Class 12 Sociology MCQ Chapter 4 সামাজিক অসমতাৰ ধৰণ আৰু বৰ্জন

Class 12 Sociology MCQ Chapter 4 সামাজিক অসমতাৰ ধৰণ আৰু বৰ্জন Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Sociology MCQ Chapter 4 সামাজিক অসমতাৰ ধৰণ আৰু বৰ্জন and select need one. AHSEC Class 12 Sociology Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Sociology MCQ Class 12.

Class 12 Sociology MCQ Chapter 4 সামাজিক অসমতাৰ ধৰণ আৰু বৰ্জন

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Sociology Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Sociology MCQ for All Chapters, You can practice these here.

Chapter: 4

প্ৰথম খণ্ড: ভাৰতীয় সমাজ

১। কোনটো শব্দটো সমাজত সম্পদৰ অসমান বিতৰণ বুজাবলৈ ব্যৱহৃত হয়?

(ক) সামাজিক সমতা।

(খ) সামাজিক স্তৰীকৰণ।

(গ) সামাজিক বর্জন।

(ঘ) সামাজিক গঠন।

উত্তৰঃ (খ) সামাজিক স্তৰীকৰণ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। সামাজিক অসমতা আৰু বর্জনক ‘সামাজিক’ বুলি কিয় কোৱা হয়?

(ক) ব্যক্তিগত বিষয় হোৱাৰ বাবে।

(খ) শিক্ষা ব্যৱস্থাৰ বাবে।

(গ) সমূহৰ বিষয় হোৱাৰ বাবে।

(ঘ) ৰাজনৈতিক বিষয় হোৱাৰ বাবে।

উত্তৰঃ (গ) সমূহৰ বিষয় হোৱাৰ বাবে।

৩। ‘অস্পৃশ্যতা’ কিহৰ ভিত্তিত প্রচলিত?

(ক) শিক্ষা।

(খ) সম্পত্তি।

(গ) পবিত্ৰতা-অপবিত্ৰতা।

(ঘ) পেশা।

উত্তৰঃ (গ) পবিত্ৰতা-অপবিত্ৰতা।

৪। নিম্নলিখিত কোনটো সামাজিক বর্জনৰ এক প্ৰক্ৰিয়া?

(ক) সম্পত্তি বণ্টন।

(খ) বঞ্চনা আৰু আঁতৰাই ৰখা।

(গ) সম্পত্তি কৰ।

(ঘ) ভোটাধিকাৰ।

উত্তৰঃ (খ) বঞ্চনা আৰু আঁতৰাই ৰখা।

৫। ‘বৰ্ণ বৈষম্য নীতি’ কোন দেশৰ লগত সম্পৰ্কিত?

(ক) ভাৰত।

(খ) চীন।

(গ) দক্ষিণ আফ্ৰিকা।

(ঘ) পাকিস্তান।

উত্তৰঃ (গ) দক্ষিণ আফ্ৰিকা।

৬। কোনজন ব্যক্তিয়ে নেলচন মেন্ডেলাৰ নেতৃত্বত সংগ্ৰাম চলাইছিল?

(ক) আদিবাসীসকল।

(খ) দলিতসকল।

(গ) কৃষ্ণবৰ্ণৰ লোকসকল।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) কৃষ্ণবৰ্ণৰ লোকসকল।

৭। কোনটো সামাজিক সম্পদৰ অংশ নহয়?

(ক) শিক্ষা।

(খ) টকা-পইচা।

(গ) স্বাস্থ্য।

(ঘ) বংশপৰিচয়।

উত্তৰঃ (ঘ) বংশপৰিচয়।

৮। কিমান চনত বৃটিছ ভাৰতীয় চৰকাৰে বৈষম্যৰ সম্মুখীন হোৱা জাতি আৰু জনজাতিক তালিকাভুক্ত কৰি ‘সূচীসমূহ’ প্রস্তুত কৰি উলিয়াইছিল?

(ক) ১৯৩৫ চনত।

(খ) ১৯৩৮ চনত।

(গ) ১৯৫৩ চনত।

(ঘ) ১৯৯৫ চনত।

উত্তৰঃ (ক) ১৯৩৫ চনত।

৯। ‘মণ্ডল আয়োগ’ কিহৰ সৈতে সম্পৰ্কিত?

(ক) অস্পৃশ্যতা।

(খ) অন্যান্য পিছপৰা শ্ৰেণী।

(গ) জনজাতি।

(ঘ) দলিত।

উত্তৰঃ (খ) অন্যান্য পিছপৰা শ্ৰেণী।

১০। ‘ব্রাহ্ম সমাজ’ কোনে প্ৰতিষ্ঠা কৰিছিল?

(ক) মহাত্মা গান্ধী।

(খ) ৰাজা ৰামমোহন ৰায়।

(গ) জ্যোতিবা ফুলে।

(ঘ) বি পি মণ্ডল।

উত্তৰঃ (খ) ৰাজা ৰামমোহন ৰায়।

১১। ‘স্ত্রী পুৰুষৰ তুলনা’ কিতাপখন কোনে লিখিছিল?

(ক) অনিতা ঘাই।

(খ) তাৰাবাই চিন্দে।

(গ) বেগম ৰোকেয়া।

(ঘ) অমৃতা প্ৰীতম।

উত্তৰঃ (খ) তাৰাবাই চিন্দে।

১২। ‘সামাজিক বর্জন’ কেনেধৰণৰ প্ৰক্ৰিয়া?

(ক) আকস্মিক।

(খ) দৈৱগত।

(গ) পদ্ধতিগত।

(ঘ) ব্যক্তিগত।

উত্তৰঃ (গ) পদ্ধতিগত।

১৩। ‘আদিবাসী’ শব্দৰ আক্ষৰিক অৰ্থ কি?

(ক) মূল বাসিন্দা।

(খ) পৰ্যটক।

(গ) কৃষক।

(ঘ) যুদ্ধবিদ।

উত্তৰঃ (ক) মূল বাসিন্দা।

১৪। ভাৰতত অন্যান্য পিছপৰা শ্ৰেণীৰ মুঠ জনসংখ্যাৰ শতকৰা প্ৰায়—

(ক) ২৫%।

(খ) ৩১%।

(গ) ৪১%।

(ঘ) ৪৫%।

উত্তৰঃ (গ) ৪১%।

১৫। ‘Invisible Man’ উপন্যাসটো লিখিছিল—

(ক) ৰাল্ফ এলিছন।

(খ) জ্যোতিবা ফুলে।

(গ) ৰাজা ৰামমোহন ৰায়।

(ঘ) বেগম ৰোকেয়া।

উত্তৰঃ (ক) ৰাল্ফ এলিছন।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top