SEBA Class 9 Assamese Important Chapter 16 সন্মান

SEBA Class 9 Assamese Important Chapter 16 সন্মান Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 9 Assamese Important Solutions and select need one. Class 9 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 9 Assamese.

SEBA Class 9 Assamese Important Chapter 16 সন্মান

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 9th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 16

IMPORTANT QUESTION AND ANSWER

অতি চমু প্রশ্নোত্তৰ:

১। সন্মান পাঠটোৰ লেখক কোন?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা।

২। হেমচন্দ্ৰ বৰুৱাৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ১৮৩৫ চনত।

৩। হেমচন্দ্ৰ বৰুৱাৰ জন্ম ক’ত হৈছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ শিৱসাগৰ ৰজাবাহৰ গাঁৱত।

৪। হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ মুক্তাৰাম বৰুৱা।

৫। হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু কেতিয়া হৈছিল?

 উত্তৰঃ ১৮৯৬ চনত।

৬। হেমচন্দ্ৰ বৰুৱাৰ গ্ৰন্থৰ এখনৰ নাম লিখা?

উত্তৰঃ হেমকোষ।

৭। অসমীয়া ব্যাকৰণ কোনে লিখিছিল?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা।

৮। হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল?

উত্তৰঃ আসাম নিউজ’।

৯। সন্মান নামৰ প্ৰবন্ধটি বৰুৱা দেৱৰ কোনখন পুথি পৰা লোৱা হৈছে?

উত্তৰঃ ‘পাঠ মালা’।

১০। ‘‘কানীয়া কীৰ্তন’ পুথিখন কাৰ?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা।

খালী ঠাই পূৰ কৰা-

১। ঈশ্বৰে _____________ সৃষ্টি কৰিছে।

উত্তৰঃ ঈশ্বৰে এই পৰিদৃশ্যমান জগত সৃষ্টি কৰিছে।

২। পিতৃ-মাতৃয়ে আমাক _______________ দিছে।

উত্তৰঃ পিতৃ-মাতৃয়ে আমাক জন্ম দিছে।

৩। দেশৰ অধিকাৰীসকলে দুষ্টক ______________ কৰে।

উত্তৰঃ দেশৰ অধিকাৰীসকলে দুষ্টক দমন কৰে।

৪। লেখকে ‘সম্মান’ প্রবন্ধটোত ______________ ৰ বিষয়ে আলোচনা কৰিছে।

উত্তৰঃ লেখকে ‘সম্মান’ প্রবন্ধটোত প্রকৃত সম্মানৰ পাত্রৰ বিষয়ে আলোচনা কৰিছে।

সত্য/অসত্য-

১। ঈশ্বৰৰ জন্ম আছে আৰু মৃত্যু নাই।

উত্তৰঃ অসত্য।

২। শিক্ষকে ছাত্ৰক জ্ঞানৰ আলোক দিয়ে।

উত্তৰঃ সত্য।

৩। পিতৃ-মাতৃৰ শুশ্রূষা কৰা আমাৰ কৰ্তব্য নহয়।

উত্তৰঃ অসত্য।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top