SEBA Class 9 Social Science Important Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

SEBA Class 9 Social Science Important Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Social Science Important Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ and select need one. Class 9 Social Science Additional Solutions Download PDF. SEBA Class 9 Social Science Important Solutions in Assamese.

SEBA Class 9 Social Science Important Chapter 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Social Science Important Solutions For Class 9 SEBA for All Chapters, You can practice these here.

Chapter: 2

প্ৰথম খণ্ড: ইতিহাস
IMPORTANT QUESTION AND ANSWER

১। কোনে পোন প্রথমে স্বদেশপ্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্রেম জগাই তুলিছিল?

উত্তৰঃ ঈশ্বৰচন্দ্ৰ গুপ্তই পোন প্রথমে স্বদেশপ্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্রেম জগাই তুলিছিল।

২। ‘বন্দে মাতৰম’ কোনখন উপন্যাসৰ পৰা লোৱা হৈছে?

উত্তৰঃ ‘বন্দে মাতৰম’ আনন্দ মঠ উপন্যাসৰ পৰা লোৱা হৈছে।

৩। কলিকতাৰ পৰা দিল্লীলৈ গেওট্ৰাংক ৰোড কেতিয়া নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ কলিকতাৰ পৰা দিল্লীলৈ গেওট্ৰাংক ৰোড ১৮৩৯ খ্ৰীঃত নিৰ্মাণ কৰা হৈছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। কিমান খ্ৰীঃত মাদ্ৰাজত ৰে’লপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল?

উত্তৰঃ ১৮৫৪ খ্ৰীঃত মাদ্ৰাজত ৰে’লপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।

৫। অসমত ৰে’ল যোগাযোগৰ ব্যৱস্থা কেতিয়াৰ পৰা হয়?

উত্তৰঃ ১৮৮৩ খ্ৰীঃত অসমত শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰে’ল যোগাযোগ আৰম্ভ হয়।

৬। কিমান খ্ৰীঃত কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত প্ৰথমটো টেলিগ্রাফ ব্যৱস্থা বহুৱা হৈছিল?

উত্তৰঃ ১৮৩৯ খ্ৰীঃত কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত প্ৰথমটো টেলিগ্রাফ ব্যৱস্থা বহুৱা হৈছিল।

৭। কোনে আৰু কেতিয়া টেলিগ্রাফ ব্যৱস্থাক চৰকাৰী নিয়ন্ত্ৰণলৈ আনিছিল? 

উত্তৰঃ লর্ড ডেলহাউচিয়ে ১৮৫১ খ্ৰীঃত টেলিগ্রাফ ব্যৱস্থাক চৰকাৰী নিয়ন্ত্ৰণলৈ আনিছিল।

৮। ভাৰতীয় সমাজলৈ নৱচেতনা বোৱাই অনা প্রথম ব্যক্তিজন কোন?

উত্তৰঃ ভাৰতীয় সমাজলৈ নৱচেতনা বোৱাই অনা প্রথম ব্যক্তিজন ৰাজা ৰামমোহন ৰায়।

৯। ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন কৰিছিল?

উত্তৰঃ ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা ৰাজা ৰামমোহন ৰায়ে কৰিছিল।

১০। কিমান খ্ৰীঃত ব্রাহ্ম সভা নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল? এই সভাই পিছলৈ কি নামেৰে বিখ্যাত হৈ পৰে?

উত্তৰঃ ১৮২৮ খ্ৰীঃত ব্ৰাহ্ম সভা নামৰ এটা অনুষ্ঠান ৰাজা ৰামমোহন ৰায়ে স্থাপন কৰিছিল। এই ব্ৰাহ্মা সভাই পিছলৈ ব্ৰাহ্ম সমাজ নামেৰে বিখ্যাত হৈ পৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top