🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 9 Elective Geography MCQ Chapter 3 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ

Class 9 Elective Geography MCQ Chapter 3 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Geography MCQ Chapter 3 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ Notes and select need one.

Class 9 Elective Geography MCQ Chapter 3 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Geography MCQ Solutions for All Subject, You can practice these here.

জনসংখ্যা বৃদ্ধি আৰু বিতৰণ

Chapter – 3

ELECTIVE GEOGRAPHY

MULTIPLE CHOICE QUESTION ANSWER

১। খৃষ্টপূৰ্ৱ ৮০০০ত পৃথিৱীত মুঠ আনুমানিক জনসংখ্যা কিমান আছিল—

(ক) ৮ নিযুত।

(খ) ৬ নিযুত।

(গ) ৩ নিযুত।

(ঘ) ৯ নিযুত।

উত্তৰঃ (ক) ৮ নিযুত।

২। ১৮০৮ শতিকাত পৃথিৱীৰ জনসংখ্যাই কিমান নিযুত অতিক্ৰম কৰিছিল—

(ক) ১২০০

(খ) ১০০০

(গ) ৩০০০

(ঘ) ২০০০

উত্তৰঃ (খ) ১০০০

৩। ১৯৫০ চনৰ পৰা ২০০০ চনৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা কিমান বৃদ্ধি হৈছিল—

(ক) ২৩০ কোটি।

(খ) ২৯০ কোটি।

(গ) ৩৫০ কোটি।

(ঘ) ৩৭০ কোটি।

উত্তৰঃ (গ) ৩৫০ কোটি।

৪। পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা কিমান—

(ক) ২০০ কোটিৰো অধিক।

(খ) ৩০০ কোটিৰো অধিক।

(গ) ৫০০ কোটিৰো অধিক।

(ঘ) ৭০০ কোটিৰো অধিক।

উত্তৰঃ (ঘ) ৭০০ কোটিৰো অধিক।

৫। কোন বছৰ পৃথিৱীৰ জনসংখ্যা প্ৰায় ১ মহানিযুত আছিল—

(ক) ১৮০৮ চনত।

(খ) ১৮০৩ চনত।

(গ) ১৯০৯ চনত।

(ঘ) ১৯০৬ চনত।

উত্তৰঃ (ক) ১৮০৮ চনত।

৬। পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ মহাদেশ কোনখন—

(ক) এছিয়া।

(খ) উত্তৰ আমেৰিকা।

(গ) ওচেনিয়া।

(ঘ) দক্ষিণ আমেৰিকা।

উত্তৰঃ (গ) ওচেনিয়া।

৭। তলৰ দেশসমূহৰ  কোনখনত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি—

(ক) ভাৰতবৰ্ষ।

(খ) বাংলাদেশ।

(গ) ইউৰোপ।

(ঘ) জাপান।

উত্তৰঃ (খ) বাংলাদেশ।

৮। পৃথিৱীৰ জনসংখ্যাৰ বৃদ্ধিৰ প্ৰধান কাৰণটো কি—

(ক) মৃত্যুহাৰ হ্রাস।

(খ) জন্মহাৰ বৃদ্ধি।

(গ) প্ৰব্ৰজন।

(ঘ) জন্মহাৰৰ তুলনাত মৃত্যুহাৰ হ্ৰাস।

উত্তৰঃ (ঘ) জন্মহাৰৰ তুলনাত মৃত্যুহাৰ হ্ৰাস।

৯। জন-প্ৰব্ৰজন কেই প্ৰকাৰৰ—

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উত্তৰঃ (ক) দুই।

১০। জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব পৃথিৱীৰ সকলো ঠাইতে একে হয়নে—

(ক) হয়।

(খ) নহয়।

(গ) হবও পাৰে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) নহয়।

১১। প্ৰতি বৰ্গকিল’মিটাৰ অঞ্চলত বসবাস কৰা মানুহৰ সংখ্যা হৈছে—

(ক) জন বিস্ফোৰণ।

(খ) আন্তঃৰ্দেশীয় প্ৰব্ৰজন।

(গ) জনসংখ্যাৰ ঘনত্ব।

(ঘ) অন্তৰ্দেশীয় প্ৰব্ৰজন।

উত্তৰঃ (গ) জনসংখ্যাৰ ঘনত্ব।

১২। দ্ৰুতগতিত হোৱা জনসংখ্যাৰ বৃদ্ধিক কি বোলে—

(ক) জনসংখ্যাৰ ঘনত্ব।

(খ) বাংলাদেশ-ভাৰত জন প্ৰব্ৰজন।

(গ) জন-প্ৰব্ৰজন বিকৰ্ষী কাৰক।

(ঘ) জন বিস্ফোৰণ।

উত্তৰঃ (ঘ) জন বিস্ফোৰণ।

১৩। নিজ দেশৰ ভিতৰতে এখন ঠাইৰপৰা আন এখন ঠাইলৈ বা এখন ৰাজ্যৰপৰা আন এখন ৰাজলৈ হোৱা প্ৰব্ৰজনক কি বোলে—

(ক) জন-প্ৰব্ৰজন বিকৰ্ষী কাৰক।

(খ) অন্তৰ্দেশীয় প্ৰব্ৰজন।

(গ) জন-প্ৰব্ৰজন আকৰ্ষী কাৰক।

(ঘ) আন্তঃদেশীয় প্ৰব্ৰজন।

উত্তৰঃ (খ) অন্তৰ্দেশীয় প্ৰব্ৰজন।

১৪। এক আন্তঃৰাষ্ট্ৰীয় জন-প্ৰব্ৰজন হৈছে—

(ক) বাংলাদেশ-ভাৰত জন প্ৰব্ৰজন।

(খ) জনসংখ্যাৰ ঘনত্ব।

(গ) অন্তৰ্দেশীয় প্ৰব্ৰজন।

(ঘ) জন বিস্ফোৰণ।

উত্তৰঃ (ক) বাংলাদেশ-ভাৰত জন প্ৰব্ৰজন।

১৫। অন্তৰ্দেশীয় প্ৰব্ৰজন কেইটা দিশত হ’ব পাৰে—

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) ছয়টা।

উত্তৰঃ (গ) চাৰিটা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top