SEBA Class 9 Social Science Important Chapter 3 মোৱামৰীয়া গণ বিদ্রোহ

SEBA Class 9 Social Science Important Chapter 3 মোৱামৰীয়া গণ বিদ্রোহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Social Science Important Chapter 3 মোৱামৰীয়া গণ বিদ্রোহ and select need one. Class 9 Social Science Additional Solutions Download PDF. SEBA Class 9 Social Science Important Solutions in Assamese.

SEBA Class 9 Social Science Important Chapter 3 মোৱামৰীয়া গণ বিদ্রোহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Social Science Important Solutions For Class 9 SEBA for All Chapters, You can practice these here.

Chapter: 3

প্ৰথম খণ্ড: ইতিহাস
IMPORTANT QUESTION AND ANSWER

১। মায়ামৰা সত্ৰ কোন সংহতিৰ অন্তৰ্ভুক্ত?

উত্তৰঃ মায়ামৰা সত্ৰ কাল সংহতিৰ অন্তৰ্ভুক্ত।

২। কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক ভগা ৰজা চুৰমফাৰ দিনত হত্যা কৰা হৈছিল?

উত্তৰঃ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক ভগা ৰজা চুৰমফাৰ দিনত হত্যা কৰা হৈছিল।

৩। বৈকুণ্ঠদেৱ মহন্তৰ হত্যা কাৰ নিৰ্দেশত হৈছিল?

উত্তৰঃ বৈকুণ্ঠদেৱ মহন্তৰ হত্যা গদাধৰ সিংহৰ নিৰ্দেশত হৈছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। চতুর্ভূজদেৱ মহন্তৰ প্ৰতি কোনে দুৰ্য্যৱহাৰ কৰিছিল? 

উত্তৰঃ চতুর্ভূজদেৱ মহন্তৰ প্ৰতি গদাধৰ সিংহই দুৰ্য্যৱহাৰ কৰিছিল।

৫। মোৱামৰীয়া মহন্তক কাৰ নিৰ্দেশ মর্মে বলিৰ ফোঁট ল’বলৈ বাধ্য কৰা হৈছিল? 

উত্তৰঃ মোৱামৰীয়া মহন্তক শিৱসিংহৰ দিনত বনৰজা ফুলেশ্বৰীৰ নিৰ্দেশত বলিৰ ফোঁট ল’বলৈ বাধ্য কৰা হৈছিল।

৬। শিৱসিংহই কাৰ ওচৰত শৰণ লৈছিল?

উত্তৰঃ শিৱসিংহই বংগদেশৰ নদীয়াৰ কৃষ্ণৰাম ভট্টাচার্যৰ ওচৰত শৰণ লৈছিল।

৭। কীর্তিচন্দ্র কোন সত্ৰৰ শিষ্য আছিল?

উত্তৰঃ কীর্তিচন্দ্র দিহিং সত্ৰৰ শিষ্য আছিল।

৮। মোৱামৰীয়াসকলৰ উদ্দেশ্য কি আছিল?

উত্তৰঃ আহোম শাসনৰ অন্ত পেলোৱা।

৯। ৰমানন্দ বা ৰমাকান্তৰ দেউতাকৰ নাম কি?

উত্তৰঃ ৰমানন্দ বা ৰমাকান্তৰ দেউতাকৰ নাম হ’ল- নাহৰ খোৱা।

১০। কোন মণিপুৰী ৰাজকুঁৱৰীয়ে আহোম সকলক সহায় কৰিছিল?

উত্তৰঃ মণিপুৰী ৰাজকুৱৰী কুৰঙ্গনয়নীয়ে আহোম সকলক সহায় কৰিছিল।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। মোৱামৰীয়া বিদ্ৰোহৰ উদ্ভৱ কেতিয়াৰ পৰা হ’ল আৰু ইয়াৰ প্ৰধান কাৰণসমূহ কি আছিল?

উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহৰ সূচনা ১৭৬৯ চনত লক্ষী সিংহৰ ৰাজত্বকালত হয়। মোৱামৰীয়াসকল মায়ামৰা বৈষ্ণব সত্ৰৰ অনুসাৰী আছিল, যিয়ে বিভিন্ন নীচুজাতি আৰু অনার্য জনগোষ্ঠীৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। আহোম ৰাজসকলে ব্ৰাহ্মণ সত্ৰসমূহক পৃষ্ঠপোষকতা দিয়ে আৰু মায়ামৰা সত্ৰক দমন কৰে। মহন্তৰ ওপৰত অত্যাচাৰ, জাতিগত বৈষম্য, পাইক প্ৰথা, ৰাজনৈতিক নিপীড়ন —এই সকলো বিষয় মিলে মোৱামৰীয়া বিদ্ৰোহৰ মুখ্য কাৰণ হৈ উঠে। এই আন্দোলনে বৃহৎ গণবিদ্ৰোহৰ ৰূপ লয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top