SEBA Class 9 Social Science Important Chapter 1 ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

SEBA Class 9 Social Science Important Chapter 1 ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Social Science Important Chapter 1 ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন and select need one. Class 9 Social Science Additional Solutions Download PDF. SEBA Class 9 Social Science Important Solutions in Assamese.

SEBA Class 9 Social Science Important Chapter 1 ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given Social Science Important Solutions For Class 9 SEBA for All Chapters, You can practice these here.

Chapter: 1

প্ৰথম খণ্ড: ইতিহাস
IMPORTANT QUESTION AND ANSWER

১। পৰ্টুগীজ নাৱিকসকলে ভাৰতৰ সৈতে নতুন নৌপথৰ আৱিষ্কাৰৰ উদ্দেশ্য লৈ কোনখন সমুদ্ৰত নৌ যাত্ৰা কৰিছিল?

উত্তৰঃ পৰ্টুগীজ নাৱিকসকলে ভাৰতৰ সৈতে নতুন নৌপথৰ আৱিষ্কাৰৰ উদ্দেশ্য লৈ অজনা সমুদ্রত নৌ যাত্ৰা কৰিছিল।

২। বাৰ্থ’ল মিউ ডিয়াজ কোন আছিল? তেওঁৰ কিমান চনত জন্ম হৈছিল? 

উত্তৰঃ বাৰ্থ’ল মিউ ডিয়াজ এজন পৰ্তুগীজ নাৱিক আছিল। ১৪৫০ খ্ৰীতে তেওঁৰ জন্ম হৈছিল।

৩। কিমান খ্ৰী.ত ইংৰাজ সদাগৰসকলে লণ্ডনত এটা বাণিজ্যিক প্রতিষ্ঠান গঠন কৰিছিল?

উত্তৰঃ ১৬০০ খ্ৰীঃত ইংৰাজ সদাগৰসকলে লণ্ডনত এটা বাণিজ্যিক প্রতিষ্ঠান গঠন কৰিছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ইংলেণ্ডৰ কোন ৰজাই ভাৰতৰ সৈতে বেহা-বেপাৰৰ উদ্দেশ্যে মোগল সম্রাট জাহাংগীৰলৈ আবেদন পত্ৰ প্ৰেৰণ কৰিছিল?

উত্তৰঃ ১৬০৮ খ্ৰীঃত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছ।

৫। কোন ব্ৰিটিছ সদাগৰে সম্রাট জাহাংগীৰলৈ বেহা-বেপাৰৰ বাবে আবেদন পত্ৰ আনিছিল? 

উত্তৰঃ কেপ্টেইন উইলিয়াম হকিন্সে সম্রাট জাহাংগীৰলৈ বেহা-বেপাৰৰ বাবে আবেদন পত্ৰ আনিছিল।

৬। ইংলেণ্ডৰ কোন ৰজাই কাক বিয়া কৰাই বোম্বাই চহৰ যৌতুক হিচাপে লাভ কৰিছিল?

উত্তৰঃ ১৬৬১ খ্ৰীঃত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পর্তুগীজ ৰাজকন্যা কেথনিক বিয়া কৰাই বোম্বাই চহৰ যৌতুক হিচাপে লাভ কৰিছিল।

৭। জন-ছাৰমানে কোন মোগল সম্রাটক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল? 

উত্তৰঃ ১৭১৫ ক্রীত জন ছাৰমানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সজাতী দলে‌ মোগল সম্রাট ফাৰুখছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। 

৮। ইষ্ট ইণ্ডিয়া কোম্পানিৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য কি আছিল?

উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানিৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য বেহা-বেপাৰ কৰা আছিল।

৯। কোন ইংৰাজ বিষয়াই বংগৰ নবাবৰ লগত চুক্তি সম্পাদিত কৰিছিল?

উত্তৰঃ ১৬৯০ খ্ৰী.ত জব চার্ণক নামৰ কোম্পানিৰ এজন বিষয়াই বংগৰ নবাবৰ লগত চুক্তি সম্পাদিত কৰিছিল।

১০। পর্তুগীজসকলে ভাৰতত প্ৰথমে ক’ত বেপাৰৰ কুঠি পাতিছিল? 

উত্তৰঃ পর্তুগীজসকলে ভাৰতত প্ৰথমে কলিকটা আৰু কোচিনত বেপাৰৰ কুঠি পাতিছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top