Class 10 Social Science MCQ Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

Class 10 Social Science MCQ Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Question Answer can be of great value to excel in the examination.

Class 10 Social Science MCQ Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

Join Telegram channel

SEBA Class 10 Social Science MCQ Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 2 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

Chapter – 2

ইতিহাস

Multiple Choice Questions & Answers

১। সত্যাগ্ৰহৰ ভিত্তি হ’ল—

(ক) অহিংসা।

(খ) স্বৰাজ।

(গ) সত্য।

(ঘ) গ্রাম্য।

উত্তৰঃ (ক) অহিংসা।

২। কোনটো শব্দ গান্ধীজীয়ে দক্ষিণ আফ্রিকাত প্রথমে ব্যৱহাৰ কৰিছিল—

(ক) স্বৰাজ।

(খ) সত্যাগ্রহ।

(গ) অহিংসা।

(ঘ) সত্য।

উত্তৰঃ (খ) সত্যাগ্রহ।

৩। ১৯১৭ চনত ইতিহাসত কোনটো বিপ্লৱ সংঘটিত হৈছিল—

(ক) ফৰাচী বিপ্লৱ।

(খ) আগষ্ট বিপ্লৱ।

(গ) ৰুচ বিপ্লৱ।

(ঘ) সেউজ বিপ্লৱ।

উত্তৰঃ (ঘ) ৰুচ বিপ্লৱ।

৪। সীমান্ত গান্ধী হিচাপে জনা যায় –

(ক) খান আব্দুল গফুৰ খাঁ।

(খ) খান ৰহমত খান।

(গ) মহম্মদ আলি জিন্না।

(ঘ) তয়বুৰ জিন্নাতুল।

উত্তৰঃ (ক) খান আব্দুল খফুৰ খাঁ।

৫। গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান কোনটো আন্দোলনৰ সময়ত দিছিল –

(ক) সত্যাগ্রহ।

(খ) ভাৰত ত্যাগ।

(গ) অসহযোগ।

(ঘ) আইন অমান্য।

উত্তৰঃ (খ) ভাৰত ত্যাগ।

৬। সবৰ্মতী আশ্ৰম অৱস্থিত—

(ক) বিহাৰত।

(খ) গুজৰাটত।

(গ) ৰাজস্থানত।

(ঘ) নেপালত।

উত্তৰঃ (গ) গুজৰাটত।

৭। মহাত্মা গান্ধীয়ে ব্যৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল—

(ক) ১৮৮৯ চনত।

(খ) ১৮৮১ চনত।

(গ) ১৮৯১ চনত।

(ঘ) ১৭৮১ চনত।

উত্তৰঃ (গ) ১৮৯১ চনত।

৮। জালিৱানৱালাবাগ অৱস্থিত—

(ক) বিহাৰত।

(খ) অসমত।

(গ) পশ্চিমবংগত।

(ঘ) পঞ্জাৱত।

উত্তৰঃ (ঘ) পঞ্জাৱত।

৯। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্রী আছিল—

(ক) ক্লিমেন্ট এটলী।

(খ) উইনষ্টন চার্চিল।

(গ) প্ৰধানমন্ত্রী ডিজৰেলী।

(ঘ) ৰামজে মেক ডোনাল্ড।

উত্তৰঃ (গ) প্রধানমন্ত্ৰী ডিজৰেলী।

১০। গান্ধীৰ দাণ্ডিযাত্ৰা আৰম্ভ হৈছিল—

(ক) ১৯৩০ চনৰ ১২ মাৰ্চত।

(খ) ১৯৩০ চনৰ ১৭ মাৰ্চত।

(গ) ১৯৩১ চনৰ ২ মাৰ্চত।

(ঘ) ১৯৩১ চনৰ ১২ মাৰ্চত।

উত্তৰঃ (ক) ১৯৩০ চনৰ ১২ মাৰ্চত।

১১। গান্ধীজীয়ে কল্পনা কৰা গ্ৰাম্য স্বৰাজৰ মধ্যমান আছিল—

(ক) চৰকাৰ।

(খ) পৌৰসভা।

(গ) পঞ্চায়ত।

(ঘ) পৌৰনিগম।

উত্তৰঃ (গ) পঞ্চায়ত।

১২। অহিংসা নীতি প্ৰৱৰ্তন কৰা লোকজন—

(ক) মহাত্মা গান্ধী।

(খ) মতিলাল নেহৰু।

(গ) জৱাহৰলাল নেহৰু।

(ঘ) বিনোৱা ভাবে।

উত্তৰঃ (ক) মহাত্মা গান্ধী।

১৩। দক্ষিণ আফ্ৰিকাৰ স্বৈৰতান্ত্রিক শাসকগোষ্ঠীৰ বিৰুদ্ধে পোনতে মহাত্মা গান্ধীয়ে অহিংসা নীতি প্ৰয়োগ কৰা সময়ছোৱা আছিল—

(ক) ১৯৪২-৪৭

(খ) ১৮৮৫-৯৫

(গ) ১৮২৬-৬২

(ঘ) ১৮৯৩-১৯১৪

উত্তৰঃ (ঘ) ১৮৯৩-১৯১৪।

১৪। দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল –

(ক) ১৯১৩ চনত।

(খ) ১৯২৩ চনত।

(গ) ১৯৩১ চনত।

(ঘ) ১৯৩২ চনত।

উত্তৰঃ (গ) ১৯৩১ চনত।

১৫। মুছলিম লীগে ‘মুক্তি দিৱস’ হিচাপে পালন কৰে—

(ক) ১৯৩৯ চনৰ ২২ ডিচেম্বৰত।

(খ) ১৯৩৮ চনৰ ২ ডিচেম্বৰত।

(ঘ) ১৯৩৮ চনৰ ১২ ডিচেম্বৰত।

(গ) ১৯৩৮ চনৰ ২২ ডিচেম্বৰত।

উত্তৰঃ (ক) ১৯৩৯ চনৰ ২২ ডিচেম্বৰত।

১৬। “মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম” উক্ত কথাফাঁকি কাৰ—

(ক) সীমান্ত গান্ধী।

(খ) সুভাষ চন্দ্র বসু।

(গ) মহাত্মা গান্ধী।

(ঘ) লাল বাহাদুৰ শাস্ত্ৰী।

উত্তৰঃ (খ) সুভাষ চন্দ্র বসু।

১৭। “দিল্লী চলো” আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্রহীজন কোন—

(ক) আচার্য বিনোৱা ভাবে।

(খ) সুভাষ চন্দ্র বসু।

(ঘ) মতিলাল নেহৰু।

(গ) মহাত্মা গান্ধী।

উত্তৰঃ (ক) আচার্য বিনোৱা ভাবে।

১৮। ১৯১৯ চনৰ ১৩ এপ্ৰিলত জালিৱানৱালাৰাগৰ হত্যাকাণ্ডত থিতাতে নিহত হৈছিল—

(ক) ৫২১ জন।

(খ) ৪০০ জন।

(গ) ৪৫০ জন।

(ঘ) ৩৭৯ জন।

উত্তৰঃ (ঘ) ৩৭৯ জন।

১৯। ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা বৃটিছ প্ৰধান মন্ত্ৰী আছিল—

(ক) ক্লিমেন্ট এট্‌লি।

(খ) থেৰেচা মেই।

(গ) উইণ্টন চার্চিল।

(ঘ) ৰামজে মেকডোনাল্ড।

উত্তৰঃ (ঘ) ৰামজে মেকডোনাল্ড।

২০। ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল?

(ক) ফেব্ৰুৱাৰী, ১৯৪৭

(খ) জুন, ১৯৪৭

(গ) জুলাই, ১৯৪৭

(ঘ) মার্চ, ১৯৪৭

উত্তৰঃ (গ) জুলাই, ১৯৪৭

২১। আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল—

(ক) জার্মানীত।

(খ) ছিঙ্গাপুৰত।

(গ) জাপানত।

(ঘ) ভাৰতবৰ্ষত।

উত্তৰঃ (গ) জাপানত।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ভাৰতৰ স্বাধীনতা সংগ্ৰামত কোন গৰাকী ব্যক্তিৰ উত্থান এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে?

উত্তৰঃ মহাত্মা গান্ধীৰ।

প্রশ্ন ২। চম্পাৰণ সত্যাগ্রহ কোন চনত হৈছিল?

উত্তৰঃ ১৯১৭ চনত।

প্রশ্ন ৩। কোন চনত ৰাওলাট আইন গৃহীত হৈছিল?

উত্তৰঃ ১৯১৯ চনত।

প্রশ্ন ৪। কোন চনত জালিৱানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল?

উত্তৰঃ ১৯১৯ চনত।

প্রশ্ন ৫। ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান কি আছিল?

উত্তৰঃ ‘জয় হিন্দ’।

প্রশ্ন ৬। সুভাষ চন্দ্ৰ বসুৱে মহিলাসকলক লৈ গঠন কৰা বাবে সেনা বাহিনীটোৰ নাম কি?

উত্তৰঃ ‘জান্সি ৰাণী ৰেজিমেণ্ট’।

প্রশ্ন ৭। কোন চনত ভাৰতবৰ্ষত খিলাফৎ আন্দোলন আৰম্ভ হৈছিল?

উত্তৰঃ ১৯১৯ চনত।

প্রশ্ন ৮। খিলাফৎ আন্দোলনৰ দুগৰাকী নেতাৰ নাম লিখা।

উত্তৰঃ মৌলানা মহম্মদ আলি আৰু চৌকত আলি।

প্রশ্ন ৯। কোন চনত ব্ৰিটিছ সংসদে ছাইমন কমিছনক ভাৰতলৈ পঠিয়াইছিল?

উত্তৰঃ ১৯২৭ চনত।

প্রশ্ন ১০। কোন দুটা ৰাজনৈতিক দলে ভাৰত ত্যাগ অন্দোলন প্ৰস্তাৱ নাকচ কৰে?

উত্তৰঃ কমিউনিষ্ট দল, মুছলিম লীগ।

প্রশ্ন ১১। বাল গংগাধৰ তিলকৰ মৃত্যুৰ দিনটোত মহাত্মা গান্ধীয়ে কোনটো আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰঃ অসহযোগ আন্দোলন।

প্রশ্ন ১২। কোনে ‘ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ’ গঢ়ি তুলিছিল?

উত্তৰঃ ৰাস বিহাৰী বসুৱে৷

প্রশ্ন ১৩। স্বতন্ত্র লীগৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ ১৯৪১ চনৰ মাৰ্চ মাহত টকিঅ’ত।

প্রশ্ন ১৪। স্বাধীন ভাৰতৰ প্ৰথমজন গৱৰ্ণৰ জেনেৰেল কোন?

উত্তৰঃ লর্ড মাউণ্টবেটেন।

প্রশ্ন ১৫। পাকিস্তানৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰঃ মহম্মদ আলি জিন্না।

প্রশ্ন ১৬। পাকিস্তানৰ স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে।

প্রশ্ন ১৭। “গান্ধী আউইন চুক্তি” ৰ মুখা উদ্দেশ্য কি আছিল।

উত্তৰঃ কংগ্ৰেছক ঘূৰণীয়া মেজমেলৰ অংশীদাৰ কৰা।

প্রশ্ন ১৮। পঞ্জাৱৰ জালিৱানৱালাবাগত গুলীচালনাৰ হুকুম দিয়া ব্ৰিটিছ বিষয়া জনৰ নাম কি আৰু এই গুলীচালনাত কিমান জন লোকৰ থিতাতে মৃত্যু হৈছিল?

উত্তৰঃ ব্ৰিটিছ বিষয়াজনৰ নাম হ’ল জেনেৰেল ৰেজিনেল্ড দায়াৰ।

এই গুলীচালনাত থিতাতে ৩৭৯ জন লোকৰ মৃত্যু হৈছিল।

প্রশ্ন ১৯। জালিৱানৱালাবাগৰ হত্যাকাণ্ডটো কেতিয়া সংঘটিত হৈছিল আৰু এই হত্যাকাণ্ডটোত কিমানজন লোক চিৰদিনলৈ পংগু হৈছিল?

উত্তৰঃ ১৯১৯ চনৰ ১৩ এপ্রিল তাৰিখে এই হত্যাকাণ্ডটো সংঘটিত হৈছিল আৰু তাত প্ৰায়ে ১৫,০০ জন লোক চিৰদিনলৈ পংগু হৈ পৰিছিল।

প্রশ্ন ২০। অমৃতসৰৰ জালিৱানৱালাবাগত কিমানজন লোক সমবেত হৈছিল?

উত্তৰঃ প্রায় ২০,০০০ জন লোক।

প্রশ্ন ২১। মিত্র শক্তিৰ অন্যতম সদস্য ৰাষ্ট্ৰখনৰ নাম কি?

উত্তৰঃ ইংলেণ্ড।

প্রশ্ন ২২। কোন তাৰিখে বাল গংগাধৰ তিলকৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৯২০ চনৰ ১ আগষ্টত।

প্রশ্ন ২৩। কিমান তাৰিখে উত্তৰপ্ৰদেশৰ চৌৰীচৌৰাৰ কৃষকসকলে এটা পুলিচ চকী জ্বলাই পুৰি পেলাইছিল?

উত্তৰঃ ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে।

প্রশ্ন ২৪। কিমান চনত গান্ধীয়ে বৰদলীৰ পৰা অসহযোগ আন্দোলনে চৌৰীচৌৰাত হিংসাৰ পথ লোৱাত আন্দোলন স্থগিত কৰিছিল?

উত্তৰঃ ১৯২২ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে।

প্রশ্ন ২৫। ১৯২৯ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত কংগ্ৰেছৰ লাহোৰ অধিবেশনত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ জৱাহৰলাল নেহৰুৱে।

প্রশ্ন ২৬। আইন অমান্য আন্দোলন অনুষ্ঠানিকভাৱে কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৩০ চনৰ মাৰ্চ মাহৰ পৰা।

প্রশ্ন ২৭। কিমান চনত দেশৰ বাবে পূর্ণ স্বাধীনতাৰ বাবে প্ৰস্তাৱ লোৱা কংগ্ৰেছৰ অধিৱেশনখন হৈছিল?

উত্তৰঃ ১৯২৯ চনৰ ডিচেম্বৰ মাহত লাহোৰত।

প্রশ্ন ২৮। কোনে কিমান চনত সৰমতী আশ্রম পাতিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে ১৯১৫ চনত গুজৰাটত সবমতী আশ্ৰম পাতিছিল৷

প্রশ্ন ২৯। দেশত আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ অপৰাধত ব্ৰিটিছ ভাৰত চৰকাৰে জৱহাৰলাল নেহৰু আৰু মহাত্মা গান্ধীক কেতিয়া গ্ৰেপ্তাৰ কৰিছিল?

উত্তৰঃ কংগ্ৰেছ সভাপতি জৱাহৰলাল নেহৰুক ১৯৩০ চনৰ ১৪ এপ্ৰিল আৰু মহাত্মা গান্ধীক ১৯৩০ চনৰ ৫ মে’ তাৰিখে আন্দোলন আৰম্ভ কৰাৰ অপৰাধত চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল৷

প্রশ্ন ৩০। কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ প্ৰথম ঘূৰণীয়া মেজমেল বহিছিল? এই মেজমেলত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ ১৯৩০ চনৰ ১২ নৱেম্বৰৰ পৰা ১৯৩১ চনৰ ১৯ জানুৱাৰীলৈ লণ্ডনত প্ৰথম ঘূৰণীয়া মেজমেল বহিছিল।

এই মেজমেলত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামজে মেকডোনাল্ডে সভাপতিত্বত কৰিছিল।

প্রশ্ন ৩১। কিমান তাৰিখে গান্ধী-আউইন চুক্তিখন স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৯৩১ চনৰ ৫ মাৰ্চ তাৰিখে।

প্রশ্ন ৩২। কাৰ সভাপতিত্বত বহা কোনখন কংগ্ৰেছ সভাই গান্ধী আৰউন চুক্তিৰ প্রতি অনুমোদন জনাইছিল?

উত্তৰঃ চৰ্দাৰ বল্লভভাই পেটেলৰ সভাপতিত্বত কৰাছীত অনুষ্ঠিত কংগ্ৰেছে (২৯ মার্চ, ১৯৩১ চনত)।

প্রশ্ন ৩৩। কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ দ্বিতীয় ঘূৰণীয়া মেজমেল বহিছিল? এই মেজমেলত কংগ্ৰেছৰ একমাত্র প্রতিনিধি কোন আছিল?

উত্তৰঃ ১৯৩১ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ দ্বিতীয় ঘূৰণীয়া মেজমেল বহিছিল।

এই মেজমেলত কংগ্ৰেছৰ একমাত্র প্রতিনিধি আছিল মহাত্মা গান্ধী।

প্রশ্ন ৩৪। গান্ধীজীয়ে হৰিজন সেৱাৰ নামত কোন তাৰিখৰ পৰা কিমান তাৰিখলৈকে কিমান দিন অনশন কাৰ্য আৰম্ভ কৰে?

উত্তৰঃ ১৯৩৩ চনৰ মে’ মাহৰ ৮ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে হৰিজন সেৱাৰ নামত ২১ দিনীয়া অনশন কৰিছিল।

প্রশ্ন ৩৫। কেতিয়াৰ পৰা আইন অমান্য আন্দোলনৰ অন্ত পৰে?

উত্তৰঃ ১৯৩৪ চনৰ ২০ মে’ৰ পৰা আইন অমান্য আন্দোলনৰ অন্ত পৰে।

প্রশ্ন ৩৬। কিমান তাৰিখে আইন অমান্য আন্দোলন স্থগিত কৰা হয়?

উত্তৰঃ ১৯৩৪ চনৰ ৭ এপ্রিল তাৰিখে।

প্রশ্ন ৩৭। কিমান তাৰিখে জার্মানীয়ে পোলেণ্ড আক্রমণ কৰে?

উত্তৰঃ ১৯৩৯ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে।

প্রশ্ন ৩৮। কিমান তাৰিখে জার্মানীয়ে ছোভিয়েট ৰাছিয়া আক্ৰমণ কৰে?

উত্তৰঃ ১৯৪১ চনৰ ২২ জুন তাৰিখে।

প্রশ্ন ৩৯। কাক নঙঠা ফকীৰ হিচাপে জনা যায়?

উত্তৰঃ মহাত্মা গান্ধীক।

প্রশ্ন ৪০। ১৯৪২ চনৰ মাৰ্চ মাহত ব্ৰিটিছ প্ৰধানমন্ত্রী ছাৰ্চিলে ব্রিটিছ সংযুক্ত মন্ত্রীসভাৰ কোনজন সদস্যক ভাৰতবৰ্ষলৈ পঠিয়ায়?

উত্তৰঃ ছাৰ ষ্টাফৰ্ড ক্রিপছক।

প্রশ্ন ৪১। ছাৰ ষ্টাফৰ্ড ক্ৰিপছ ইংলেণ্ডৰ কোন দলৰ সদস্য আছিল?

উত্তৰঃ বনুৱা দলৰ।

প্রশ্ন ৪২। কিমান চনত ছাৰ ষ্টাফৰ্ড ক্ৰিপছ ভাৰতবৰ্ষত উপনীত হৈছিল?

উত্তৰঃ ১৯৪২ চনৰ ২৩ মার্চ তাৰিখে।

প্রশ্ন ৪৩। ভাৰত ত্যাগ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ ১৯৪২ চনৰ ৮/৯ আগষ্টত।

প্রশ্ন ৪৪। কিমান চনত ভাৰত ত্যাগ আন্দোলনৰ অন্ত পৰে?

উত্তৰঃ ১৯৪৪ চনত।

প্রশ্ন ৪৫। আজাদ হিন্দ ফৌজৰ জন্মদাতা কেপ্তেইন সোহান সিং পূর্বতে কি আছিল?

উত্তৰঃ ব্ৰিটিছ-ভাৰত সেনাবাহিনীৰ এজন কেপ্টেইন আছিল।

প্রশ্ন ৪৬। কিমান চনত জাপানে ব্ৰিটিছ শাসনাধীন মালয় আক্রমণ কৰিছিল?

উত্তৰঃ ১৯৪১ চনৰ ডিচেম্বৰ মাহত।

প্রশ্ন ৪৭। কোনে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ’ গঢ়ি তুলিছিল?

উত্তৰঃ ১৯৪২ চনৰ মাৰ্চ মাহৰ শেষত টকিওত ভাৰতীয় বিপ্লৱী ৰাজবিহাৰী বসুৱে।

প্রশ্ন ৪৮। “ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ” সংগঠনটোৰ উদ্দেশ্য কি আছিল?

উত্তৰঃ ভাৰতবৰ্ষক স্বাধীন কৰা।

প্রশ্ন ৪৯। কোনে সুভাষ চন্দ্ৰ বসুক নেতাজী বুলি সম্বোধন কৰিছিল?

উত্তৰঃ আজাদ হিন্দ ফৌজৰ সৈনিক সকলে।

প্রশ্ন ৫০। কিমান চনৰ পৰা সুভাষচন্দ্ৰ বসু নিখোজ হয়?

উত্তৰঃ ১৯৪৫ চনৰ পৰা।

প্রশ্ন ৫১। ব্ৰিটিছ প্রধানমন্ত্ৰী চি. আৰ. এটলীয়েকাৰ নেতৃত্বত ভাৰতবৰ্ষলৈ মন্ত্ৰীদূত পঠিয়ায়?

উত্তৰঃ ভাৰত পৰিক্ৰমাৰ মন্ত্ৰী পেথিক লৰেঞ্চৰ নেতৃত্বত।

প্রশ্ন ৫২। কিমান চনত আৰু ক’ত নৌ-বিদ্রোহ সংঘটিত হৈছিল?

উত্তৰঃ ১৯৪৬ চনৰ ১৮ ফেব্ৰুৱাৰীত, বোম্বেত।

প্রশ্ন ৫৩। কলিকতাত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত অসমৰ কোনজন কবিৰ মৃত্যু হৈছিল?

উত্তৰঃ অমূল্য বৰুৱা।

প্রশ্ন ৫৪। মন্ত্রীদূতে প্রস্তুত কৰা আঁচনি অনুযায়ী ভাৰতৰ সংবিধান সভাৰ সদস্য সংখ্যা কিমান হোৱাৰ পোষকতা কৰিছিল?

উত্তৰঃ ১৪ জনীয়া।

প্রশ্ন ৫৫। কোন দিনা মুছলিম লীগে পাকিস্তানৰ দাবীত সমগ্ৰ দেশতে প্রত্যক্ষ দাবী দিৱস পালনৰ আহ্বান দিয়ে?

উত্তৰঃ ১৬ আগষ্টৰ দিনটো।

প্রশ্ন ৫৬। মুছলিম লীগে আহ্বান দিয়া প্রত্যক্ষ দাৰী দিৱসৰ দিনা কলিকতা চহৰত কিমান জন মানুহৰ মৃত্যু মুখত পৰিছিল?

উত্তৰঃ প্রায় ৫,০০০ জন মানুহ মৃত্যু মুখত পৰিছিল আৰু লগতে ১৫,০০০ লোক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল।

প্রশ্ন ৫৭। কিমান তাৰিখে আৰু কাৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায়?

উত্তৰঃ লর্ড ওৱাভেলে ১৯৪৬ চনৰ ৬ আগষ্ট তাৰিখে কংগ্ৰেছ সভাপতি জৱাহৰলাল নেহৰুক এখন অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায়।

প্রশ্ন ৫৮। পাকিস্তানৰ স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ ১৯৫৭ চনৰ ১৪ আগষ্ট তাৰিখে।

প্রশ্ন ৫৯। বাংলাদেশ পাকিস্তানৰ পৰা কেতিয়া স্বাধীন হয়?

উত্তৰঃ ১৯৭১ চনৰ মাৰ্চ মাহত।

প্রশ্ন ৬০। অহিংসা নীতি উদ্ভাৱনৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে কাৰ কাৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল?

উত্তৰঃ অহিংসা নীতি উদ্ভাৱনৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে ৰালফ্ অডো ইমাৰ্চন থৰো আৰু টলষ্টয়ৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। 

প্রশ্ন ৬১। অহিংস নীতি উদ্ভাৱনৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে কাৰ কাৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল?

উত্তৰঃ অহিংস নীতি উদ্ভাৱনৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে বালফ্ অডো ইমাৰ্চন, থৰো আৰু টলষ্টয়ৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল।

প্রশ্ন ৬২। অহিংসা নীতি কাক বোলে?

উত্তৰঃ হিংসাৰ বিৰুদ্ধে প্রতিশোধমূলক মনোভাৱৰ সৃষ্টি নকৰি শান্তিপূর্ণভাৱে কোনো সমস্যা সমাধান কৰা প্ৰচেষ্টাকে অহিংসা নীতি বুলি কোৱা হয়।

প্রশ্ন ৬৩। কি কি কাৰণত অসহযোগ আন্দোলনৰ সূচনা হৈছিল লিখা।

উত্তৰঃ অসহযোগ আন্দোলনৰ সূচনা হোৱা কাৰকবোৰ হৈছে— (ক) ৰাওলাট আইন (খ) জালিৱানৱালাবাগৰ নৰহত্যা, (গ) তুৰষ্কৰ সমস্যা।

প্রশ্ন ৬৪। মাহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন কোন আছিল?

উত্তৰঃ গোপাল কৃষ্ণ গোখলে আৰু সুৰেন্দ্ৰ নাথ বেনাৰ্জী।

প্রশ্ন ৬৫। সত্যাগ্রহ শব্দটো কাৰ সৃষ্টি?

উত্তৰঃ গান্ধীজীৰ। সত্যাগ্রহ শব্দটো তেওঁ পোনপ্ৰথমে দক্ষিণ আফ্রিকাত ব্যৱহাৰ কৰিছিল। এই শব্দটোত সত্য আৰু আগ্ৰহ শব্দ দুটা সংযুক্ত হৈ আছে। যাৰ অৰ্থ “সত্যৰ প্ৰতি আগ্ৰহ”।

প্রশ্ন ৬৬। গান্ধী আৰউইন চুক্তি কেতিয়া হৈছিল? ইয়াৰ মূল উদ্দেশ্য কি আছিল?

উত্তৰঃ গান্ধী আৰউইন চুক্তি ১৯৩২ চনত ২৫ জানুৱাৰীত হৈছিল৷ ইয়াৰ মূল উদ্দেশ্য কংগ্ৰেছ দলক ঘূৰণীয়া মেজমেলত অংশীদাৰ কৰোৱা।

প্রশ্ন ৬৭। ক’ত কেতিয়া কাৰ সভাপতিত্বত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৩২ চনত লণ্ডনত। ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামজে মেক ডোনাল্ডৰ সভাপতিত্বত।

প্রশ্ন ৬৮। কি কি কাৰণত অসহযোগ আন্দোলনৰ সূচনা হৈছিল?

উত্তৰঃ (ক) ৰাওলাট আইন, (খ) জালিয়ানৱালাবাগৰ নৰহত্যা, (গ) তুৰস্কৰ সমস্যা।

প্রশ্ন ৬৯। দুগৰাকী খিলাফৎ আন্দোলনৰ নেতাৰ নাম উল্লেখ কৰা।

উত্তৰঃ মৌলানা মহম্মদ আলি আৰু চৌকত আলী।

প্রশ্ন ৭০। গ্ৰাম্য স্বৰাজৰ অৰ্থ কি? ইয়াক কোনে উদ্ভাৱন কৰিছিল?

উত্তৰঃ গ্ৰাম্য স্বৰাজৰ অৰ্থ হ’ল পূৰ্ণ স্বাধীনতা। ইয়াক মহাত্মা গান্ধীয়ে উদ্ভাৱন কৰিছিল।

প্রশ্ন ৭১। মহাত্মা গান্ধীৰ জন্ম আৰু মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ জন্ম ১৮৬৯ চনৰ ২ অক্টোবৰত আৰু মৃত্যু ১৯৪৮ চনৰ ৩০ জানুৱাৰীত।

প্রশ্ন ৭২। গান্ধী আৰউইন চুক্তিৰ চৰ্ত দুটা কি কি?

উত্তৰঃ (ক) মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলন স্থগিত ৰাখিব।

(খ) ব্ৰিটিছ চৰকাৰে ৰাজনৈতিক বন্দী সকলক মুক্তি কৰি দিব।

প্রশ্ন ৭৩। মুছলমান সকলৰ বাবে কোনে কেতিয়া সুকীয়া গৃহভূমিৰ দাবীটো উত্থাপন কৰিছিল?

উত্তৰঃ ১৯৪০ চনৰ মাৰ্চ মাহত মুছলিম লীগৰ লাহোৰ অধিৱেশনত মহম্মদ জীন্নাই উত্থাপন কৰিছিল। 

প্রশ্ন ৭৪। চাৰ ষ্টাফৰ্ড ক্ৰীপচৰ প্ৰস্তাৱৰ প্ৰতিক্ৰিয়া দুটা উল্লেখ কৰা।

উত্তৰঃ (ক) ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত।

(খ) মহাত্মা গান্ধী আৰু তেওঁৰ নেতাসকলক মুকলি কৰি দিয়া।

প্রশ্ন ৭৫। কোন দুটা আন্দোলন অহিংসাৰ ভেটিত প্ৰতিষ্ঠা কৰি গান্ধীজীয়ে স্বাধীনতা আন্দোলনত নতুন যুগৰ সূচনা কৰিছিল?

উত্তৰঃ (ক) অসহযোগ আন্দোলন আৰু (খ) আইন অমান্য আন্দোলন।

প্রশ্ন ৭৬। স্বৰাজ দল গঠন কৰা কেইজনমান নেতাৰ নাম উল্লেখ কৰা।

উত্তৰঃ চিত্তৰঞ্জন দাস, মতিলাল নেহৰু, আজমল খাঁ।

প্রশ্ন ৭৭। কোন দুটা কাৰণত কংগ্ৰেছ আৰু মুছলিম লীগে ক্ৰীপছ মিছনৰ প্ৰস্তাৱ প্রত্যাখ্যান কৰিছিল।

উত্তৰঃ (ক) ভাৰতক অতি সোনকালে স্বাধীনতা দিয়াৰ কোনো কথা উল্লেখ নথকা।

(খ) স্বাধীন মুছলিম প্রধান সাম্ৰাজ্যৰ ব্যৱস্থা নথকা।

প্রশ্ন ৭৮। ১৯৩০ আৰু ১৯৩২ চনৰ ভিতৰত লণ্ডনত ঘূৰণীয়া মেজমেলৰ কেইখন অধিৱেশন বহিছিল?

উত্তৰঃ অধিৱেশন তিনিখন বহিছিল।

প্ৰথম আৰু দ্বিতীয় মেজমেলত কোনো প্রতিনিধিয়ে যোগ দিয়া নাছিল।

প্রশ্ন ৭৯। আজাদ হিন্দ ফৌজৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি আছিল?

উত্তৰঃ আজাদ হিন্দ ফৌজৰ মূল লক্ষ্য আৰু উদ্দেশ্য আছিল জাপানী সকলৰ সহযোগত ব্ৰিটিছক খেদি ভাৰতবৰ্ষক স্বাধীন কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top