Class 9 Elective Geography MCQ Chapter 6 অৰ্থনৈতিক কাৰ্য বা বৃত্তি Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Geography MCQ Chapter 6 অৰ্থনৈতিক কাৰ্য বা বৃত্তি Notes and select need one.
Class 9 Elective Geography MCQ Chapter 6 অৰ্থনৈতিক কাৰ্য বা বৃত্তি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Geography MCQ Solutions for All Subject, You can practice these here.
অৰ্থনৈতিক কাৰ্য বা বৃত্তি
Chapter – 6
ELECTIVE GEOGRAPHY
MULTIPLE CHOICE QUESTION ANSWER
১। বৃত্তি কেই প্ৰকাৰৰ—
(ক) তিনি।
(খ) চাৰি।
(গ) পাঁচ।
(ঘ) ছয়।
উত্তৰঃ (খ) চাৰি।
২। তলৰ কোনটো প্ৰাথমিক বৃত্তিৰ উদাহৰণ নহয়—
(ক) কৃষিকাৰ্য।
(খ) বেংক।
(গ) পশুপালন।
(ঘ) মৎস্যপালন।
উত্তৰঃ (খ) বেংক।
৩। তলৰ কোনটো তৃতীয়ক বৃত্তিৰ উদাহৰণ নহয়—
(ক) গৱেষণা।
(খ) স্বাস্থ্য খণ্ড।
(গ) শিক্ষা।
(ঘ) পৰ্যটন।
উত্তৰঃ (ক) গৱেষণা।
৪। তলৰ কোনটো চতুৰ্থক বৃত্তিৰ উদাহৰণ নহয়—
(ক) বাণিজ্য।
(খ) জীৱনবীমা।
(গ) প্ৰশাসন।
(ঘ) কৃষিকাৰ্য।
উত্তৰঃ (ঘ) কৃষিকাৰ্য।
৫। যিবিলাক অৰ্থনৈতিক কাৰ্য্য বা বৃত্তি প্ৰকৃতিৰ পৰা পোনে পোনে সম্পদ আহৰণৰ লগত জড়িত সেইবোৰক কি বোলে—
(ক) প্ৰাথমিক বৃত্তি।
(খ) দ্বিতীয়ক বৃত্তি।
(গ) তৃতীয়ক বৃত্তি।
(ঘ) চতুৰ্থক বৃত্তি।
উত্তৰঃ (ক) প্ৰাথমিক বৃত্তি।
৬। মানুহে জীৱিকা উপাৰ্জনৰ বাবে যি কাম কাজ কৰে তাক কি বোলে—
(ক) কৰ্ম।
(খ) বৃত্তি।
(গ) শিক্ষা।
(ঘ) বাণিজ্য।
উত্তৰঃ (খ) বৃত্তি।
৭। শিল্পোৎপাদন প্রক্রিয়াৰ লগত জড়িত আর্থিক কাম কাজক কি বোলে?
(ক) চতুৰ্থক বৃত্তি।
(খ) তৃতীয়ক বৃত্তি।
(গ) দ্বিতীয়ক বৃত্তি।
(ঘ) প্ৰাথমিক বৃত্তি।
উত্তৰঃ (গ) দ্বিতীয়ক বৃত্তি।
৮। বৰ্তমান ভাৰতবৰ্ষত কিমান শতাংশ লোকে কৃষিবৃত্তিৰ লগত জড়িত—
(ক) ৫৬%
(খ) ৬৭%
(গ) ৭৮%
(ঘ) ৬৫%
উত্তৰঃ (ঘ) ৬৫%
৯। ১৯৯৭ চনৰ সমীক্ষামতে কিমান শতাংশ লোক কৃষি বৃত্তিৰ লগত জড়িত আছিল—
(ক) ৭০%
(খ) ৫৬%
(গ) ৯২%
(ঘ) ২৩%
উত্তৰঃ (ক) ৭০%
১০। কোনে ৰাজ্যখনত চাহ শিল্প, খনিজ তেল আৰু কয়লা ভিত্তিক শিল্পৰ প্ৰৱৰ্তন কৰিছিল—
(ক) আহোমসকলে।
(খ) ইংৰাজসকলে।
(গ) মোগলসকলে
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) ইংৰাজসকলে।
১১। কোন অহাৰ আগতে অসমৰ মানুহৰ অৰ্থনৈতিক কাম-কাজ কৃষি, মাছ ধৰা ঘৰুৱা বোৱা-কটা আদিতে প্ৰধানকৈ সীমাবদ্ধ আছিল—
(ক) মোগলসকলে।
(খ) আহোমসকলে।
(গ) ইংৰাজসকল।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) ইংৰাজসকল।
১২। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে আৰ্থিক ক্ষেত্ৰত উন্নত দেশত মুঠ কর্মীলোকৰ কিমান শতাংশতকৈও কম লোকহে প্ৰাথমিক বৃত্তিত নিয়োজিত—
(ক) ৩
(খ) ৪
(গ) ৮
(ঘ) ৫
উত্তৰঃ (ঘ) ৫
১৩। সাগৰ বা অন্য জলাশয়ৰ পৰা মাছ সংগ্ৰহ কৰাটো—
(ক) প্ৰাথমিক বৃত্তি।
(খ) তৃতীয়ক বৃত্তি।
(গ) চতুৰ্থক বৃত্তি।
(ঘ) দ্বিতীয়ক বৃত্তি।
উত্তৰঃ (ক) প্ৰাথমিক বৃত্তি।
১৪। ধান এবিধ—
(ক) এবিধ ঘাঁহনি সম্পদ।
(খ) এবিধ কৃষিজাত সম্পদ।
(গ) ওপৰৰ দুয়োটা।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) এবিধ কৃষিজাত দ্ৰব্য।
১৫। পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ অভূতপূৰ্ব বিকাশে কোনটো বৃত্তিত ব্যাপক পৰিৱৰ্তন ঘটাইছে—
(ক) প্ৰাথমিক বৃত্তি।
(খ) দ্বিতীয়ক বৃত্তি।
(গ) দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তি।
(ঘ) চতুৰ্থক বৃত্তি।
উত্তৰঃ (গ) দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তি।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

