Class 9 Elective Geography MCQ Chapter 8 উদ্যোগ Multiple Choice Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Geography MCQ Chapter 8 উদ্যোগ Notes and select need one.
Class 9 Elective Geography MCQ Chapter 8 উদ্যোগ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Geography MCQ Solutions for All Subject, You can practice these here.
উদ্যোগ
Chapter – 8
ELECTIVE GEOGRAPHY
MULTIPLE CHOICE QUESTION ANSWER
১। আকাৰ অনুযায়ী উদ্যোগ প্ৰধানকৈ কেইপ্ৰকাৰৰ—
(ক) দুই।
(খ) তিনি।
(গ) চাৰি।
(ঘ) পাঁচ।
উত্তৰঃ (খ) তিনি।
২। ব্যৱহৃত কেঁচামাল অনুযায়ী উদ্যোগসমূহক প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি—
(ক) তিনি।
(খ) চাৰি।
(গ) পাঁচ।
(ঘ) ছয়।
উত্তৰঃ (গ) পাঁচ।
৩। উৎপাদিত দ্ৰব্যৰ ভিত্তিত উদ্যোগ প্ৰধানকৈ কেইপ্ৰকাৰৰ হ’ব পাৰে—
(ক) দুই।
(খ) ছয়।
(গ) সাত।
(ঘ) আঠ।
উত্তৰঃ (ক) দুই।
৪। প্ৰতিষ্ঠানৰ মালিকানা অনুযায়ী উদ্যোগ কেইপ্ৰকাৰৰ হ’ব পাৰে—
(ক) ছয়।
(খ) চাৰি।
(গ) সাত।
(ঘ) তিনি।
উত্তৰঃ (ঘ) তিনি।
৫। লো-তীখাৰ উদ্যোগক কি বোলে—
(ক) মৌলিক উদ্যোগ।
(খ) উপভোগ্য দ্ৰব্যৰ উদ্যোগ।
(গ) ৰাজহুৱা খণ্ডৰ উদ্যোগ।
(ঘ) ব্যক্তিগত খণ্ডৰ উদ্যোগ।
উত্তৰঃ (ক) মৌলিক উদ্যোগ।
৬। ভাৰতত বছৰি কিমান নিযুত মেট্ৰিক টনাৰো অধিক কেঁচা লো উৎপাদন হয়—
(ক) ২০ নিযুত।
(খ) ৩০ নিযুত।
(গ) ৫০ নিযুত।
(ঘ) ৬০ নিযুত।
উত্তৰঃ (খ) ৩০ নিযুত।
৭। ভাৰতত কিহৰ খেতি অধিক পৰিমাণে কৰা হয়—
(ক) ঘেঁহু।
(খ) ধানৰ।
(গ) মৰাপাট।
(ঘ) কপাহৰ।
উত্তৰঃ (ঘ) কপাহৰ।
৮। ভাৰতৰ লো-তীখাৰ উদ্যোগ কত আছে—
(ক) ঝাৰখণ্ড, পশ্চিমবংগ।
(খ) ছাট্টিছগড়, বিহাৰ।
(গ) ওপৰৰ দুয়োটা।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) ওপৰৰ দুয়োটা।
৯। কপাহী উদ্যোগৰ প্ৰধান কেঁচামাল কি—
(ক) কপাহ।
(খ) লো।
(গ) মাটি।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) কপাহ।
১০। লো-তীখা উদ্যোগত প্ৰয়োজনীয় কেঁচামাল কি—
(ক) লোৰ আকৰ, কয়লা।
(খ) মেংগানিজ, চূণশিল।
(গ) ওপৰৰ দুয়োটাই।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) ওপৰৰ দুয়োটাই।
১১। কৃষিজাত শস্য বা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগক কি বোলে—
(ক) বৃহৎ উদ্যোগ।
(খ) মৌলিক উদ্যোগ।
(গ) ৰাজহুৱা খণ্ডৰ উদ্যোগ।
(ঘ) কৃষিভিত্তিক উদ্যোগ।
উত্তৰঃ (ঘ) কৃষিভিত্তিক উদ্যোগ।
১২। উদ্যোগৰ অৱস্থান নিৰ্ণয়কাৰী কাৰক কেইপ্ৰকাৰৰ—
(ক) ৭ প্ৰকাৰৰ।
(খ) ৮ প্ৰকাৰৰ।
(গ) ৯ প্ৰকাৰৰ।
(ঘ) ৪ প্ৰকাৰৰ।
উত্তৰঃ (ক) ৭ প্ৰকাৰৰ।
১৩। উদ্যোগৰ প্ৰকাৰবোৰ কি—
(ক) ডাঙৰ, সৰু, ঘৰুৱা।
(খ) ঘৰুৱা উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ, বৃহৎ।
(গ) ওপৰৰ দুয়োটা।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) ঘৰুৱা উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ, বৃহৎ।
১৪। ভাৰতৰ উদ্যোগ কেই প্ৰকাৰৰ—
(ক) চাৰি।
(খ) পাঁচ।
(গ) দুই।
(ঘ) তিনি।
উত্তৰঃ (গ) দুই।
১৫। ভাৰতৰ প্ৰধান উদ্যোগ দুটাৰ নাম কি—
(ক) লো-তীখাৰ উদ্যোগ আৰু কপাহী বয়ন উদ্যোগ।
(খ) মৌলিক উদ্যোগ আৰু বৃহৎ উদ্যোগ।
(গ) কৃষিভিত্তিক উদ্যোগ আৰু খনিজ সম্পদভিত্তিক উদ্যোগ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) লো-তীখাৰ উদ্যোগ আৰু কপাহী বয়ন উদ্যোগ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

