🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 9 Elective Geography MCQ Chapter 5 সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ

Class 9 Elective Geography MCQ Chapter 5 সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Geography MCQ Chapter 5 সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ Notes and select need one.

Class 9 Elective Geography MCQ Chapter 5 সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Geography MCQ Solutions for All Subject, You can practice these here.

সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ

Chapter – 5

ELECTIVE GEOGRAPHY

MULTIPLE CHOICE QUESTION ANSWER

১। মানুহে সৃষ্টি কৰা সম্পদসমূহেই হৈছে—

(ক) প্ৰাকৃতিক সম্পদ।

(খ) মানৱসৃষ্ট সম্পদ।

(গ) পুনঃসৃষ্টিক্ষম সম্পদ।

(ঘ) পুনঃসৃষ্টিহীন সম্পদ।

উত্তৰঃ (খ) মানৱসৃষ্ট সম্পদ।

২। সম্পদক কেইটা ভাগত বিভক্ত কৰিব পাৰি—

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) ছয়টা।

উত্তৰঃ (ক) তিনিটা।

৩। প্রাকৃতিক সম্পদক কেইটা শ্রেণীত বিভক্ত কৰিব পাৰি—

(ক) চাৰিটা।

(খ) ছয়টা।

(গ) দুটা।

(ঘ) তিনিটা।

উত্তৰঃ (গ) দুটা।

৪। তলৰ কোনটো জৈৱিক সম্পদ হয়—

(ক) সোণ।

(খ)  ৰূপ। 

(গ) সৌৰশক্তি। 

(ঘ) উদ্ভিদ।

উত্তৰঃ (ঘ) উদ্ভিদ।

৫। তলৰ কোনটো অজৈৱিক সম্পদ নহয়—

(ক) লো।

(খ) জীৱ-জন্তু।

(গ) পানী।

(ঘ) ৰূপ।

উত্তৰঃ (খ) জীৱ-জন্তু।

৬। মানুহৰ অভাৱ পূৰণ কৰিব পৰা যিকোনো প্রকৃতি প্রদত্ত বস্তু বা মানুহে সৃষ্টি কৰা সামগ্ৰীক কি বোলে—

(ক) সম্পদ।

(খ) জীৱ-জন্তু।

(গ) পৰিৱৰ্তন।

(ঘ) পৰিস্থিতি।

উত্তৰঃ (ক) সম্পদ।

৭। প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা সম্পদক কি বোলে—

(ক) মানৱসৃষ্ট সম্পদ।

(খ) পুনঃসৃষ্টিক্ষম সম্পদ।

(গ) প্রাকৃতিক সম্পদ।

(ঘ) পুনঃসৃষ্টিহীন সম্পদ।

উত্তৰঃ (গ) প্রাকৃতিক সম্পদ।

৮। যিবিলাক সম্পদ ব্যৱহাৰ কৰিলে কমি যায় কিন্তু পুনৰ সৃষ্টি হৈ কম হোৱা অংশ পূৰণ হয়, তেনে সম্পদক কি বোলে—

(ক) প্ৰাকৃতিক সম্পদ।

(খ) পুনঃসৃষ্টিহীন সম্পদ।

(গ) মানৱসৃষ্ট সম্পদ।

(ঘ) পুনঃসৃষ্টিক্ষম সম্পদ।

উত্তৰঃ (ঘ) পুনঃসৃষ্টিক্ষম সম্পদ।

৯। তলৰ কোনটো পুনঃসৃষ্টিক্ষম সম্পদ নহয়—

(ক) ৰূপ।

(খ) বায়ু।

(গ) পানী।

(ঘ) প্ৰাণী।

উত্তৰঃ (ক) ৰূপ।

১০। তলৰ কোনটো পুনঃসৃষ্টিহীন সম্পদ নহয়—

(ক) কয়লা।

(খ) উদ্ভিদ।

(গ) সোণ।

(ঘ) ৰূপ।

উত্তৰঃ (খ) উদ্ভিদ।

১১। কিহৰ ভঁৰাল সংকুচিত হৈ আহিছে—

(ক) জীৱাশ্ম ইন্ধনৰ।

(খ) তেলৰ।

(গ) বায়ু।

(ঘ) পানী।

উত্তৰঃ (ক) জীৱাশ্ম ইন্ধনৰ।

১২। কি হ্ৰাস পোৱাৰ ফলত কাঠৰ সলনি লোহা ব্যৱহাৰ কৰা হয়—

(ক) মাটি।

(খ) পানী।

(গ) ওপৰৰ এটাও নহয়।

(ঘ) ওপৰৰ দুয়োটা।

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়।

১৩। অসমত চাহৰ মূল্য কেতিয়া খুব কম আছিল—

(ক) ইংৰাজসকল অহাৰ আগত।

(খ) ইংৰাজসকল অহাৰ পাছত।

(গ) ওপৰৰ দুয়োটাই।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ইংৰাজসকল অহাৰ আগত।

১৪। জীৱাশ্ম ইন্ধনৰ ভঁৰাল সংকুচিত হোৱাৰ কাৰণে কিহৰ ওপৰত নিৰ্ভয় কৰিবলগীয়া হৈছে—

(ক) পানী আৰু মাটি।

(খ) জলবিদ্যুৎ আৰু পাৰমাণৱিক শক্তি।

(গ) ওপৰৰ এটাও নহয়।

(ঘ) ওপৰৰ দুয়োটা।

উত্তৰঃ (খ) জলবিদ্যুৎ আৰু পাৰমাণৱিক শক্তি।

১৫। খনিজাত সম্পদ কি—

(ক) লো।

(খ) সোণ।

(গ) পানী, মাটি।

(ঘ) সোণ, ৰূপ দুয়োটা।

উত্তৰঃ (ঘ) লো, সোণ দুয়োটা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top