Achina Amulya Barua Assamese PDF Book download

Achina Amulya Barua Assamese PDF Book: The Assamese free ebook Achina Amulya Barua Assamese PDF Book is a story Assamese Novel books, you can Reads this ebooks and free Downloads here.

Achina Amulya Barua Assamese pdf Book

অচিনা অমূল্য বৰুৱা

Contents

অৰূপ অচিনা, বন্দনা, পদুমৰ অভিযান, স্বৰূপ, সুন্দৰৰ সুখ, হিয়াৰ বাতৰি, বুজা ভুল, “ভুলৰ কাৰণে মাথো সৃষ্টি বিধাতাৰ”, শিল্পী, তোলৈ আৰু তেওঁলৈ, মই জানো ইমান নিঠুৰ, তৃপ্তিৰ ৰহস্য, ভুলৰ পূজা, অঞ্জলি, তুমি আৰু মই, বিদায়, দৃষ্টিৰ বিননি, মৰমে যেতিয়া চুমে, ভাল পোৱা, বিধৱা, প্ৰীতি উপহাৰ, আইতাৰ মৃত্যুত (কামাখ্যা), ভুৱনেশ্বৰীৰ শিখৰত, বিফলতা, উন্মুক্ত যৌৱন, মুক্তি গান, বেশ্যা, বিপ্লৱী, কয়লা(অসমাপ্ত), কুকুৰ, সিহঁত তেতিয়া জীৱ,আন্ধাৰৰ হাহাকাৰ, ভাৰতীৰ মুক্তি স্বপ্ন, আজি আমাৰ বিহু, মৰমৰ ধাৰ, প্ৰকাশ, এমোকোৰা হাঁহি লই শুৱনি মূখত, চেনেহৰ পুতু, এটিফুল

You can also download Click here:

Disclaimer:- Dev Library Books does not its own books and neither created. We just providing the link for the Rural Background and poor student. This E-Books and Pdf already available on internet.

Achina Amulya Barua

ACHINA pdf Book free download  from the category of Assamese Novel, If you want to This Book Then Click Download button and wait few seconds. All kinds of NCERT books/Solution,Regional Novel and Other College/University books are available in this website. Browse and read/download your favourite Books.

জন্ম আৰু প্ৰাৰম্ভিক জীৱন

অমূল্য বৰুৱাৰ জন্ম হৈছিল ১৯২২ চনৰ ৩০ জুন তাৰিখে যোৰহাটৰ এটা মধ্যবিত্ত পৰিয়ালত। দেউতাক প্ৰমোদ বৰুৱা গড়কাপ্টানী বিভাগৰ এজন সাধাৰণ কৰ্মচাৰী আছিল আৰু মাকৰ নাম আছিল, ৰেৱতী বৰুৱা। অমূল্য বৰুৱা পিতৃ-মাতৃৰ ছটা সন্তানৰ ভিতৰত ডাঙৰ আছিল৷ অমূল্য বৰুৱাৰ ভাই-ভনীকেইগৰাকী আছিল, সৰোজ বৰুৱা, লাবণ্য দাস, ৰেণু বৰুৱা, অনিল বৰুৱা আৰু অমল বৰুৱা৷ তেওঁ হাইস্কুলীয়া শিক্ষা যোৰহাটতে লাভ কৰিছিল। তেওঁক পঢ়োৱা শিক্ষকৰ ভিতৰত আছিল – ডিম্বেশ্বৰ নেওগ, মিত্ৰদেৱ মহন্ত, জেহিৰুদ্দিন আহমেদ, লক্ষ্মীনাথ ফুকন, তাৰানাথ বৰপুজাৰী আদি। এইসকলৰ অনুপ্ৰেৰণাতে বন্ধুবৰ্গৰ লগতে সাহিত্য চৰ্চা কৰিবলৈ উৎসাহিত হৈছিল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top