Class 6 Assamese Chapter 4 বিহু আদৰণি

Class 6 Assamese Chapter 4 বিহু আদৰণি Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Assamese Chapter 4 বিহু আদৰণি and select needs one.

SEBA Class 6 Assamese Chapter 4 বিহু আদৰণি

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Assamese Chapter 4 বিহু আদৰণি Solutions for All Subject, You can practice these here.

বিহু আদৰণি

পাঠ: 4

TEXTUAL QUESTION ANSWER

১। কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

২। লয় আৰু ছন্দৰ সংগতি চৰাখি কবিতাটি আবৃত্তি কৰা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

৩। চৰাইৰ বাহত থকা শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই শিকি লোৱা।

চ’তাই, থেৰেজু, আওলা,

বৰ্হমথুৰি, বাহঁত, চাত,

সুগৰ, আঁচু, ভমকা,

ৰচঙ্গা, খোলা, শাল, দিহা,

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

৪। উত্তৰ দিয়া।

(ক) চ’তাই বুলি কবিয়ে কাক কৈছে?

উত্তৰঃ চ’তাই বুলি কবিয়ে চ’ত মাহক কৈছে।

(খ) কবিতাটিত জেতুকা, থেৰেজুৰ লগতে আৰু কি অনাৰ কথা কোৱা হৈছে?

উত্তৰঃ কবিতাটিত জেতুকা, থেৰেজুৰ লগতে আৰু বহুমঠুৰি অনাৰ কথা কোৱা হৈছে।

(গ) মাখিয়তী আৰু তৰাৰ পথাৰে কি জুৰি পেলোৱাৰ কথা কৈছে?

উত্তৰঃ মাখিয়তী আৰু তৰাৰ পথাৰে আওলা জুৰি পেলোৱাৰ কথা কৈছে।

(ঘ) বাঁহত চাত কিহেৰে সজালে?

উত্তৰঃ বাঁহত চাত হালধি আৰু থেকেৰা বেঙেনাৰে সজালে।

(ঙ) বায়ে খোপালৈ বুলি কি ফুল আনিলে?

উত্তৰঃ বায়ে খোপালৈ বুলি ৰংচঙীয়া কপৌফুল আনিলে।

(চ) কবিয়ে চ’তাইক কি বুলি কাবৌ কৰিছে?

উত্তৰঃ কবিয়ে চতাইক ৰঙালীক আদৰি আনিবলৈ কাবৌ কৰিছে।

৫। কবিতাটিৰ কথাখিনি তোমাৰ কথাৰে লিখা।

উত্তৰঃ কবিতাটোত কবিয়ে চ’ত মাহৰ আগমনৰ লগে লগে ঢোল, পেপা বজাই ৰঙালী বিহুক আদৰিছে। পদলি মুখত বাট চাই থাকোতে জেতুকা, থেৰেজু বৰ্হমথুৰি সকলো আনি সাজু হলো। আয়ে বোৱা গামোচা কাটি উলিওৱা হ’ল। বায়ে কপৌ ফুল আনিছে। পিতায়ে নাহৰৰ ডালি আনিছে। খুড়ীয়ে পিঠাৰ খোল পাতিছে । আইতাই থাপনাৰ সমুখো চিকুণাই থৈছে। গতিকে চ’তায়ে সোনকালে ৰঙালী বিহুক আদৰি আনিব লাগে।

৬। বাক্য ৰচনা কৰা।

জেতুকা, ভমকা, আঁচু, শাল, দিহা

উত্তৰঃ (i) জেতুকা: বিহু উৎসৱ আহিলে আমি সকলোৱে হাতত জেতুকা লগাওঁ।

(ii) ভমকা: হেৰা মাহীদেউ, ভমকা ফুলীয়া চাদৰ পিন্ধি কোনফালে যোৱা।

(iii) আঁচু: পেহীয়ে যে গামোচাত ইমান ধুনীয়া আঁচুৰ ফুল তুলিছে।

(iv) শাল: চ’ত মাহৰ শালৰ খট্ খট্ শব্দই গাঁওখনি মুখৰিত কৰি ৰাখে।

৭। লিংগ নির্ণয় কৰি তালিকা পূৰ কৰা।

খুড়ী, আইতা, বাইদেউ, আই, পিতাই, ককাই, শাহ,ন ননন্দ, জোঁৱাই।

উত্তৰঃ 

পুলিংগস্ত্রীলিংগ
খুড়াখুড়ী
ককাআইতা
ভিনিবাইদেউ

৮। শব্দবোৰ বহুবচনত প্ৰকাশ কৰা।

ককাই, গামোচা, মানুহ, পিঠা, বাইদেউ

উত্তৰঃ  

একবচনবহুবচন
ককাইককাইহঁত
গামোচা গামোচাবোৰ
মানুহ মানুহবিলাক
পিঠা  পিঠাখিনি/পিঠাবোৰ
বাইদেউ              বাইদেউহঁত

৯। অৰ্থ প্ৰকাশ হোৱাকৈ তলৰ শব্দবোৰেৰে বাক্য সাজা।

টকাবাতথালজুৰি
টকাবাটঠালজুৰি

উত্তৰঃ টকা: পিতায়ে দুকুৰি টকাৰে এটা মাগুৰ মাছ কিনি আনিলে।

টকা: বিহুত বজাবলৈ বুলি জাতি বাঁহৰ টকা এটা কাটিছোঁ।

বাত: বৰালী মাছ আৰু কোমোৰা খালে মাৰ গাত বাত ওলাই যায়।

বাট: এইটো বাটেৰে গ’লে কোন গাঁও পোৱা যাব?

থাল: বাইটিয়ে চীনা মাটিৰ থালবোৰ লাহে লাহে ধুই আছে।

ঠাল: হৰিয়ে গছত উঠি ঠালবোৰ কাটি আছে।

জুৰি: আমাৰ গাঁৱৰ মাজেৰে এটা জুৰি বৈ গৈছে।

জুৰি: গোটেই ৰাজ্য জুৰি বিদ্রোহৰ জুই জ্বলি উঠিছিল।

১০। ৰচনাৰ আর্হিত বিহুৰ বিষয়ে দহটা বাক্য লিখা।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসমত এক উজ্জ্বল আৰু আনন্দময় উৎসৱ বিহুই উল্লেখযোগ্য সাংস্কৃতিক গুৰুত্ব লাভ কৰিছে। অতি উদ্যমেৰে উদযাপন কৰা এইখন অসমীয়া নৱবৰ্ষৰ আৰম্ভণি আৰু অঞ্চলটোৰ কৃষি পৰম্পৰাৰ মাজত গভীৰভাৱে শিপাই আছে। বছৰত তিনিবাৰকৈ এই উৎসৱ পালন কৰা হয়: এপ্ৰিল মাহত ৰঙালী বা ব’হাগ বিহু, অক্টোবৰ মাহত কংগলী বা কাতি বিহু, আৰু জানুৱাৰী মাহত ভোগালী বা মাঘ বিহু। বসন্ত উৎসৱ বুলিও জনাজাত ৰঙালী বিহু তিনিওটাৰ ভিতৰত আটাইতকৈ বিশদ আৰু বহুলভাৱে উদযাপিত। ইয়াৰ বৈশিষ্ট্য হৈছে ঢোল, পেপা, তাল আদি পৰম্পৰাগত বাদ্যযন্ত্ৰৰ ছন্দত পৰিবেশন কৰা বিহুনাস, হুছৰি, বিহুৱান আদি পৰম্পৰাগত নৃত্য। বিহুৰ সময়ত জনগোষ্ঠীসমূহে একত্ৰিত হৈ পিঠা (ধানৰ পিঠা), লাৰু (তিল আৰু গুড়ৰ মিঠাই), আৰু স্থানীয়ভাৱে উৎপাদিত বিভিন্ন ধৰণৰ ফল-মূলৰ দৰে সুস্বাদু খাদ্য খাই ভোজ খায়। এই উৎসৱে জাতি, ধৰ্ম, ধৰ্মৰ বাধাসমূহ অতিক্ৰম কৰি মানুহৰ মাজত ঐক্য আৰু সংহতিৰ ভাৱো গঢ়ি তোলে। সাংস্কৃতিক তাৎপৰ্যৰ উপৰিও বিহুৱে সংগীত, নৃত্য, নাট্য প্ৰদৰ্শনৰ জৰিয়তে শিল্পীসকলৰ প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ হিচাপে কাম কৰি মহোৎসৱৰ সজীৱতা বৃদ্ধি কৰে। অসমৰ আটাইতকৈ আদৰৰ উৎসৱ বিহুত অঞ্চলটোৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু কৃষি পৰম্পৰাৰ প্ৰতিফলন ঘটিছে, নবীকৰণ, সমৃদ্ধি, সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰতীক।

১১। তোমালোকৰ অঞ্চলত ৰঙালী বিহু কেনেদৰে উদ্যাপন কৰা হয় লিখা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

১২। দলত আলোচনা কৰি বস্তুকেইপদেৰে আমি কি কি কৰোঁ লিখা।

(ক) জেতুকা পাত।

(খ) বর্হমথুৰি।

(গ) পদ্মা।

(ঘ) কপৌ-ফুল।

(ঙ) বিহুৱান।

(চ) মাখিয়তী।

১৩। তলত উল্লেখ কৰা বাদ্যসমূহৰ কোনকেইবিধ বাদ্য বিহুগীত বা বিহুনাচত ব্যৱহাৰ কৰা হয়, দলত আলোচনা কৰি লিখা।

পেঁপা গগনা ঢোল হাৰমনিয়াম

খোল সুতুলি তাল ঢাক টকা গীতৰ

উত্তৰঃ বিহুগীত বা বিহুনাচত ব্যৱহৃত বাদ্যকেইবিধ হ’ল– পেঁপা, গগনা, ঢোল, সুতুলি, তাল, আৰু টকা।

১৪। তাঁত-শালৰ সঁজুলিবোৰৰ ব্যৱহাৰৰ বিষয়ে শিক্ষকক সুধি জানি লোৱা।

উঘা, চেবেকী, টোলোঠা, বাঁচ, মহুৰা, নাচনী, গৰকা, যতৰ, নেওঠনী

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

১৫। আমাৰ ৰাজ্যত বিভিন্ন জনগোষ্ঠীয়ে পালন কৰা উৎসৱসমূহৰ নামবোৰ দলত আলোচনা কৰি তালিকাখনত লিখা।

উত্তৰঃ 

জনগোষ্ঠীৰ নামউৎসৱৰ নাম
বড়ো বাথৌ পূজা, মাইনাও খেৰাই
মিচিং আলি আই লিগাং
আহোমমে দাম মেফী
চাহচড়ক পূজা

১৬। সৰু সৰু দলত ভাগ হৈ বৰ্ণৰ তালিকাখনৰ পৰা বিভিন্ন শব্দ লিখা।

দৱালৃৰবৱয়লা বাৰ
আঞৱাছাঁপদেগাঁবাৰত
ফাদুকনইৰাবৈদুমদি
९শাচুলবিবিদিকম९
পাঈয়েজাদুআগাপালীভ
ৰপআবকেখইৱাপূদ
হুঅখুগুথৌনলীঙজকু

উত্তৰঃ 

দৱালৃৰবৱয়লা বাৰ
আঞৱাছাঁপদেগাঁবাৰত
ফাদুকনইৰাবৈদুমদি
९শাচুলবিবিদিকম९
পাঈয়েজাদুআগাপালীভ
ৰপআবকেখইৱাপূদ
হুঅখুগুথৌনলীঙজকু

বাৰ, আন, শাক, দুৰ্গা, পালি ইংৰাজ, পূব, পূৰ, নলী, ছাদৰ, লাই, আলি, আই, লৃগাং, ফাল।

১৭।  ব’হাগত বঙালী, কাতিত কঙালী আৰু মাঘত হয় ভোগালী বিহু। প্রতিটো বিহুতে প্রকৃতিয়ে বেলেগ বেলেগ ৰূপ লয়। ব’হাগ মাহত প্রকৃতিয়ে কেনে ৰুপ লয় দলত আলোচনা কৰি বর্ণনা কৰা।

উত্তৰঃ বসন্ত আৰু সাংস্কৃতিক উৎসৱৰ প্ৰতিনিধিত্বৰ বাবে অসম আৰু বংগৰ দৰে অঞ্চলত বৈশাখ নামেৰেও পৰিচিত ব’হাগ মাহটো উল্লেখযোগ্য। অৰ্কিড আৰু অন্যান্য ফুল ফুলাৰ লগে লগে প্ৰকৃতিৰ ৰূপান্তৰ ঘটে, যাৰ ফলত উষ্ণ বতৰ আৰু ধান ৰোপণৰ দৰে কৃষি কাৰ্য্যকলাপ আৰম্ভ হয়। অসমৰ ব’হাগ বিহু আৰু বংগৰ পোহেলা বয়শাখৰ দৰে সাংস্কৃতিক উদযাপনত উজ্জ্বল পৰিবেশন আৰু ভোজ-ভাতৰ জৰিয়তে অঞ্চলটোৰ চহকী পৰম্পৰাক উজ্জ্বল কৰি তোলে, যাৰ ফলত ব’হাগক প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সাংস্কৃতিক সজীৱতা দুয়োটাৰে সময় হিচাপে পৰিগণিত হয়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Class 6 Assamese Chapter 4 বিহু আদৰণি”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top