🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 9 Elective Geography MCQ Chapter 7 কৃষি

Class 9 Elective Geography MCQ Chapter 7 কৃষি Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Geography MCQ Chapter 7 কৃষি Notes and select need one.

Class 9 Elective Geography MCQ Chapter 7 কৃষি

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Geography MCQ Chapter 7 কৃষি Solutions for All Subject, You can practice these here.

কৃষি

Chapter – 7

ELECTIVE GEOGRAPHY

MULTIPLE CHOICE QUESTION ANSWER

১। কৃষিক্ষেত্ৰৰ স্থায়িত্বৰ ভিত্তিত কৃষি কেই প্ৰকাৰৰ হ’ব পাৰে—

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উত্তৰঃ (ক) দুই।

২। কৃষিক্ষেত্ৰৰ আকাৰৰ ভিত্তিত কৃষিক কেই প্ৰকাৰত বিভক্ত কৰিব পাৰি—

(ক) তিনি।

(খ) ছয়।

(গ) সাত।

(ঘ) দুই।

উত্তৰঃ (ঘ) দুই।

৩। আৰ্থিক দিশৰ পৰা কৃষি কেই প্ৰকাৰৰ হ’ব পাৰে—

(ক) চাৰি।

(খ) তিনি।

(গ) পাঁচ।

(ঘ) দুই।

উত্তৰঃ (খ) তিনি।

৪। মাটিৰ গুণাগুণ, জলবায়ু আৰু কৃষি পদ্ধতি অনুসৰি কৃষি কেই প্ৰকাৰৰ হ’ব পাৰে—

(ক) ছয়।

(খ) চাৰি।

(গ) দুই।

(ঘ) সাত।

উত্তৰঃ (গ) দুই।

৫। প্ৰধান খাদ্য শস্য কি—

(ক) ধান।

(খ) মাকৈ।

(গ) ঘেঁহু।

(ঘ) আটা।

উত্তৰঃ (ক) ধান।

৬। শস্য উৎপাদন আৰু  পশুপালন কাৰ্যকে কি বোলে—

(ক) সম্পদ।

(খ) কৃষি।

(গ) প্ৰাকৃতিক সম্পদ।

(ঘ) বসতি।

উত্তৰঃ (খ) কৃষি।

৭। পৃথিৱীৰ মৌচুমী জলবায়ু অনুভূত হোৱা অঞ্চলবোৰত কিহৰ খেতি কৰা হয়—

(ক) ঘেঁহুৰ।

(খ) কুঁহিয়াৰৰ।

(গ) ধানৰ।

(ঘ) সৰিয়হৰ।

উত্তৰঃ (গ) ধানৰ।

৮। ভাৰতৰ কোনটো নদী উপত্যতাত ধানখেতি ভাল হয়—

(ক) গংগা।

(খ) ব্ৰহ্মপুত্ৰ।

(গ) যমুনা।

(ঘ) গংগা–বহ্মপুত্ৰ।

উত্তৰঃ (ঘ) গংগা–বহ্মপুত্ৰ।

৯। ঘেঁহু খেতিৰ বাবে কিমান ছেন্টিমিটাৰ পৰিমাণৰ বার্ষিক বৃষ্টিপাতৰ প্রয়োজন—

(ক) ৫০ ৰ পৰা ১০০ ছেন্টিমিটাৰ।

(খ) ৬০ ৰ পৰা ১১০ চেণ্টিমিটাৰ।

(গ) ৩০ ৰ পৰা ১০০ চেণ্টিমিটাৰ।

(ঘ) ৫০ ৰ পৰা ২০০ চেণ্টিমিটাৰ।

উত্তৰঃ (ক) ৫০ ৰ পৰা ১০০ ছেন্টিমিটাৰ।

১০। কোনটো অঞ্চল ঘেঁহু খেতিৰ বাবে উপযোগী—

(ক) মৌচুমী অঞ্চল।

(খ) নাতিশীতোষ্ণ অঞ্চল।

(গ) ক্ৰান্তীয় তৃণভূমি অঞ্চল।

(ঘ) ক্ৰান্তীয় উষ্ণ মেৰু অঞ্চল।

উত্তৰঃ (খ) নাতিশীতোষ্ণ অঞ্চল।

১১। ভাৰতৰ কোন নদীৰ উপত্যকা ঘেঁহু খেতিৰ বাবে বিখ্যাত—

(ক) ব্ৰহ্মপুত্ৰ।

(খ) যমুনা।

(গ) গংগা।

(ঘ) মাজুলী।

উত্তৰঃ (গ) গংগা।

১২। এবিধ দৰকাৰী আঁহজাতীয় শস্য কি—

(ক) ধান।

(খ) কুঁহিয়াৰ।

(গ) ঘেঁহু।

(ঘ) কপাহ।

উত্তৰঃ (ঘ) কপাহ।

১৩। চাহ কোন মহাদেশৰ মৌচুমী জলবায়ু অঞ্চলৰ এবিধ প্রধান ৰোপণ শস্য—

(ক) এছিয়া।

(খ) আফ্ৰিকা।

(গ) উত্তৰ আমেৰিকা।

(ঘ) দক্ষিণ আমেৰিকা।

উত্তৰঃ (ক) এছিয়া।

১৪। একোখন ঠাইত স্থায়ীভাৱে কৰা কৃষিক কি বুলি কোৱা হয়—

(ক) শুষ্ক কৃষি

(খ) স্থায়ী কৃষি।

(গ) বাণিজ্যিক কৃষি।

(ঘ) আত্মনির্ভৰশীল কৃষি।

উত্তৰঃ (খ) স্থায়ী কৃষি।

১৫। তলৰ কোনটো প্ৰাকৃতিক কাৰক নহয়—

(ক) জলবায়ু।

(খ) মাটি।

(গ) নগৰীকৰণ।

(ঘ) পানী।

উত্তৰঃ (গ) নগৰীকৰণ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top