Bichitra abhigyata aru anubhuti Assamese Pdf Book Free Download

Bichitra abhigyata aru anubhuti Assamese: The Assamese free ebook Bichitra abhigyata aru anubhutee pdf Book is a story Assamese Novel books, you can Read this ebook and free Downloads here.

বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি (ইংৰাজী: Bichitra Abhigyata aru Anubhuti) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ২০ টা প্ৰবন্ধ আছে। ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ প্ৰকাশনে ২০০০ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ কৰা এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে তেখেতৰ ৰান্ধনি,মেনেজাৰ আৰু ছেক্ৰেটাৰি ফকৰুদ্দিন আনচাৰীলৈ উছৰ্গা কৰিছে।

Bichitra abhigyata aru anubhuti Assamese

Bichitra abhigyata aru Anubhuti

কিতাপখনত থকা প্ৰবন্ধসমূহ হৈছে, ৰবীন্দ্ৰ ঠাকুৰ হ’ব কুমাৰীৰ প্ৰথম প্ৰেমিক; এইচ জি ওৱেলছ আৰু যোছেফ ষ্টেলিনৰ কথোপকথন; এমিল লুড্ৱিগ আৰু যোছেফ ষ্টেলিনৰ কথোপকথন; মাৰ্ক্সবাদ; ৰাছিয়াৰ ভাগ্য; মাৰ্কাছ অৰেলিয়াছৰ ‘ধ্যান’; ৰবাৰ্ট লুই ষ্টিভেনশ্যনৰ বিখ্যাত চিঠিখন; ভিনচেণ্ট ভেন গঘৰ এখন চিঠি; লাই হালে জালে আবেলি বতাহে; স্মৃতিসুধা; প্ৰেতপুৰীত দুৰাতি; মেৰিলিন মন্‌ৰোৰ জীৱন আৰু মৃত্যু; টেলিফোন; ম’বাইল ফোন; লেখাৰ সহজ উপায়; মনত পৰিছে ব্ৰেখ্‌টৰ এটা কবিতালৈ; কাৰ্লাৰ কাৰণে এটোপাল চকুপানী; কৰ্মব্যস্ততা; সুখাদ্যৰ মধুৰ স্মৃতি; আৰু অফলা গাঁৱত এটা অভিনৱ কবিতা-সন্ধ্যা।

You Can Download Here:

Join Telegram channel

Disclaimer:- Dev Library Books does not its own books and neither created. We just providing the link for the Rural Background and poor student. This E-Books and Pdf already available on internet.

Bichitra abhigyata aru anubhuti

The Bichitra Abhigyata Aru Anubhuti pdf Book is free download from the category of Assamese novel, If you want to read This Book Then Click the Download button and wait a few seconds. All kinds of NCERT books/Solutions, Regional Novels, and Other College/University books are available on this website. Browse and read/download your favorite Books.

2 thoughts on “Bichitra abhigyata aru anubhuti Assamese Pdf Book Free Download”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top