Class 6 Assamese Chapter 6 মিত্ৰামিত্ৰ

Class 6 Assamese Chapter 6 মিত্ৰামিত্ৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Assamese Chapter 6 মিত্ৰামিত্ৰ and select needs one.

SEBA Class 6 Assamese Chapter 6 মিত্ৰামিত্ৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Assamese Chapter 6 মিত্ৰামিত্ৰ Solutions for All Subject, You can practice these here.

মিত্ৰামিত্ৰ

পাঠ: 6

TEXTUAL QUESTION ANSWER

১। শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই জানি লোৱা।

কক্ষনিৰুদ্দিষ্টকৃতজ্ঞ
প্ৰচণ্ডককৰ্থনাপ্রভুভক্ত
শিঘ্ৰেপ্ৰতিশ্ৰুতিকৃতঘ্ন
প্রত্যুষতেসুমিষ্টন্যায়পৰায়ণ
শূলবিদ্ধযথাবিধিউদাসীন
ঘাতকসৎকাৰসহানুভূতিশীল
স্বৰ্ণকাৰনিমগ্নতিলমাত্র

২। উত্তৰ দিয়া।

(ক) যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি কি?

উত্তৰঃ যজ্ঞদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি স্বৰ্ণকাৰ আছিল।

(খ) সৰ্পই কাৰ শৰীৰত বিষবাণ মাৰিছিল?

উত্তৰঃ সৰ্পই মহাৰাণীৰ শৰীৰত বিষবাণ মাৰিছিল।

(গ) বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি কাৰ আছিল?

উত্তৰঃ বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি ৰাজকোঁৱৰৰ আছিল।

(ঘ) মহাৰাণীক জীৱাই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক কি প্রদান কৰিলে?

উত্তৰঃ মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক মন্ত্রিত্ব প্রদান কৰিলে।

(ঙ) কাৰ কৃষ্ণনা সাহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল?

উত্তৰঃ পত্নীৰ ককৰ্থনা সাহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল।

৩। নাটিকাখন ভালদৰে পঢ়ি ইয়াৰ অন্তর্নিহিত ভাবটো কোৱা।

উত্তৰঃ নাটিকাখনিৰ যোগেদি সোনাৰীৰ অশলাগী চৰিত্ৰটো ধুনিয়াকৈ প্রকাশ পাইছে। নাতিকাখনিত কেনেদৰে কিছুমান টেঙৰ মানুহে সহজ-সৰল উপকাৰী মানুহৰ প্ৰতি অন্যায় কৰে ধুনীয়াকৈ বৰ্ণনা কৰা হৈছে লগতে কিছু ক্ষেত্রত মানুহতকৈ যে সাধাৰণ জীৱ-জন্তু কিছু কিছু ক্ষেত্রত শ্রেষ্ঠ প্রকাশ পাইছে।

৪। নাটিকাখন পঢ়িবলৈ চাৰিজনীয়া দল গঠন কৰা আৰু চাৰিজনৰ প্ৰত্যেকে মহাৰাজ, মহামন্ত্রী, যজ্ঞদত্ত আৰু দ্বাৰপালৰ চৰিত্ৰ ভগাই লৈ ক্ৰম ৰক্ষা কৰি নাটকীয়ভাবে সংলাপবোৰ পঢ়া।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

৫। কোনে কাক কৈছিল লিখা।

(ক) “দ্বাৰপালজনক মই কি পুৰস্কাৰেৰে পুৰস্কৃত কৰিম?”

উত্তৰঃ উক্ত কথাষাৰ মহাৰাজে মহামন্ত্ৰীক কৈছিল।

(খ) “এয়া ৰাজকোঁৱৰৰ অলংকাৰ আছিল। আজিৰ পৰা এইবোৰ আপোনাৰ।”

উত্তৰঃ উক্ত কথাষাৰ বাঘে যজ্ঞদত্তক কৈছিল।

(গ) “আপুনি চিন্তা নকৰিব। ঈশ্বৰৰ আদেশ আৰু মহাৰাণীৰ কপালৰ লিখন অনুসৰি মই তেওঁৰ গালৈ বিষবাণ মাৰিম।”

উত্তৰঃ উক্ত  কথাষাৰ সাপে যজ্ঞদত্তক কৈছিল।

৬। তলত শব্দবিলাকৰ সন্ধি ভাঙা আৰু কি সন্ধি লিখা।

মিত্রামিত্ৰ ____________

পুৰস্কাৰ ___________

স্বৰ্ণালংকাৰ ___________

উদ্ধাৰ ____________

শুদ্ধাশুদ্ধি _____________

জগন্নাথ ____________

উত্তৰঃ (i)  মিত্রামিত্ৰ — মিত্ৰ+অমিত্ৰ (স্বৰসন্ধি)

(ii) স্বৰ্ণালংকাৰ– স্বৰ্ণ+অলংকাৰ (স্বৰসন্ধি)

(iii) শুদ্ধাশুদ্ধি– শুদ্ধ+অশুদ্ধি (স্বৰসন্ধি)

(iv) পুৰস্কাৰ — পুৰঃ+কাৰ (বিসৰ্গসন্ধি)

(v) উদ্ধাৰ — উৎ+ধাৰ (ব্যঞ্জনসন্ধি)

(vi) জগন্নাথ –জগৎ+ নাথ (ব্যঞ্জনসন্ধি)

৭। শব্দবোৰ স্বৰসন্ধি, ব্যঞ্জনসন্ধি আৰু বিসৰ্গসন্ধি নিৰ্ণয় কৰি তালিকাভুক্ত কৰা। 

উদ্ গতি (উৎ +গতি)সংস্কৃতি(সম্+কৃত)
জনৈক (জন+এক)গঙ্গোৰ্মি (গঙ্গা+ঊৰ্মি)
প্ৰত্যুত্তৰ(প্ৰতি+উত্তৰ)লোকাচাৰ(লোক+আচাৰ)
দেৱেশ্বৰ(দেৱ+ঈশ্বৰ)নিস্বাৰ্থ (নিঃ+স্বাৰ্থ)
দুৰ্নীতি(দুঃ+নীতি)উল্লাস (উৎ+লাস)
প্ৰত্যেক(প্ৰতি+এক)তপোবন (তপঃ+বন)
স্বৰসন্ধিব্যঞ্জনসন্ধিবিসর্গসন্ধি
জনৈকউদ্‌গতিদুর্নীতি

উত্তৰঃ 

স্বৰসন্ধিব্যঞ্জনসন্ধিবিসর্গসন্ধি
জনৈক
প্ৰত্যুত্তৰ
লোকাচাৰ
দেৱেশ্বৰ
প্ৰত্যেক
উদ্‌গতি
সংস্কৃতি
উল্লাস
দুর্নীতি
তপোবন

৮। পাঠত সুস্বাদু আৰু সুমিষ্ট শব্দ দুটা আছে। এনেধৰণৰ ‘সু’ উপসৰ্গযুক্ত পাঁচটা শব্দ লিখি উলিওৱা।

উত্তৰঃ (i) সু + নাম = সুনাম।

(ii) সু + প্ৰভাত = সুপ্রভাত।

(iii) সু + ফল = সুফল।

(iv) সু + বাস = সুবাস।

(v) সু + খ্যাতি = সুখ্যাতি।

৯। তলত দিয়া শব্দবোৰৰ ক্ষুদ্ৰাৰ্থবোধক ৰূপবোৰ লিখি অৰ্থ উল্লেখ কৰা। 

কণ-কণিকা, ক্ষুদ্রকণা, সৰু সৰু টোপাল।

পুস্তক

পত্র-

মণি-

কথা-

লতা-

শব্দক্ষুদ্ৰাৰ্থবোধকঅৰ্থ
পুষ্টকপুষ্টিকাসৰু পুথি
কথাকথীকা সৰুপ্ৰবন্ধ বা আলোচনা
লতা লতিকাসৰু লতা
কণকণিকাক্ষুদ্রমনি

১০। ছবি চাই প্রশ্নৰ উত্তৰ দিয়া।

(ক) ছবিকেইখনত প্ৰকাশ পোৱা কাহিনীটো কোৱা।

উত্তৰঃ দুজন বন্ধুৱে এদিন হাবি লৈ ফুৰিবলৈ গৈছিল। সঠাতে এটা ভালুক আহি তেওঁলোকৰ সন্মুখত উপস্থিত হ’ল। এজন বন্ধুৱে আনজনক এৰি নিজৰ ৰক্ষা কৰিবলৈ গছৰ ওপৰত উঠি গল আৰু এইজন বন্ধুৱেও উপাই নোপোৱাৰ কাৰণে মৰা মানুহৰ ভাও জুৰি পৰি থাকিল আৰু ভালুকটোৱে তেওঁক শুঙি আঁতৰি গ’ল।

(খ) দুজন বন্ধুৰ এজনে ভালুক দেখি ক’ত উঠিল?

উত্তৰঃ ভালুক দেখি এজন বন্ধু গছত উঠিলগৈ।

(গ) আনজন বন্ধুৱে কি কৰিলে?

উত্তৰঃ আনজন বন্ধুৱে মৰা মানুহৰ দৰে পৰি থাকিল।

(ঘ) ভালকুটোৱে ওচৰ চাপি আহি কি কৰিলে?

উত্তৰঃ ভালকুটোৱে  ওচৰ চাপি আহি মৰাৰ ভাও জুৰি থকাজনক শুঙি আঁতৰি গ’ল।

(ঙ) শেষত বন্ধু দুজনে কি কথা পাতিলে?

উত্তৰঃ শেষত বন্ধুৰ কথা নাভাবি নিজৰ ৰক্ষা কৰিবলৈ গছত উঠা বন্ধুজনে নামি আহি আনজনক সুধিলে যে– ভালুকটোৱে তেওঁৰ কাণে কাণে কি ক’লে। ইজন বন্ধুৱে ক’লে– ভালুকটোৱে কৈ গ’ল যে বিপদত সহায় কৰাজনহে আচল বন্ধু।

১১। শিক্ষকক সুধি শ্রীশ্রীমাধৱদেৱৰ ‘চোৰধৰা’ অথবা ‘পিম্পৰা গুচোৱা’ৰ কাহিনীটো জানি লোৱা আৰু শ্রেণীত সেই কাহিনী নিজৰ কথাৰে কোৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১২। তলৰ কথাখিনি নাটকীয় সংলাপত লিখা।

মহাৰাজে তেওঁৰ জীয়ৰী ৰাজকন্যা মণিমালাক বুজাইছে যে ফুলবোৰ প্ৰকৃতিৰ অনুপম সৃষ্টি। সেইবোৰ ছিঙিলে মৰহি যায়। কিন্তু গছত সেই ফুলবোৰ সজীৱ হৈ থাকে। নিজৰ খোপা সজাবলৈ বা গোন্ধ ল’বলৈ জধে-মধে ছিঙিব নালাগে।

উত্তৰঃ মণিমালা: হোৱা নাই, মহাৰাজ। এই ফুলবোৰ হৈ থাকিব লাগিব। তেওঁলোকে যিকোনো কৰিব পাৰে।

মহাৰাজ: কিন্তু এই ফুলবোৰ মৰি যাৱে। এই প্ৰকৃতিৰ অনুপম সৃষ্টিৰ সজীৱ থাকিব লাগিব। তোমাৰ বিচাৰিব পৰা আৰু মৰহি যাব।

মণিমালা: মহাৰাজ, ফুলবোৰৰ পৰা শিকৰা পাওঁব আৰু শিকৰা বুজাব পাৰো নাই। ফুলবোৰৰ বাবে যিকোনো পৰিস্থিতি স্থিৰ হোৱা দৰকাৰ।

মহাৰাজ: তোমাৰ একো দৃঢ় বিশ্বাস মোক সম্ভব কৰিব পাৰে এই ফুলবোৰৰ পৰা শিকৰা পাওৱাত। সেয়া মোৰ আগতে এতিয়া মোৰ অপৰাধ সম্ভব হৈছে বলি মন্তব্য কৰি চাবলৈ সম্মান কৰো।

১৩। ‘মিত্রামিত্র’ নাটিকাখনত মহাৰাজৰ ন্যায়-পৰায়ণতা প্রকাশ পাইছে। লগতে সাধাৰণ প্রাণীবোৰৰ প্ৰতি তেওঁৰ সহানুভূতি আৰু মৰম-চেনেহো প্রকাশিত হৈছে। জীৱ-জন্তুৰ প্ৰতি আমি কিয় দয়া-মবম প্রদর্শন কৰিব লাগে, শিক্ষকৰ সহায়ত আলোচনাচক্র পাতি নিজব নিজৰ মতামত দাঙি ধৰা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top