Class 9 Elective Geography MCQ Chapter 1 প্ৰাকৃতিক ভূগোল: বতৰ আৰু জলবায়ু

Class 9 Elective Geography MCQ Chapter 1 প্ৰাকৃতিক ভূগোল: বতৰ আৰু জলবায়ু Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Geography MCQ Chapter 1 প্ৰাকৃতিক ভূগোল: বতৰ আৰু জলবায়ু Notes and select need one.

Class 9 Elective Geography MCQ Chapter 1 প্ৰাকৃতিক ভূগোল: বতৰ আৰু জলবায়ু

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Geography MCQ Chapter 1 প্ৰাকৃতিক ভূগোল: বতৰ আৰু জলবায়ু Solutions for All Subject, You can practice these here.

প্ৰাকৃতিক ভূগোল: বতৰ আৰু জলবায়ু

Chapter – 1

ELECTIVE GEOGRAPHY

MULTIPLE CHOICE QUESTION ANSWER

১। বায়ুমণ্ডলক প্ৰধানকৈ কেইটা স্তৰত ভাগ কৰিব পাৰি—

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (গ) চাৰিটা।

২। বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটো হৈছে—

(ক) ট্ৰপ’স্ফিয়েৰ।

(খ) ষ্ট্ৰেট’স্ফিয়েৰ।

(গ) মেছ’স্ফিয়েৰ।

(ঘ) থাৰ্মোস্ফিয়েৰ।

উত্তৰঃ (ক) ট্ৰপ’স্ফিয়েৰ।

৩। বায়ুৰ আর্দ্রতা কেই প্ৰকাৰে প্ৰকাশ কৰা হয়—

(ক) চাৰি।

(খ) দুই।

(গ) পাঁচ।

(ঘ) তিনি।

উত্তৰঃ (খ) দুই।

৪। বতাহক কেইটা ভাগত ভগাব পাৰি—

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (গ) চাৰিটা।

৫। বৰষুণ কেই প্ৰকাৰৰ—

(ক) ছয়।

(খ) তিনি।

(গ) দুই।

(ঘ) পাঁচ।

উত্তৰঃ (ঘ) পাঁচ।

৬। ছাভানা জলবায়ু বিৰাজ কৰা অঞ্চলবোৰত গ্ৰীষ্মকালৰ গড় উত্তাপ হৈছে—

(ক) ২৭°-২৮° চেন্টিগ্ৰেড।

(খ) ২৮°-২৯° চেন্টিগ্ৰেড।

(গ) ২২°-২৫° চেন্টিগ্ৰেড।

(ঘ) ২৪°-২৫° চেন্টিগ্ৰেড।

উত্তৰঃ (ক) ২৭°-২৮° চেন্টিগ্ৰেড।

৭। ছাভানা জলবায়ু বিৰাজ কৰা অঞ্চলবোৰত শীতকালৰ গড় উত্তাপ হৈছে—

(ক) ২৩° ৰ পৰা ২৪° চেন্টিগ্ৰেড।

(খ) ১০° ৰ পৰা ১৫° চেন্টিগ্ৰেড।

(গ) ১৫° ৰ পৰা ২০° চেন্টিগ্ৰেড।

(ঘ) ২৫° ৰ পৰা ৩০° চেন্টিগ্ৰেড।

উত্তৰঃ (খ) ১০° ৰ পৰা ১৫° চেন্টিগ্ৰেড।

৮। কোন জলবায়ু অঞ্চলত কেম্প’চ ঘাঁহনি অঞ্চল অন্তৰ্গত—

(ক) নাতিশীতোষ্ণ মৰু জলবায়ু।

(খ) মৌচুমী জলবায়ু।

(গ) ছাভানা জলবায়ু।

(ঘ) উষ্ণ মৰু অঞ্চল।

উত্তৰঃ (গ) ছাভানা জলবায়ু।

৯। চীনদেশীয় জলবায়ুক কি জলবায়ু বুলি কোৱা হয়—

(ক) পূব উপকূলীয় আর্দ্র জলবায়ু।

(খ) উপ মেৰু দেশীয় অঞ্চল।

(গ) ভূমধ্যসাগৰীয় জলবায়ু।

(ঘ) নাতিশীতোষ্ণ আর্দ্র জলবায়ু।

উত্তৰঃ (ঘ) নাতিশীতোষ্ণ আর্দ্র জলবায়ু।

১০। ভূমধ্যসাগৰীয় জলবায়ুত গ্ৰীষ্মকালত গড় উত্তাপ কিমান—

(ক) ২১° ৰ পৰা ২৭° চেন্টিগ্ৰেড।

(খ) ১০° ৰ পৰা ১৩° চেন্টিগ্ৰেড।

(গ) ২৫° ৰ পৰা ৩০° চেন্টিগ্ৰেড।

(ঘ) ২৩° ৰ পৰা ২৪° চেন্টিগ্ৰেড।

উত্তৰঃ (ক) ২১° ৰ পৰা ২৭° চেন্টিগ্ৰেড।

১১। ভূমধ্যসাগৰীয় জলবায়ুত শীতকালত গড় উত্তাপ কিমান—

(ক) ২৬° ৰ পৰা ৩০° চেন্টিগ্ৰেড।

(খ) ১৮° ৰ পৰা ২০° চেন্টিগ্ৰেড।

(গ) ১০° ৰ পৰা ১৩° চেন্টিগ্ৰেড।

(ঘ) ২১° ৰ পৰা ২৭° চেন্টিগ্ৰেড।

উত্তৰঃ (গ) ১০° ৰ পৰা ১৩° চেন্টিগ্ৰেড।

১২। কোনটো জলবায়ুক ছুডান জলবায়ু বুলিও কোৱা হয়—

(ক) নাতিশীতোষ্ণ মৰু জলবায়ু।

(খ) ভূমধ্যসাগৰীয় জলবায়ু।

(গ) নাতিশীতোষ্ণ সাগৰীয় জলবায়ু।

(ঘ) ছাভানা জলবায়ু।

উত্তৰঃ (ঘ) ছাভানা জলবায়ু।

১৩। কোনো এখন ঠাইত দীৰ্ঘ সময় ধৰি বিৰাজ কৰা জলবায়ুৰ গড় অৱস্থাক কি বোলে—

(ক) জলবায়ু।

(খ) বতৰ।

(গ) বতাহ।

(ঘ) অধঃক্ষেপ।

উত্তৰঃ (ক) জলবায়ু।

১৪। বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমান কি—

(ক) চাপ-বলয়।

(খ) বায়ুৰ আর্দ্রতা।

(গ) বায়ুমণ্ডলীয় চাপ।

(ঘ) টাইগা জলবায়ু।

উত্তৰঃ (খ) বায়ুৰ আর্দ্রতা।

১৫। নিয়মিত বতাহৰ উদাহৰণ কি—

(ক) বায়ুৰ আর্দ্রতা।

(খ) সংপৃক্ত বায়ু।

(গ) ধুমুহা বতাহ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) ধুমুহা বতাহ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top