MCQ of Assamese Literature – অসমীয়া সাহিত্যিক

MCQ of Assamese Literature – অসমীয়া সাহিত্যিক is the TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Notes to be provided in the list so that you can easily browse throughout different Assamese Language syllabus wise notes for MCQ of Assamese Literature – অসমীয়া সাহিত্যিক.

MCQ of Assamese Literature

Join Telegram channel

Also, you can read the Assam TET, APSC, PNRD, Assam Police, Post Office, other govt. exam Objective-type questions online note in these sections as per Assam Competitive exam Syllabus guidelines. These notes are part of Assam TET Assamese Language also. Here we have given MCQ of Assamese Literature – অসমীয়া সাহিত্যিক of TET, APSC, PNRD, Assam Police, Post Office, other govt. exam for All Objective type questions, You can practice these here.

MCQ of Assamese Literature

ASSAMESE LANGUAGE

প্ৰশ্ন ১)  তলৰ কোনটো গ্ৰন্থ মাধৱ কন্দলিৰ ৰচনা নহয় বুলি সন্দেহ হয় ?

ক) দেৱজিৎ ।

খ) ৰামায়ণ ।

গ) তাম্ৰধ্বজৰ যুদ্ধ ।

ঘ) ৰাজসূয় কাব্য ।

উত্তৰঃ- ক) দেৱজিৎ ।

প্ৰশ্ন ২)  শংকৰদেৱে কছাৰীৰ উপদ্ৰৱ সহিব নোৱাৰি প্ৰথমে ক’ত আশ্ৰয় লয় ?

ক) বেলগুৰিত ।

খ) গাংমৌত ।

গ) পাটবাউসীত ।

ঘ) মধুপুৰত ।

উত্তৰঃ- খ) গাংমৌত ।

প্ৰশ্ন ৩)  শংকৰদেৱক ভাগৱত খন দিয়া লোকজন কোন ? 

ক) জগদীশ মিশ্ৰ ।

খ) মাধৱদেৱ ।

গ) ৰামচৰণ ঠাকুৰ ।

ঘ) ৰামমিশ্ৰ ।

উত্তৰঃ-  ক) জগদীশ মিশ্ৰ ।

প্ৰশ্ন ৪)  কোনটো শুদ্ধ লিখা ।

ক) অসমীয়া জাতিলৈ শংকৰদেৱৰ অৱদান নগণ্য ।

খ) তেওঁ জীৱনৰ প্ৰথম ছোৱা বাৰভূঞা ৰাজ্যত কটায় ।

গ) দ্বিতীয় ছোৱা আহোম ৰাজ্যত কটায় ।

ঘ) তৃতীয় ছোৱা নগাঁৱত কটায় ।

উত্তৰঃ-  খ) তেওঁ জীৱনৰ প্ৰথম ছোৱা বাৰভূঞা ৰাজ্যত কটায় ।

প্ৰশ্ন ৫) ভাগৱত গ্ৰন্থ শংকৰদেৱৰ কোন শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি ?

ক) অনুবাদমূলক ।

খ) নাট ।

গ) ভটিমা ।

ঘ) গীত ।

উত্তৰঃ-  ক) অনুবাদমূলক ।

প্ৰশ্ন ৬) তলৰ বাক্য কেইটাৰ কোনটো শুদ্ধ ?

ক) শংকৰদেৱ অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা ।

খ) ওজাপালিৰ প্ৰভাৱেৰে তেওঁ বৰগীত ৰচনা কৰে ।

গ) শংকৰদেৱৰ প্ৰথম নাট কেলিগোপাল ।

ঘ) শংকৰদেৱৰ নাটকক প্ৰহসন বোলে ।

উত্তৰঃ- ক) শংকৰদেৱ অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা ।

প্ৰশ্ন ৭) ভাগৱতৰ একেবাৰে চমু সংস্কৰণৰ গ্ৰন্থখন কি ?

ক) ভক্তিৰত্নাকৰ ।

খ) গুণমালা ।

গ) অনাদি পাতন ।

ঘ) ভক্তিপ্রদীপ ।

উত্তৰঃ- খ) গুণমালা ।

প্ৰশ্ন  ৮) শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি ?

ক) হৰিশ্চন্দ্ৰ উপন্যাস ।

খ) ৰুক্মিণী হৰণ ।

গ) কুৰুক্ষেত্ৰ ।

ঘ) দশম ।

উত্তৰঃ- ক) হৰিশ্চন্দ্ৰ উপন্যাস ।

প্ৰশ্ন ৯) শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰিছিল সেইবোৰ হল ―

ক) গীত আৰু ভটিমা ।

খ) ওজাপালি আৰু সুকনান্নী পদ ।

গ) জিকিৰ আৰু জাৰি ।

ঘ)  দেহবিচাৰ আৰু কাহিনীগীত ।

উত্তৰঃ-  ক) গীত আৰু ভটিমা ।

প্ৰশ্ন  ১০) শংকৰদেৱৰ ভক্তি – তত্ত্বমূলক গ্ৰন্থ কোনখন ?

ক) ভক্তিপ্রদীপ ।

খ) কুৰুক্ষেত্ৰ ।

গ) অনাদি পাতন ।

ঘ) পত্নীপ্ৰসাদ ।

উত্তৰঃ- ক) ভক্তিপ্রদীপ ।

প্ৰশ্ন ১১)  মাধৱদেৱৰ পিতৃৰ নাম কি আছিল ?

ক) গোবিন্দগিৰি ভূঞা ।

খ) কুসুম্বৰ ভূঞা ।

গ) নাৰায়ণ ঠাকুৰ ।

ঘ) ভাৱনন্দ ।

উত্তৰঃ-  ক) গোবিন্দগিৰি ভূঞা ।

প্ৰশ্ন ১২)  ‘গুণমালা’ কাব্য কি ছন্দত ৰচা ?

ক) কুসুমমালা ।

খ) চপয় ।

গ) ছবি ।

ঘ) দুলড়ী ।

উত্তৰঃ- ক) কুসুমমালা ।

প্ৰশ্ন ১৩)  ‘কীৰ্ত্তন’ৰ ৰচক কোন ?

ক) মহাপুৰুষ মাধৱদেৱ ।

খ) ভট্টদেৱ ।

গ) মহাপুৰুষ শংকৰদেৱ ।

ঘ) শ্ৰীধৰ কন্দলি ।

উত্তৰঃ- গ) মহাপুৰুষ শংকৰদেৱ ।

প্ৰশ্ন ১৪) মাধৱদেৱৰ এখন উল্লেখযোগ্য ভক্তিমূলক গ্ৰন্থৰ নাম কি ?

ক) নামঘোষা ।

খ) দশম ।

গ) ৰাজসূয় ।

ঘ) অৰ্জুন ভঞ্জন ।

উত্তৰঃ- ক) নামঘোষা ।

প্ৰশ্ন ১৫) শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি ?

ক) শাক্তধৰ্ম ।

খ) একশৰণ নামধৰ্ম ।

গ) ৰাতিখোৱা সম্প্ৰদায় । 

ঘ) শৈৱধৰ্ম ।

উত্তৰঃ- খ) একশৰণ নামধৰ্ম ।

প্ৰশ্ন ১৬) মাধৱদেৱেৰ ৰচনা হিচাপে সন্দেহজনক গ্ৰন্থখন কি ?

ক) গুপ্তসাৰ ।

খ) ৰাজসূয় ।

গ) ভোজন বিহাৰ ।

ঘ) নামঘোষা ।

উত্তৰঃ-  ক) গুপ্তসাৰ ।

প্ৰশ্ন ১৭) মাধৱদেৱৰ নাটকবোৰক কি বোলে ?

ক) উৎসৃষ্টিকাংক ।

খ) ঝুমুৰা ।

গ) প্ৰকৰণ ।

ঘ) সট্টক ।

উত্তৰঃ- খ) ঝুমুৰা ।

প্ৰশ্ন ১৮) মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ হল –

ক) জন্ম ৰহস্য ।

খ) অমূল্য ৰত্ন ।

গ) ভোজন বিহাৰ ।

ঘ) নামঘোষা ।

উত্তৰঃ- ক) জন্ম ৰহস্য ।

প্ৰশ্ন ১৯) চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি ? 

ক) আৱাহন ।

খ) মৌ ।

গ) জোনাকী ।

ঘ) বিজুলী ।

উত্তৰঃ- গ) জোনাকী ।

প্ৰশ্ন ২০) চন্দ্ৰকুমাৰে অসমীয়া কাকতখন কেতিয়া উলিয়ায় ?

ক) ১৯১৮ চনত ।

খ) ১৯২২ চনত ।

গ) ১৮৭৬ চনত ।

ঘ) ১৯০৭ চনত ।

উত্তৰঃ- ক) ১৯১৮ চনত ।

প্ৰশ্ন ২১) চন্দ্ৰকুমাৰৰ প্ৰথম কবিতা পুথিখনৰ নাম কি ?

ক) ওৰণি ।

খ) তুমি ।

গ) প্ৰতিমা ।

ঘ) কদমকলি ।

উত্তৰঃ- গ) প্ৰতিমা ।

প্ৰশ্ন ২২) চন্দ্ৰকুমাৰৰ সম্পৰ্কে কোনটো মন্তব্য গ্ৰহণ যোগ্য ? 

ক) প্ৰথম ৰোমাণ্টিক কবি ।

খ) প্ৰথম দেশপ্ৰেমমূলক কবিতাৰ ৰচক ।

গ) অংকীয়া নাটৰ স্ৰষ্টা ।

ঘ) প্ৰথম তত্ত্বমূলক গ্ৰন্থৰ ৰচক ।

উত্তৰঃ- ক) প্ৰথম ৰোমাণ্টিক কবি ।

প্ৰশ্ন ২৩) অ , ভা , উ , সা , সভাৰ এজন প্ৰধান উপদেষ্টা কোন ?

ক) কমলাকান্ত ভট্টাচাৰ্য ।

খ) পদ্মনাথ গোহাঞি বৰুৱা ।

গ) ৰজনীকান্ত বৰদলৈ ।

ঘ) সূৰ্যকুমাৰ ভূঞা ।

উত্তৰঃ- খ) পদ্মনাথ গোহাঞি বৰুৱা ।

প্ৰশ্ন ২৪) ‘ভানুমতী’ উপন্যাসৰ ৰচক কোন ?

ক) লক্ষ্মীনাথ বেজবৰুৱা ।

খ) ৰজনীকান্ত বৰদলৈ ।

গ) পদ্মনাথ গোহাঞি বৰুৱা । 

ঘ) দণ্ডীনাথ কলিতা ।

উত্তৰঃ-  গ) পদ্মনাথ গোহাঞি বৰুৱা । 

প্ৰশ্ন ২৫ ) বিজুলী কাকতৰ সম্পাদক কোন আছিল ?

ক) অম্বিকাগিৰী ৰায়চৌধুৰী ।

খ) সত্যনাথ বৰা ।

গ) পদ্মনাথ গোহাঞি বৰুৱা ।

ঘ) গুণাভিৰাম বৰুৱা ।

উত্তৰঃ- গ) পদ্মনাথ গোহাঞি বৰুৱা ।

প্ৰশ্ন ২৬) লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কি ?

ক) দীননাথ বেজবৰুৱা ।

খ) মাধৱ চন্দ্ৰ বেজবৰুৱা ।

গ) হেমচন্দ্ৰ  বৰুৱা ।

ঘ) নাৰায়ণ বেজবৰুৱা ।

উত্তৰঃ- ক) দীননাথ বেজবৰুৱা ।

প্ৰশ্ন  ২৭) বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি ?

ক) পদুম কুঁৱৰী ।

খ) মিৰি জীয়ৰী ।

গ) দন্দুৱা দ্ৰোহ ।

ঘ) লাহৰী ।

উত্তৰঃ- ক) পদুম কুঁৱৰী ।

প্ৰশ্ন ২৮) বেজবৰুৱা কোনখন সাহিত্য সভাৰ অধিবেশনৰ সভাপতি হয় ?

ক) ধুবুৰী অধিবেশনৰ ।

খ) তেজপুৰ অধিবেশনৰ ।

গ) গুৱাহাটী অধিবেশনৰ ।

ঘ) দুধনৈ অধিবেশনৰ ।

উত্তৰঃ- গ) গুৱাহাটী অধিবেশনৰ ।

প্ৰশ্ন ২৯)  বেজবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থখনৰ নাম কি ?

ক) কদমকলি ।

খ) সুৰভি ।

গ) তত্ত্বকথা ।

ঘ) বৰবৰুৱাৰ ভকতনি।

উত্তৰঃ-  গ) তত্ত্বকথা ।

প্ৰশ্ন ৩০) তলৰ মন্তব্যবোৰৰ কোনটো সঁচা ?

ক) জোনাকী কাকতে অসমীয়া কাব্য ইতিহাসৰ নৱ ৰূপান্তৰ আনে ।

খ) বেজবৰুৱাই প্ৰথমতে সুখান্তক নাটক চক্ৰধ্বজ সিংহ ৰচনা কৰে ।

গ)জোনাকীৰ এজন ৰূপকাৰ আছিল কমলাকান্ত ভট্টাচাৰ্য ।

ঘ) ৰসৰাজ উপাধিৰে পৰিচিত লিখকলজন  হল হেমচন্দ্ৰ গোস্বামী ।

উত্তৰঃ-  ক) জোনাকী কাকতে অসমীয়া কাব্য ইতিহাসৰ নৱ ৰূপান্তৰ আনে ।

প্ৰশ্ন ৩১) ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচা এখন গ্ৰন্থৰ নাম 

ক) বন ফৰিংৰ ৰঙ  ।

খ) হে অৰণ্য হে মহানগৰ ।

গ) ধৃতৰাষ্ট্ৰ ।

ঘ) পাপৰি ।

উত্তৰঃ- ক) বন ফৰিংৰ ৰঙ  ।

প্ৰশ্ন ৩২) কোন চনত ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচা এখন গ্ৰন্থৰ নাম –

ক) ১৯৩৩ চনত ।

খ) ১৯৩৯ চনত ।

গ) ১৯৪৭ চনত ।

ঘ) ১৯৩২ চনত ।

উত্তৰঃ- ক) ১৯৩৩ চনত ।

প্ৰশ্ন ৩৩) ড° ভবেন্দ্ৰ নাথ শইকীয়াই লিখা উপন্যাসখনৰ নাম –

ক) মৃত্যুঞ্জয় ।

খ) গঙ্গা চিলনীৰ পাখি ।

গ) অন্তৰীপ ।

ঘ) জীৱনৰ বাটত ।

উত্তৰঃ – গ) অন্তৰীপ ।

প্ৰশ্ন :- ৩৪) শংকৰদেৱক শিক্ষা প্ৰদান কৰা গুৰুজনৰ নাক কি ?

ক) মাধৱ কন্দলি ।

খ) মহেন্দ্ৰ কন্দলি 

গ) অন্তত কন্দলি ।

ঘ) শ্ৰীধৰ কনডালি ।

উত্তৰঃ- খ ) মহেন্দ্ৰ কন্দলি ।

প্ৰশ্ন  ৩৫) শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছে ?

ক) আদি কাণ্ড ।

খ) অযোধ্যাকাণ্ড ।

গ) লঙ্কাকাণ্ড ।

ঘ) উত্তৰকাণ্ড ।

উত্তৰঃ-  ঘ) উত্তৰকাণ্ড ।

প্ৰশ্ন ৩৬) শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখনৰ নাক কি ?

ক) কীৰ্ত্তন ।

খ) ভক্তিৰত্নাকৰ ।

গ) মিনি নৱ সিদ্ধসংবাদ ।

ঘ) গুণমালা ।

উত্তৰঃ- খ) ভক্তিৰত্নাকৰ ।

প্ৰশ্ন ৩৭) শংকৰদেৱৰ কোনখন গ্ৰন্থক ‘অসমৰ মৌচাক’ বুলি কোৱা হয় ?

ক) কুৰুক্ষেত্ৰ ।

খ) ভক্তিপ্রদীপ ।

গ)ৰামবিজয় ।

ঘ) কীৰ্ত্তন ।

উত্তৰঃ – ঘ) কীৰ্ত্তন ।

প্ৰশ্ন ৩৮) শংকৰদেৱৰ বৰগীতক কোনে ‘Noble numbers’ আখ্যান দিছে ?

ক) ড° বাণীকান্ত কাকতি ।

খ) ড° সূৰ্যকুমাৰ ভূঞা ।

গ) কালিৰাম মেধি ।

ঘ) ড° মহেশ্বৰ নেওগ ।

উত্তৰঃ- ক) ড° বাণীকান্ত কাকতি ।

প্ৰশ্ন ৩৯) শংকৰদেৱৰ অংকীয়া নাটত তলৰ কোনটো থলুৱা অনুষ্ঠানৰ প্ৰভাৱ নাই –

ক) ওজাপালি ।

খ) মহো হো ।

গ) পুতলা নাচ ।

ঘ) ঢুলীয়া ।

উত্তৰঃ- খ) মহো হো ।

প্ৰশ্ন ৪০)  শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাট কি ?

ক) কেলিগোপাল ।

খ) কালিয়দমন ।

গ) ৰামবিজয় ।

ঘ) ৰুক্মিণী হৰণ ।

উত্তৰঃ-  গ) ৰামবিজয় ।

প্ৰশ্ন ৪১) শংকৰদেৱে ৰচনা কৰা মুঠ নাটকৰ সংখ্যা হৈছে –

ক) ৫ খন ।

খ) ৬ খন ।

গ) ৭ খন ।

ঘ) ৪ খন ।

উত্তৰঃ- খ) ৬ খন ।

প্ৰশ্ন ৪২) শংকৰ ― মাধৱৰ মিলনক কোনে  ‘মণিকাঞ্চন সংযোগ’  আখ্যা দিছে –

ক) চন্দ্ৰকুমাৰ আগৰৱালা ।

খ) লক্ষ্মীনাথ বেজবৰুৱা ।

গ) পদ্মনাথ গোহাঞি বৰুৱা ।

ঘ) হেমচন্দ্ৰ গোস্বামী ।

উত্তৰঃ- খ) লক্ষ্মীনাথ বেজবৰুৱা ।

প্ৰশ্ন ৪৩) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কোনখন গ্ৰন্থ ?

ক) ৰাজসূয় কাব্য ।

খ) জন্ম ৰহস্য ।

গ) অৰ্জুন ভঞ্জন ।

ঘ) নামঘোষা ।

উত্তৰঃ-  ঘ) নামঘোষা ।

প্ৰশ্ন ৪৪) মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছে ?

ক) আদিকাণ্ড ।

খ) অৰণ্যকাণ্ড ।

গ) কিষ্কিন্ধাকাণ্ড ।

ঘ) উত্তৰকাণ্ড ।

উত্তৰঃ- ক) আদিকাণ্ড ।

প্ৰশ্ন ৪৫) নৱবিধ ভক্তিৰ ভিতৰত কোনবিধক নামঘোষাত মুখ্য স্থান দিয়া হৈছে ―

ক) স্মৰণ ।

খ) বন্দন ।

গ) কীৰ্ত্তন ।

ঘ) অৰ্চন । 

উত্তৰঃ- গ) কীৰ্ত্তন ।

প্ৰশ্ন ৪৬) মাধৱদেৱৰ লীলাবিষয়ক গীতখিনিৰ এটি বিষয় হৈছে  ―

ক) বিৰহ  ।

খ) পৰমাৰ্থ ।

গ) বিৰক্তি ।

ঘ) চলন ।

উত্তৰঃ- ঘ) চলন ।

প্ৰশ্ন ৪৭) মাধৱদেৱে ঝুমুৰাত সন্নিবিষ্ট কৰা সংস্কৃত শ্লোকসমূহ সংগ্ৰহ কৰিছে 

ক) ভক্তিৰত্নাকৰ গ্ৰন্থৰ পৰা ।

খ) কৃষ্ণকৰ্ণামৃত গ্ৰন্থৰ পৰা ।

গ) ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণৰ পৰা ।

ঘ) বিষ্ণুপুৰাণৰ পৰা ।

উত্তৰঃ- খ) কৃষ্ণকৰ্ণামৃত গ্ৰন্থৰ পৰা ।

প্ৰশ্ন ৪৮) মাধৱদেৱে সৃষ্টি কৰা ভটিমাবিধ হৈছে ―

ক) ৰামভটিমা ।

খ) নাটকীয় ভটিমা ।

গ) গুৰু ভটিমা ।

ঘ) দেৱ ভটিমা ।

উত্তৰঃ- গ) গুৰু ভটিমা ।

প্ৰশ্ন ৫৯) মাধৱদেৱ বিৰচিত প্ৰথমখন নাট হৈছে ―

ক) চোৰধৰা ।

খ) অৰ্জুন ভঞ্জন ।

গ) ভূমি লেটোৱা ।

ঘ) ভোজন বিহাৰ ।

উত্তৰঃ- খ) অৰ্জুন ভঞ্জন ।

প্ৰশ্ন ৫০) শংকৰদেৱৰ নাট্যৰীতিৰ সৈতে মিল নথকা মাধৱদেৱৰ নাট্যৰীতিৰ এক বৈশিষ্ট্য হল ―

ক) এওঁৰ নাট ব্ৰজাৱলী ভাষাত ৰচিত ।

খ) মাধৱদেৱৰ নাটৰ নায়ক শিশু কৃষ্ণ ।

গ) মাধৱদেৱৰ নাটত বিভিন্ন ৰসৰ সমাহাৰ হৈছে ।

ঘ) মাধৱদেৱৰ নাটত সংস্কৃত শ্লোকৰ প্ৰয়োগ দেখা যায় ।

উত্তৰঃ- খ) মাধৱদেৱৰ নাটৰ নায়ক শিশু কৃষ্ণ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top