Class 8 Social Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা

Class 8 Social Science Question Answer Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা – সমাধান and select needs one.

Class 8 Social Science Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social Science পাঠ 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা for All Subject, You can practice these here.

       ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা

       পাঠ ( সমাজ বিজ্ঞান )

/ চমু উত্তৰ লিখা

() অকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম লিখা

উত্তৰ:- অকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম হল লো – তীখা উদ্যোগ ।

() ) এবিধ ইন্ধন খনিজৰ নাম লিখা

উত্তৰ:- এবিধ ইন্ধন খনিজৰ নাম হল কয়লা ।

() ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা

উত্তৰ:- ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম হল মহাৰাষ্ট্ৰ ।

() ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱা বিধৰ নাম লিখা

উত্তৰ:- ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱা বিধৰ নাম হল ৰেলসেৱা ।

() অসমত থকা আন্তৰ্জাতিক বিমান বন্দৰটিৰ নাম লিখা

উত্তৰ:- অসমত থকা আন্তৰ্জাতিক বিমান বন্দৰটিৰ নাম হল গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ ।

/ শুদ্ধ উত্তৰটো লিখা

() অভ্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত

(i) তৃতীয়

(ii) দ্বিতীয়

(iii) প্ৰথম ।

উত্তৰ:- (iii) প্ৰথম ।

() ভাৰতত প্ৰথমে ৰেল চলিছিল

(i) ১৮৩৫ চনত

(ii) ১৯৩৫ চনত

(iii) ১৮৫৩ চনত ।

উত্তৰ:- (iii) ১৮৫৩ চনত ।

() ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো বিচাৰি হল

(i) ১ নং ৰাষ্ট্ৰীয় ঘাইপথ

(ii) ২ নং ৰাষ্ট্ৰীয় ঘাইপথ

(iii) ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ।

উত্তৰ:- (iii) ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ।

() ভাৰতৰ আটইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্য খন হল

(i) অসম

(ii) কেৰেলা

(iii) অন্ধ্ৰপ্ৰদেশ ।

উত্তৰ:- (ii) কেৰেলা ।

/ উত্তৰ লিখা

() ভাৰতবৰ্ষৰ প্ৰধান খনিজ বলয়সমূহ কি কি ? অসম কোনোবা খনিজ বলয়ত অন্তৰ্ভুক্ত হয়নে ?

উত্তৰ:- ভাৰতবৰ্ষৰ প্ৰধান খনিজ বলয়সমূহ হল

(i) উত্তৰ – পূব উপ দ্বীপীয় বলয় ।

(ii) মধ্য বলয় ।

(iii) দক্ষিণ বলয় ।

(iv) দক্ষিণ – পশ্চিম বলয় ।

(v) উত্তৰ – পশ্চিম বলয় ।

(vi) উত্তৰ – পূব তৈল বলয় ।

অসম উত্তৰ – পূব তৈল বলয়ত অন্তৰ্ভুক্ত ।

(খ) ভাৰতৰ পাঁচটা প্ৰধান লো – তীখা উদ্যোগৰ নাম ।

উত্তৰ:- ভাৰতৰ পাঁচটা প্ৰধান লো – তীখা উদ্যোগৰ নাম হল

(i) জামছেদপুৰৰ টাটা লো – তীখা উদ্যোগ ।

(ii) বাৰ্নপুৰ লো আৰু তীখা উদ্যোগ ।

(iii) ৰুৰকেল্লা তীখা উদ্যোগ ।

(iv) ভিলাই তীখা উদ্যোগ ।

(গ) মুম্বাই – আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগ সমূহ কিয় গঢ়ি উঠিছে ?

উত্তৰ:- বয়ন উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ – পাতি, ৰং, ৰাসায়নিক দ্ৰব্য, কপাহ আদি আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্ৰীবোৰ ৰপ্তানি কৰিবলৈ বন্দৰৰ সুবিধা থকাৰ কাৰণে মুম্বাই – আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগ সমূহ  গঢ়ি উঠিছে ।

S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

8/ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত কেনে ধৰণে পৰিবৰ্তন আনিছে লিখা

উত্তৰ:- বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পৰিবৰ্তন আনিছে ।

স্থল পৰিবহণ:- সাধাৰণতে মানুহে খোজকাঢ়ি বেছি দূৰ যাতায়াত নকৰে । নানা ধৰণৰ যান – বাহনৰ ব্যৱহাৰ কৰে । যেনে – ৰেল –  গাড়ী, চাইকেল, স্কুটাৰ, বাছ আদি । এইবোৰ ব্যৱহাৰ কৰি মানুহে তীব্ৰ বেগে দূৰত্ববোৰ অতিক্ৰম কৰি নানা ঠাইলৈ অহা – যোৱা কৰিব পাৰে ।

জল পৰিবহণ:- পৃথিৱীৰ আন এক পৰিবহণৰ নাম হল জল পৰিবহণ । জলপথত যন্ত্ৰচালিত জাহাজ আদি চলিব পাৰে । এই জলপথবোৰেৰে কম খৰচতে মাল – বস্তু কঢ়িয়াব পাৰি আৰু যাত্ৰীসকলে কম খৰচতে যাতায়াত কৰিব পাৰে ।

ভাৰতত বহুতো চৰকাৰী – বেচৰকাৰী জলপথ আছে । ইয়াৰ উপৰি ভাৰতৰ আন্তৰ্জাতিক বাণিজ্যত আন্তৰাষ্ট্ৰীয় বহিঃ সামুদ্ৰিক জল পৰিবহণ ব্যৱস্থা আছে

বায়ু পৰিবহণ:- পৰিবহণ ব্যৱস্থাসমূহৰ ভিতৰত বায়ুসেৱা হৈছে দ্ৰুত সেৱা । অতি কম সময়ৰ ভিতৰতে এঠাইৰ পৰা বিমান যোগে আন এঠাইলৈ যাব পাৰি । বায়ু ডাক সেৱাই ভাৰতবৰ্ষৰ প্ৰথম বায়ু সেৱা পৰিবহণ ।

ভাৰতত প্ৰায় ৪৪৯ টা বিমান বন্দৰ আছে । ইয়াৰ দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, বেংগালুৰু, হায়দৰাবাদ , থিৰুবনন্তপুৰম, অমৃতসৰ, কোশী, আহমেদাবাদ, পানাজী আৰু গুৱাহাটীত একোটাকৈ আন্তৰ্জাতিক বিমান বন্দৰ আছে ।

/ পৰিবহণ ব্যৱস্থা দেশ এখনৰ সিৰাউপসিৰাস্বৰূপ কথাষাৰ সমৰ্থনত তিনিটা যুক্তি আগবঢোৱা

উত্তৰ:- পৰিবহণ ব্যৱস্থাই দেশৰ প্ৰগতিত দিশ নিৰ্ণায়কৰ ভূমিকা লয় । যোগাযোগ, যাতায়াত আৰু মানুহৰ মাজত আন্ত:সংযোগী পৰিবহন ব্যৱস্থা দেশৰ সিৰা – উপসিৰাস্বৰূপ । পৰিবহণ ব্যৱস্থাই দেশখনৰ সকলো ঠাইলৈ সামগ্ৰী বা বস্তু – বাহনি আৰু মানৱ সম্পদৰ পৰিবহন কৰি দেশ খন সফল ভাৱে উন্নত কৰি এখন শ্ৰেষ্ঠ দেশ হিচাপে গঢ়ি তোলে ।

মানৱ দেহত যিদৰে কলিজাৰ পৰা তেজ দেহৰ বিভিন্ন অংগৰ কোষবোৰলৈ গৈ দেশৰ পেশী বোৰ সজীৱ কৰি ৰাখে ঠিক সেইদৰে পৰিবহন ব্যৱস্থাও দেশৰ বিভিন্ন পথ – উপপথেৰে আমদানি – ৰপ্তানি কৰি দেশৰ বিভিন্ন  অঞ্চলৰ মানুহৰ প্ৰয়োজনীয় সামগ্ৰী আমদানিৰে যোগান ধৰে আৰু ৰপ্তানিৰ দ্বাৰা অতিৰিক্ত সামগ্ৰী আন ঠাইলৈ পৰিবাহিত কৰি সেই ঠাইৰ আৱশ্যকতা পূৰণ কৰে । সেয়ে পৰিবহণ ব্যৱস্থা দেশ এখনৰ সিৰা – উপসিৰাস্বৰূপ ।

/ ভূচিত্ৰাবলীৰ সহায়ত লিখা

() অসমত ৰাষ্ট্ৰীয় ঘাইপথ সমূহে চুই যোৱা জিলা সদৰসমূহৰ নাম

উত্তৰ:- অসমত ৰাষ্ট্ৰীয় ঘাইপথ সমূহে চুই যোৱা জিলা সদৰসমূহৰ নাম হল –

) মঙ্গলদৈ

) তেজপুৰ

) ওদালগুৰি

) লখিমপুৰ

) ধেমাজি

) গুৱাহাটী

) নগাঁও

যোৰহাট

) শিৱসাগৰ

১০) ডিব্ৰুগড়

১১তিনিচুকীয়া

১২) ডিগবৈ

১৩) ধুবুৰী

১৪) নলবাৰী

১৫) ৰঙিয়া

১৬) দক্ষিণ শালমাৰা

১৭) বিজনী

১৮) বিজালী আদি

() ৰেলপথে সংযোগ নকৰা উত্তৰপূব ভাৰতৰ ৰাজ্যকেইখনৰ নাম

উত্তৰ:- ৰেলপথে সংযোগ নকৰা উত্তৰ – পূব ভাৰতৰ ৰাজ্যকেইখনৰ নাম হল –

) মেঘালয়

) মিজোৰাম

) মণিপুৰ

) অৰুণাচল।

) নাগালেণ্ড

() ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰেলপথৰ শেষৰ ৰেল ষ্টেচনটোৰ নাম

উত্তৰ:- ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰেলপথৰ শেষৰ ৰেল ষ্টেচনটোৰ নাম হল – ডাঙৰী ।

2 thoughts on “Class 8 Social Chapter 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top