Class 9 Science MCQ Chapter 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science MCQ Chapter 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? Question Answer can be of great value to excel in the examination.
SEBA Class 9 Science MCQ Chapter 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?
SEBA Class 9 Science MCQ Chapter 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science MCQ Chapter 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?
Chapter – 2
Multiple Choice Questions & Answers
বহুবিকল্প বাছনি প্রশ্নোত্তৰ:
1. সংকৰ ধাতু হ’ল—
(a) মৌল।
(b) সমসত্ব মিশ্রন।
(c) বিশুদ্ধ পদার্থ।
(d) অসমসত্ব মিশ্রন।
উত্তৰঃ (b) সমসত্ব মিশ্রন।
2. পিতলৰ সংযুক্তি হ’ল—
(a) 30% জিংক আৰু 70% কপাৰ।
(b) 30% কপাৰ আৰু 70% জিংক।
(c) 90% কপাৰ আৰু 20% জিংক।
(d) 20% কপাৰ আৰু 90% জিংক।
উত্তৰঃ (a) 30% জিক আৰু 70% কপাৰ।
3. বায়ুত থকা নাইট্ৰ’জেন গেছৰ শতকৰা পৰিমাণ
হল—
(a) 21%
(b) 12%
(c) 78%
(d) 87%
উত্তৰঃ (c) 78%
4. মেগনেছিয়া দুগ্ধ তলৰ কোন প্ৰকাৰৰ দ্ৰৱ—
(a) এৰচল।
(b) চল।
(c) ফেন।
(d) জেল।
উত্তৰঃ (b) চ’ল।
5. গাখীৰৰ পৰা মাখন পৃথকীকৰণত ব্যৱহাৰ কৰা—
(a) বর্ণলেখন পদ্ধতি।
(b) পৰিস্ৰাৱন পদ্ধতি।
(c) বাষ্পীভৱন।
(d) অপকেন্দ্ৰীক পদ্ধতি।
উত্তৰঃ (d) অপকেন্দ্ৰীক পদ্ধতি।
6. তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয় ।
(a) বৰন।
(b) চিলিকন।
(c) অক্সিজেন।
(d) জার্মেনিয়াম।
উত্তৰঃ (c) অক্সিজেন।
7. তলৰ কোনটো এটা ধাতরীয় দ্যুতিগুণ সম্পন্ন অধাতু—
(a) ক্ল’ৰিন।
(b) ব্র’মিন।
(c) ফ্ল’ৰিন।
(d) আয়ডিন।
উত্তৰঃ (d) আয়ডিন।
৪. তলৰ কোনটো এটা তৰল ধাতু—
(a) যিংক।
(c) চডিয়াম।
(b) পাৰা।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) পাৰা।
9. তেজত থকা ঔষধীয় দ্ৰৱ্য পৃথকীকৰণত ব্যৱহাৰ
কৰা হয়—
(a) বর্ণলেখন।
(b) বাষ্পীভৱন।
(c) উর্দ্ধপাতন।
(d) আংশিক পাতন।
উত্তৰঃ (a) বর্ণলেখন।
10. এলকহল আৰু আয়ডিনেৰে গঠিত দ্ৰৱক কি বুলি জনা যায়?
(a) আয়াডিন।
(b) টিংছাৰ আয়ডিন।
(c) এলকহল।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ(b) টিংছাৰ আয়ডিন।
11. তলৰ কোনটো ধাতু হাতৰ তলুৱাত লগে গলি যায়—
(a) কেলছিয়াম।
(b) চিজিয়াম।
(c) ছডিয়াম।
(d) লিথিয়াম।
উত্তৰঃ (b) চিজিয়াম।
12. তলৰ কোনটো এটা ৰাসায়নিক পৰিবৰ্তন—
(a) পানী আৰু গাখীৰৰ মিশ্ৰন।
(b) বালি পাৰনীৰ মিশ্রন।
(c) লোত মামৰে ধৰা।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (c) লোত মামৰে ধৰা।
13. তলৰ কোনটো এটা তৰল অধাতু—
(a) ব্ৰমিন।
(b) অক্সিজেন।
(c) নাইট্ৰ’জেন।
(d) হাইড্ৰ’জেন।
উত্তৰঃ (a) ব্ৰমিন ।
14. তলৰ কোনটো এটা মিশ্ৰৰ উদাহৰণ—
(a) ভিনেগাৰ।
(b) মাৰ্বল।
(c) সাগৰৰ পানী।
(d) ওপৰৰ এটাওঁ নহয়।
উত্তৰঃ (c) সাগৰৰ পানী।
15. তলৰ কোনটোৱে টেণ্ডেল প্ৰভাৱ দেখুৱাই—
(a) প্রলম্বন।
(b) দ্ৰৱ।
(c) কলয়ড।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (c) কলয়ড।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


Thank you