Class 9 Science MCQ Chapter 6 কলা

Class 9 Science MCQ Chapter 6 কলা, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science MCQ Chapter 6 কলা Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 6 কলা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Table of Contents

SEBA Class 9 Science MCQ Chapter 6 কলা Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science MCQ Chapter 6 কলা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

কলা

Chapter – 6

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্নোত্তৰ:

1. একোটা নির্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি প্ৰকৃতিৰ কোষৰ সমষ্টিক বোলা হয়—

(a) অংগ।

(b) অংগ তন্ত্র।

(c) কলা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(d) কোষ।

উত্তৰঃ (c) কলা।

2 তলৰ কোনবিধ কলাই কাণ্ড আৰু শিপাৰ দৈৰ্ঘ বৃদ্ধিত সহায় কৰে—

(a) নিবেশিত ভাজক কলাই।

(b) অগ্রস্থ ভাজক কলাই।

(c) পার্শ্বীয় ভাজক কলাই।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) অগ্রস্থ ভাজক কলাই।

3. পেৰেণকাইমা কলাৰ জলজ উদ্ভিদক পানীত ওপঙি থকাত সহায় কৰা কলাবিধক বোলা হয়—

(a) ক্ল’ৰেণকাইমা।

(b) বায়ুকলা।

(c) কলেনকাইমা।

(d) ভাজক কলা।

উত্তৰঃ (b) বায়ু কলা।

4. ভাজক কলাৰ কোষবোৰ—

(a) বিভাজন ক্ষম

(b) বিভাজন ক্ষমাহীন

(c) (a) আৰু (b) দুয়োটা

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) বিভাজন ক্ষম।

5. তলৰ কোনবিধ কলাৰ বাবে উদ্ভিদ স্থিতিস্থাপকতা গুণসম্পন্ন ——

(a) ক্ল’ৰেণকাইমা।

(b) শ্লেৰেণকাইমা।

(c) এবেন কাইমা।

(d) ক’লেন কাইমা।

উত্তৰঃ (d) ক’লেন কাইমা।

6. প্ৰাণীৰ দেহক সুৰক্ষা দিয়াৰ বাবে থকা বাহ্যিক আৱৰণখনেই হ’ল—

(a) স্নায়ু ক’লা।

(b) আচ্ছাদক ক’লা।

(c) সংযোজক ক’লা।

(d) পেশি ক’লা।

উত্তৰঃ (b) আচ্ছাদক কলা।

7. নাৰিকলৰ বাকলি গঠন কৰা কলাবিধ হ’ল—

(a) স্কেৰেণকাইমা।

(b) ক’লেনকাইমা।

(c) এৰেন কাইমা।

(d) ক্লৰেণ কাইমা।

উত্তৰঃ (a) স্কেৰেণকাইমা।

8. তেজ বা ৰক্ত হৈছে এবিধ—

(a) আচ্ছাদক কলা।

(b) স্নায়ুকলা।

(c) সংযোজক কলা।

(d) অস্থি কলা।

উত্তৰঃ (c) সংযোজক কলা।

9. এডাল অস্থিক আন এডাল অস্থিৰ লগত বান্ধি ৰখা সংযোজক কলাবিধক বোলা হয়—

(a) টেগুন।

(b) লিগামেন্ট।

(c) উপাস্থি। 

(d) মেদকলা।

উত্তৰঃ (b) লিগামেন্ট।

10. তেজৰ অৰ্ধজুলীয়া আধাৰ দ্ৰৱ্যক বোলা হয়।

(a) লোহিত ৰক্ত কণিকা।

(b) শ্বেতৰক্ত কণিকা।

(c) প্লাজমা।

(d) অনুচক্রিকা।

উত্তৰঃ (c) প্লাজমা।

11. টেণ্ডনে তলত দিয়া কোন যোৰৰ মাজত সংযোগী কলা হিচাপে থাকে—

(a) পেশী আৰু হাড়।

(b) পেশী আৰু পেশী।

(c) হাড় আৰু হাড়। 

(d) অস্থি আৰু উপাস্থি।

উত্তৰঃ (a) পেশী আৰু হাড়।

12. মৰুজ উদ্ভিদৰ বহিত্বকখন ঢাকি ৰখা পদার্থবিধ হ’ল—

(a) চুৱেৰিন। 

(b) কিউটিন।

(c) কর্ক।

(d) ওপৰৰ তিনিওটা।

উত্তৰঃ (b) কিউটিন।

13. উদ্ভিদৰ কোনবিধ কলাৰ আটাইবিলাক কোষেই মৃত—

(a) পেৰেনকাইমা।

(b) ফ্ল’ৱেম।

(c) জাইলেম।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) জাইলেম।

14. চিলিয়াযুক্ত আৱৰণী কলা পোৱা যায়—

(a) অন্ত্ৰত।

(b) শ্বাসনলীত।

(c) ছালত।

(d) ৰেটিনাত।

উত্তৰঃ (b) শ্বাসনলীত।

15. হৰিৎকণা থকা পেৰেণকাইমীয় কোষবিলাক বোলা হয়—

(a) ক’লেনকাইমা।

(b) ক্ল’ৰেণকাইমা।

(c) স্কেৰেণকাইমা।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) ক্ল’ৰেণকাইমা।

1 thought on “Class 9 Science MCQ Chapter 6 কলা”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top