Class 12 Sociology MCQ Chapter 3 সামাজিক সংস্থাসমূহঃ ধাৰাবাহিকতা আৰু পৰিৱৰ্তন

Class 12 Sociology MCQ Chapter 3 সামাজিক সংস্থাসমূহঃ ধাৰাবাহিকতা আৰু পৰিৱৰ্তন Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Sociology MCQ Chapter 3 সামাজিক সংস্থাসমূহঃ ধাৰাবাহিকতা আৰু পৰিৱৰ্তন and select need one. AHSEC Class 12 Sociology Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Sociology MCQ Class 12.

Class 12 Sociology MCQ Chapter 3 সামাজিক সংস্থাসমূহঃ ধাৰাবাহিকতা আৰু পৰিৱৰ্তন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Sociology Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Sociology MCQ for All Chapters, You can practice these here.

Chapter: 3

প্ৰথম খণ্ড: ভাৰতীয় সমাজ

১। ‘Caste’ শব্দটো ক’ৰ পৰা আহিছে?

(ক) ফৰাচী।

(খ) লেটিন।

(গ) স্পেনিছ।

(ঘ) পৰ্তুগীজ।

উত্তৰঃ (ঘ) পৰ্তুগীজ।

২। ‘Casta’ শব্দৰ অৰ্থ কি?

(ক) বিশুদ্ধ।

(খ) মিশ্ৰ।

(গ) অপবিত্ৰ।

(ঘ) অধঃপতিত।

উত্তৰঃ (ক) বিশুদ্ধ।

৩। বৰ্ণ ব্যৱস্থাত কিমানটা বৰ্ণ আছে?

(ক) ৩ টা।

(খ) ৪ টা।

(গ) ৫ টা।

(ঘ) ৬ টা।

উত্তৰঃ (খ) ৪ টা।

৪। আয়ান কালি কোন শ্ৰেণীৰ নেতা আছিল?

(ক) উচ্চ জাতি।

(খ) মধ্যবৰ্গ।

(গ) নিম্ন জাতি আৰু দলিত।

(ঘ) ব্ৰাহ্মণ।

উত্তৰঃ (গ) নিম্ন জাতি আৰু দলিত।

৫। জ্যোতিৰাও ফুলে কিমান চনত জন্মগ্ৰহণ কৰিছিল?

(ক) ১৮৩১ চনত।

(খ) ১৮২৭ চনত।

(গ) ১৮৬৩ চনত।

(ঘ) ১৮৭৩ চনত।

উত্তৰঃ (খ) ১৮২৭ চনত।

৬। জাতি ব্যৱস্থাৰ সৈতে কি অধিক জড়িত?

(ক) খেলা-ধুলা।

(খ) কৰ্ম আৰু বৃত্তি।

(গ) ৰাজনীতি।

(ঘ) সংগীত।

উত্তৰঃ (খ) কৰ্ম আৰু বৃত্তি।

৭। “সত্য সাধক সমাজ” কোনে প্ৰতিষ্ঠা কৰিছিল?

(ক) মহাত্মা গান্ধী।

(খ) ডঃ বি. আৰ. আম্বেদকাৰ।

(গ) জ্যোতিৰাও ফুলে।

(ঘ) সাবিত্ৰী বাই ফুলে।

উত্তৰঃ (গ) জ্যোতিৰাও ফুলে।

৮। ১৯০১ চনৰ লোকপিয়ল কাৰ তত্ত্বাৱধানত হৈছিল?

(ক) লৰ্ড কার্জন।

(খ) হাবাৰ্ট ৰিজলি।

(গ) লৰ্ড মেকলে।

(ঘ) উইলিয়াম বেণ্টিঙ।

উত্তৰঃ (খ) হাবাৰ্ট ৰিজলি।

৯। “সংস্কৃতকৰণ” ধাৰণাটো কোনে প্ৰদান কৰিছিল?

(ক) এম. এন. শ্ৰীনিবাস।

(খ) মহাত্মা গান্ধী।

(গ) ডঃ বি. আৰ. আম্বেদকাৰ।

(ঘ) ডি. কে. কৰভে।

উত্তৰঃ (ক) এম. এন. শ্ৰীনিবাস।

১০। “প্ৰভাৱশালী জাতি” শব্দটো কাক বুজায়?

(ক) উচ্চ জাতি।

(খ) নিম্ন জাতি।

(গ) বৃহৎ জনসংখ্যাৰ জাতি।

(ঘ) দলিত।

উত্তৰঃ (গ) বৃহৎ জনসংখ্যাৰ জাতি।

১১। জনজাতি শব্দটো মূলতে ক’ত ব্যৱহাৰ হৈছিল?

(ক) সমাজতত্ত্বত।

(খ) সাহিত্যত।

(গ) প্রশাসনিক ব্যৱস্থাত।

(ঘ) ধৰ্মত।

উত্তৰঃ (গ) প্রশাসনিক ব্যৱস্থাত।

১২। জনজাতিসকলৰ প্ৰাথমিক জীৱিকা কি আছিল?

(ক) ব্যৱসায়।

(খ) চাষবাস।

(গ) চিকাৰ আৰু খাদ্য সংগ্ৰহ।

(ঘ) মজুৰী খাটনি।

উত্তৰঃ (গ) চিকাৰী আৰু খাদ্য সংগ্ৰহ।

১৩। খাচি সমাজৰ পৰিয়াল কেনেকুৱা ধৰণৰ?

(ক) পিতৃবংশীয়।

(খ) মাতৃবংশীয়।

(গ) যৌথ পৰিয়াল।

(ঘ) পিতৃস্থানীয় পৰিয়াল।

উত্তৰঃ (খ) মাতৃবংশীয়।

১৪। “সাবিত্ৰী বাই ফুলে” কোনখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আছিল?

(ক) দিল্লী।

(খ) পুনা।

(গ) মুম্বাই।

(ঘ) হায়দৰাবাদ।

উত্তৰঃ (খ) পুনা।

১৫। জনজাতি আৰু জাতিৰ মাজত মূল পাৰ্থক্য কি?

(ক) ধৰ্ম।

(খ) বংশ।

(গ) পবিত্ৰতা-অপবিত্ৰতাৰ ধাৰণা।

(ঘ) ভূমি অধিকাৰ।

উত্তৰঃ (গ) পবিত্ৰতা-অপবিত্ৰতাৰ ধাৰণা।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top