Chandra Kumar Kabita Samagra | Assamese PDF free book download

Chandra Kumar Kabita Samagra – The Chandra Kumar Kabita Samagra assamese pdf book is free download. You can download many more PDF books at www.devlibrary.in

Chandra Kumar Kabita Samagra

Chandra Kumar Kabita Samagra

Join Telegram channel

Table of Contents

চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮) এজন অসমীয়া কবি আৰু লেখক। অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা লেখকসকলৰ ভিতৰত তেখেত আছিল অন্যতম। জোনাকী কাকতত প্ৰথম সংখ্যাত প্ৰকাশ পোৱা ‘বনকুঁৱৰী’য়েই আছিল প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। আগৰৱালাক “প্ৰতিমাৰ খনিকৰ” বুলিও অভিহিত কৰা হয়। তেখেত জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল। ‘জোনাকী’ আলোচনীৰ জৰিয়তে আধুনিক অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে আগৰৱালাৰ লগত লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক একেলগে ‘জোনাকী যুগৰ ত্ৰিমূৰ্তি’ বুলি কোৱা হয়। বনকুঁৱৰী, তেজীমলা, মাধুৰী, বীণবৰাগী, মহাত্মা আদি তেওঁৰ অনুপম কবিতা সমূহৰ অন্যতম।

Kabita aru chandra kumar kabita

About of Books

kabir ai byektito aru protivar prokakhor madhyamoi hol shabda. I.A. Richards kabar dore -Words cannot and should not hand over sensations of bodily, abong shobdar tatukoi dangor dayetta ache. karon, Word are the meeting  points at which regions of experiance which can never combine in sensation or intuition, come together.

Contents

প্ৰতিমা, জীৱনৰ উচ্ছ্বাস, জীৱনৰ দলি, সন্ধিয়া, বিমুখ, যুগমীয়া শোক, শান্তি, সপোন, সৌন্দৰ্য, প্ৰকৃতি, আশা, অকলশৰীয়া, চিৰ লগৰীয়া, জীৱনৰ লগৰীয়া, সত্য তুমি শিৱ তুমি অসীম সুন্দৰ, সুখ, সুধা মুখ, নহয় সপোন, সংশয় ৰহস্য, বিশ্ব ভাৱৰীয়া, অতৃপ্তি,  আওহেলা, প্ৰাণৰ দৰাটি, জোনাকী, কূট, ইচ্ছা, মই, কিশোৰী, মাধুৰী, অনন্তৰ সোঁত, “ফুলৰ চাকিৰ” ৰচোতাৰ প্ৰতি, সীতা সৰমা, ফুলা সৰিয়হ ডৰা, কৰ্ম্মদেৱ,  মানৱ বন্দনা, হৃদয় সৰগ, বনকুঁৱৰী, সৰা পাহি, নিয়ৰ, মায়া, আশীৰ্বাদ, জলকুঁৱৰী, তেজীমলা, সুখ গীত, সুন্দৰ, জোনাকী, বীণ-বৰাগী, আনন্দ তীৰ্থ, প্ৰপঞ্চ, সেৱা লহৰী, পশুবল, কেও নোহে পৰ, আৰু কিয়?, নতুন বছৰ, যাত্ৰা, আত্মদান, লটিঘটি, নঙঠা ফকিৰ, কোন দেশৰ প্ৰাণী তুমি, চাকৰি স্তোত্ৰ, মৌনী শিশুপাল, নাচিকেতাৰ উপাখ্যান, যুৱৰাজ, বীণ-বৰাগী, অকিঞ্চন, জোনাকী, সাধনা, কিয় ভাই নিবিলাবা হিয়া?, সংসাৰ, মৌমাখি, অজেয়

You Can Download click Here

The Assamese Chandra Kumarar Kabita Samagra pdf Book is free to download from the category of Assamese novel, If you want to This Book Then Click the Download button and wait a few seconds. All kinds of NCERT books/Solutions, Regional Novels, and Other College/University books are available on this website. Browse and read/download your favorite Books.

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top