৫৬-৭৮ খ্ৰী:ৰ।

(গ) ১৫৬৭-৩৪ খ্ৰী:ৰ।

(ঘ) ১২৩৪-১৪৩৫ খ্ৰী:ৰ।

উত্তৰঃ (ক) ১৮৬১-৬৫ খ্ৰী:ৰ।

৮। অষ্ট্ৰেলিয়াৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল আছিল-

(ক) গেলিলিঅ।

(খ) প্লেটো।

(গ) আৰ্ল অৱ হপটন।

(ঘ) কলম্বাচ।

উত্তৰঃ (গ) আৰ্ল অৱ হপটন।

৯। কলম্বাচৰ আমেৰিকা আৱিষ্কাৰ হৈছিল-

(ক) ১৪৩৬ চনত।

(খ) ১৭৭৩ চনত।

(গ) ১৯৪৮ চনত।

(ঘ) ১৪৯২ চনত।

উত্তৰঃ (ঘ) ১৪৯২ চনত।

১০। কানাডাৰ সাংবিধানিক আইন প্ৰণয়ন হৈছিল-

(ক) ১৭৭৫ চনত।

(খ) ১৯১১ চনত।

(গ) ১৯৯২ চনত।

(ঘ) ১৭৯১ চনত।

উত্তৰঃ (ঘ) ১৭৯১ চনত।

১১। নতুন পৃথিৱীক আমেৰিকা নামেৰে নামাকৰণ হৈছিল-

(ক) ১৫০৭ চনত।

(খ) ১৭০১ চনত।

(গ) ১৯৭৪ চনত।

(ঘ) ১৪৯২ চনত।

উত্তৰঃ (ক) ১৫০৭ চনত।

১২। ইংৰাজসকলে প্লামাউথ আৱিষ্কাৰ হৈছিল-

(ক) ১৭৮৯ চনত।

(খ) ১৬২০ চনত।

(গ) ১৯৬৭ চনত।

(ঘ) ১৯৪৮ চনত।

উত্তৰঃ (খ) ১৬২০ চনত।

১৩। আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে জৰ্জৱাছিংটনৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল-

(ক) ১৯৯২ চনত।

(খ) ১৯৭৮ চনত।

(গ) ১৭৮৯ চনত।

(ঘ) ১৯১১ চনত।

উত্তৰঃ (গ) ১৭৮৯ চনত।

১৪। আমেৰিকাৰ সংবিধানখন বলবৎ কৰা হৈছিল-

(ক) ১২২৬ চনত।

(খ) ১৫৩৭ চনত।

(গ) ১৭৮৯ চনত।

(ঘ) ১৮৯০ চনত।

উত্তৰঃ (গ) ১৭৮৯ চনত।

১৫। আমেৰিকাৰ স্বাধীনতা ঘোষণা কৰা হৈছিল-

(ক) ১৮৬৭ চনত।

(খ) ১৮৬১ চনত।

(গ) ১৭৭৬ চনত।

(ঘ) ১৭৭০ চনত।

উত্তৰঃ (গ) ১৭৭৬ চনত।

১৬। আমেৰিকাৰ সংবিধান গ্ৰহণ কৰা হৈছিল-

(ক) ১২৮৯ চনত।

(খ) ১৯৭৮ চনত।

(গ) ১৯১১ চনত।

(ঘ) ১২২৪ চনত।

উত্তৰঃ (ক) ১২৮৯ চনত।

১৭। বৃটেইনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিয়ে-

(ক) ১৭৮৬ চনত।

(খ) ১৭৮১ চনত।

(গ) ১২৩৯ চনত।

(ঘ) ১৭৯১ চনত।

উত্তৰঃ (খ) ১৭৮১ চনত।

১৮। আমেৰিকাৰ গৃহযুদ্ধ আৰম্ভ হৈছিল-

(ক) ১৭৬৮-৫৬ চনত।

(খ) ১৮৬৭-৪৫ চনত।

(গ) ১৮৩৭-৬৭ চনত।

(ঘ) ১৮৬১-৬৫ চনত।

উত্তৰঃ (ঘ) ১৮৬১-৬৫ চনত।

 ১৯। আদিবাসী লোকৰ স্বত্বৰ স্বীকৃতি নিদিয়াৰ কথা ঘোষণা কৰিছিল-

(ক) ১৮৬৭ চনত।

(খ) ১৯৬০ চনত।

(গ) ১৯৬৯ চনত।

(ঘ) ১৮৬৭ চনত।

উত্তৰঃ (গ) ১৯৬৯ চনত।

২০। অষ্ট্ৰেলিয়াৰ উপনিবেশক স্বায়ত্ব অধিকাৰ প্ৰদান কৰিছিল-

(ক) ১৮৭৮ চনত।

(খ) ১৮৫০ চনত।

(গ) ১৭৯০ চনত।

(ঘ) ১৯৭৪ চনত।

উত্তৰঃ (খ) ১৮৫০ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top