Bedonar Ulka Assamese pdf Book free Downloads

Bedonar Ulka Assamese pdf Book: The Assamese free ebook Bedonar Ulka Assamese pdf Book assamese pdf Book is a story Assamese Novel books, you can Reads this ebooks and free Downloads here…

Bedonar Ulka Assamese pdf Book

বেদনাৰ উল্কা

You Can Download Here:

Disclaimer:- Dev Library Books does not its own books and neither created. We just providing the link for the Rural Background and poor student. This E-Books and Pdf already available on internet.

Bedonar Ulka Assamese

Join Telegram channel

বেদনাৰ উল্কা PDF Book free download  from the category of Assamese novel, If you want to This Book Then Click Download button and wait few seconds. All kinds of NCERT books/Solution,Regional Novel and Other College/University books are available in this website. Browse and read/download your favourite Books.

অম্বিকাগিৰি ৰায়চৌধুৰী (ইংৰাজী: Ambikagiri Raichoudhury; ১৮৮৫-১৯৬৭) কুৰি শতিকাৰ অসমৰ এজন কবি, গীতিকাৰ, গায়ক, গদ্য-লেখক, সংবাদ-সেৱী, আলোচনী সম্পাদক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী। ওৰে জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা আৰু জাগৰণৰ চেতনা সঞ্চাৰিত কৰিবলৈ চেষ্টা কৰা বাবে তেওঁক অসম কেশৰী উপাধিৰে সম্বোধিত কৰা হয়। ১৯৫০ চনৰ ১১ আৰু ১২ মাৰ্চত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ একবিংশতম অধিৱেশনত ৰায়চৌধুৰীয়ে সভাপতিত্ব কৰিছিল৷ ১৯৬৫ চনত ৰায়চৌধুৰীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰে।

শৈশৱ আৰু বংশ পৰিচয়

শ্ৰীমন্ত শংকৰদেৱৰ বংশৰ জগদানন্দ বা ৰামৰায় অম্বিকাগিৰি ৰায়চৌধুৰীৰ পূৰ্বপুৰুষ। ১৮০৭ শকৰ ৪ পুহত, ইংৰাজী ১৮৮৫ চনৰ ডিচেম্বৰ মাহত; বৰপেটাত অম্বিকাগিৰিৰ জন্ম হয়। বৰপেটাৰ বিখ্যাত কায়স্থ কুলীয় ৰায়চৌধুৰী পৰিয়ালৰ কৃষ্ণৰাম ৰায়চৌধুৰী অম্বিকাগিৰিৰ পিতৃ আৰু মাতৃ দেৱকী দেৱী শ্ৰীমন্ত শংকৰদেৱৰ চৰিত প্ৰণেতা শ্ৰীৰামচৰণ ঠাকুৰৰ বংশজাত। তেওঁ পিতৃ-মাতৃৰ দ্বিতীয় সন্তান আছিল। ককায়েক গিৰীশ চন্দ্ৰ ৰায়চৌধুৰী অভিনেতা আৰু শিক্ষাবিদ আছিল। আন দুগৰাকী ভগ্নী, ক্ৰমে ৰোহিণী দেৱী আৰু লক্ষ্মী প্ৰিয়া দেৱী। ৰোহিণী দেৱীৰ পুত্ৰ সাহিত্যিক মহেশচন্দ্ৰ দেৱগোস্বামী নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top