Class 9 Elective Geography MCQ Chapter 2 মানৱ ভূগোল: পৃথিৱীৰ মানুহ Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Geography MCQ Chapter 2 মানৱ ভূগোল: পৃথিৱীৰ মানুহ Notes and select need one.
Class 9 Elective Geography MCQ Chapter 2 মানৱ ভূগোল: পৃথিৱীৰ মানুহ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Geography MCQ Solutions for All Subject, You can practice these here.
মানৱ ভূগোল: পৃথিৱীৰ মানুহ
Chapter – 2
ELECTIVE GEOGRAPHY
MULTIPLE CHOICE QUESTION ANSWER
১। পৃথিৱীৰ মানুহক কেইটা মানৱ জাতিত বিভক্ত কৰা হৈছে—
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (খ) তিনিটা।
২। হিন্দু ধৰ্মৰ মূল গ্ৰন্থখন কি—
(ক) বেদ।
(খ) বাইবেল।
(গ) কোৰণ।
(ঘ) ত্ৰিপিটাকা।
উত্তৰঃ (ক) বেদ।
৩। খ্ৰীষ্টান ধৰ্মৰ মূল গ্ৰন্থখন কি—
(ক) ত্ৰিপিটাকা।
(খ) কোৰণ।
(গ) বেদ।
(ঘ) বাইবেল।
উত্তৰঃ (ঘ) বাইবেল।
৪। ভাৰতবৰ্ষৰ প্ৰায় কিমান শতাংশ লোক হিন্দু ধৰ্মাৱলম্বী—
(ক) ৪৪ শতাংশ।
(খ) ২৭ শতাংশ।
(গ) ৮১ শতাংশ।
(ঘ) ৭১ শতাংশ।
উত্তৰঃ (গ) ৮১ শতাংশ।
৫। সমগ্ৰ বিশ্বৰে প্ৰাচীনতম ধর্ম হৈছে—
(ক) হিন্দু ধৰ্ম।
(খ) খ্ৰীষ্টান ধৰ্ম।
(গ) ইছলাম ধৰ্ম।
(ঘ) বৌদ্ধ ধৰ্ম।
উত্তৰঃ (ক) হিন্দু ধৰ্ম।
৬। বৌদ্ধ ধৰ্মৰ প্ৰধানকৈ কেইটা ভাগ আছে—
(ক) তিনিটা।
(খ) দুটা।
(গ) ছয়টা।
(ঘ) চাৰিটা।
উত্তৰঃ (খ) দুটা।
৭। ইছলাম ধৰ্মৰ সৃষ্টিকৰ্তা কোন আছিল—
(ক) আতিৰ খান।
(খ) আছাদ্দুদিন ওৱেইছি।
(গ) হজৰত মহম্মদ।
(ঘ) আজম খান।
উত্তৰঃ (গ) হজৰত মহম্মদ।
৮। পৃথিৱীৰ দ্বিতীয় বৃহত্তম ধৰ্ম কি—
(ক) জৈন ধর্ম।
(খ) বৌদ্ধ ধৰ্ম।
(গ) শিখ ধৰ্ম।
(ঘ) ইছলাম ধৰ্ম।
উত্তৰঃ (ঘ) ইছলাম ধৰ্ম।
৯। ভাৰতবৰ্ষত কিমান শতাংশ লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী—
(ক) ২.৩ শতাংশ।
(খ) ০.৮ শতাংশ।
(গ) ১.৯ শতাংশ।
(ঘ) ২৩ শতাংশ।
উত্তৰঃ (ক) ২.৩ শতাংশ।
১০। ভাৰতবৰ্ষত কিমান শতাংশ লোক শিখ ধৰ্মাৱলম্বী—
(ক) ৩.৯ শতাংশ।
(খ) ২.৯ শতাংশ।
(গ) ১.৯ শতাংশ।
(ঘ) ৫.৩ শতাংশ।
উত্তৰঃ (গ) ১.৯ শতাংশ।
১১। ভাৰতবৰ্ষত কিমান শতাংশ লোক বৌদ্ধ ধৰ্মাৱলম্বী–
(ক) ১.৭ শতাংশ।
(খ) ০.৮ শতাংশ।
(গ) ১২.৯ শতাংশ।
(ঘ) ১১.৪ শতাংশ।
উত্তৰঃ (খ) ০.৮ শতাংশ।
১২। ভাৰতবৰ্ষত কিমান শতাংশ লোক ইছলাম ধৰ্মাৱলম্বী—
(ক) ৪.৭ শতাংশ।
(খ) ২.৫ শতাংশ।
(গ) ৬.৮ শতাংশ।
(ঘ) ১২.৪ শতাংশ।
উত্তৰঃ (ঘ) ১২.৪ শতাংশ।
১৩। খ্ৰীষ্টান ধৰ্মৰ কেইটা ভাগত ভাগ কৰিছে—
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (ক) দুটা।
১৪। পৃথিৱীত মানুহৰ সৃষ্টি কেতিয়া হৈছিল—
(ক) ১-২ লাখ বছৰ পূৰ্বে।
(খ) ২১-২২ লাখ বছৰ পূৰ্বে।
(গ) ৫-৬ লাখ বছৰ পূৰ্বে।
(ঘ) ৬-৭ লাখ বছৰ পূৰ্বে।
উত্তৰঃ (গ) ৫-৬ লাখ বছৰ পূৰ্বে।
১৫। মানুহৰ সৃষ্টি প্ৰথমে কোন মহাদেশত হৈছিল—
(ক) ওচেনিয়া মহাদেশ।
(খ) আফ্ৰিকা মহাদেশ।
(গ) এছিয়া মহাদেশ।
(ঘ) ইউৰোপ মহাদেশ।
উত্তৰঃ (খ) আফ্ৰিকা মহাদেশ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

