🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

SEBA Class 6 Science MCQ Chapter 6 দ্ৰব্যৰ পৃথকীকৰণ

SEBA Class 6 Science MCQ Chapter 6 দ্ৰব্যৰ পৃথকীকৰণ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 6 Science MCQ Solutions and select need one. SEBA Class 6 Science MCQ Solutions As Per SEBA New Book Syllabus Download PDF. SCERT Science MCQ Class 6 Solutions.

SEBA Class 6 Science MCQ Chapter 6 দ্ৰব্যৰ পৃথকীকৰণ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 6 Science MCQ Solutions are part of All Subject Solutions. Here we have given SEBA Class 6 Science MCQ Question Answer for All Chapters, You can practice these here.

Chapter: 6

MCQ

১। পৃথকীকৰণৰ প্ৰধান উদ্দেশ্য কি?

(ক) অলাগতিয়াল উপাদান আঁতৰোৱা।

(খ) পানী বাষ্পীকৰণ।

(গ) লো আকর্ষণ।

(ঘ) তাপ সৃষ্টি।

উত্তৰঃ (ক) অলাগতিয়াল উপাদান আঁতৰোৱা।

২। বাষ্পীভৱন পদ্ধতিৰ দ্বাৰা কি পৃথক কৰা হয়?

(ক) লো আৰু বালি।

(খ) তেল আৰু পানী।

(গ) পানী আৰু নিমখ।

(ঘ) চাহপাত আৰু চাহ।

উত্তৰঃ (গ) পানী আৰু নিমখ। 

৩। চুম্বকীয় পৃথকীকৰণত কি ব্যৱহাৰ কৰা হয়?

(ক) চাপ।

(খ) উত্তাপন।

(গ) পৰিস্ৰাৱণ।

(ঘ) চুম্বক।

উত্তৰঃ (ঘ) চুম্বক। 

৪। চালনীৰে চলা পদ্ধতি কেতিয়া ব্যৱহাৰ কৰা হয়?

(ক) সৰু আৰু ডাঙৰ উপাদান পৃথক কৰিবলৈ।

(খ) গধুৰ আৰু পাতল উপাদান পৃথক কৰিবলৈ।

(গ) তেল আৰু পানী পৃথক কৰিবলৈ।

(ঘ) লো আৰু বালি পৃথক কৰিবলৈ।

উত্তৰঃ (ক) সৰু আৰু ডাঙৰ উপাদান পৃথক কৰিবলৈ।

৫। চাহ বনোৱাৰ সময়ত কোন পদ্ধতি ব্যৱহাৰ হয়?

(ক) বাষ্পীভৱন।

(খ) পৰিস্ৰাৱণ।

(গ) চুম্বকীয় পৃথকীকৰণ।

(ঘ) হাতেৰে বছা।

উত্তৰঃ (খ) পৰিস্ৰাৱণ। 

৬। নিমখ আহৰণৰ কৌশল কি?

(ক) বাষ্পীভৱন।

(খ) চুম্বকীয় পৃথকীকৰণ।

(গ) চালনীৰে চলা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) বাষ্পীভৱন।

৭। হাতৰ সহায়ত উপাদান পৃথক কৰাৰ পদ্ধতি কি?

(ক) চুম্বকীয় পৃথকীকৰণ।

(খ) চালনীৰে চলা।

(গ) হাতেৰে বছা।

(ঘ) পৰিস্ৰাৱণ।

উত্তৰঃ (গ) হাতেৰে বছা।

৮। পৰিস্ৰাৱণত কি ব্যৱহাৰ কৰা হয়?

(ক) চুম্বক।

(খ) ফিল্টাৰ কাগজ।

(গ) উত্তাপন।

(ঘ) পানী।

উত্তৰঃ (খ) ফিল্টাৰ কাগজ।

৯। শস্য জবা বা ‘বা’ দিয়া কেতিয়া ব্যৱহাৰ কৰা হয়?

(ক) পাতল উপাদান পৃথক কৰিবলৈ।

(খ) গধুৰ উপাদান পৃথক কৰিবলৈ।

(গ) তেল আৰু পানী পৃথক কৰিবলৈ।

(ঘ) বাষ্পীকৰণ কৰিবলৈ।

উত্তৰঃ (ক) পাতল উপাদান পৃথক কৰিবলৈ।

১০। বালি আৰু লোৰ মিশ্ৰ কেনেকৈ পৃথক কৰিব?

(ক) বাষ্পীভৱন।

(খ) চালনীৰে চলা।

(গ) পৰিস্ৰাৱণ।

(ঘ) চুম্বকীয় পৃথকীকৰণ।

উত্তৰঃ (ঘ) চুম্বকীয় পৃথকীকৰণ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top