Class 12 Sociology MCQ Chapter 2 ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি

Class 12 Sociology MCQ Chapter 2 ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Sociology MCQ Chapter 2 ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি and select need one. AHSEC Class 12 Sociology Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Sociology MCQ Class 12.

Class 12 Sociology MCQ Chapter 2 ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Sociology Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Sociology MCQ for All Chapters, You can practice these here.

Chapter: 2

প্ৰথম খণ্ড: ভাৰতীয় সমাজ

১। জনসংখ্যা শব্দটো কোন দুটি গ্ৰীক শব্দৰ সংমিশ্ৰণ?

(ক) ‘Demos’ আৰু ‘Graphein’.

(খ) ‘Demography’ আৰু জনপ্ৰব্ৰজন.

(গ) জন্ম আৰু মৃত্যু।

(ঘ) গাঁও আৰু নগৰ।

উত্তৰঃ (ক) ‘Demos’ আৰু ‘Graphein’.

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। আনুষ্ঠানিক জনসংখ্যাতত্ত্বত কি অধ্যয়ন কৰা হয়?

(ক) সমাজৰ সংৰচনা।

(খ) সংখ্যাগত তথ্য সংগ্ৰহ আৰু বিশ্লেষণ।

(গ) লিঙ্গ বৈষম্য।

(ঘ) সামাজিক পৰিৱৰ্তন।

উত্তৰঃ (খ) সংখ্যাগত তথ্য সংগ্ৰহ আৰু বিশ্লেষণ।

৩। সামাজিক জনসংখ্যাতত্ত্বত কি অধ্যয়ন কৰা হয়?

(ক) গাণিতিক তথ্য।

(খ) জনসংখ্যাৰ গাঁথনি আৰু পৰিৱৰ্তনৰ কাৰণ।

(গ) পৰিসংখ্যা।

(ঘ) খাদ্য উৎপাদন।

উত্তৰঃ (খ) জনসংখ্যাৰ গাঁথনি আৰু পৰিৱৰ্তনৰ কাৰণ।

৪। মালথাছৰ মতে জনসংখ্যা কিহত বৃদ্ধি পায়?

(ক) গাণিতিক হাৰ।

(খ) লগাৰিদমিক হাৰ।

(গ) জ্যামিতিক হাৰ।

(ঘ) বৃত্তীয় হাৰ।

উত্তৰঃ (গ) জ্যামিতিক হাৰ।

৫। খাদ্য উৎপাদন কিহত বৃদ্ধি পায় বুলি মালথাছে বিশ্বাস কৰিছিল?

(ক) জ্যামিতিক হাৰ।

(খ) লগাৰিদমিক হাৰ।

(গ) গাণিতিক হাৰ।

(ঘ) ধ্ৰুৱীয় হাৰ।

উত্তৰঃ (গ) গাণিতিক হাৰ।

৬। জনসংখ্যা নিয়ন্ত্ৰণৰ প্ৰতিৰোধমূলক উপায় কি?

(ক) ৰোগ।

(খ) দুর্ভিক্ষ।

(গ) বিয়াক স্থগিত ৰখা।

(ঘ) মহামাৰী।

উত্তৰঃ (গ) বিয়াক স্থগিত ৰখা।

৭। ধনাত্মক নিয়ন্ত্ৰণত কি অন্তৰ্ভুক্ত?

(ক) শিক্ষাৰ বিস্তাৰ।

(খ) ধৰ্মীয় প্ৰচাৰ।

(গ) মহামাৰী আৰু দুর্ভিক্ষ।

(ঘ) উচ্চ জন্ম হাৰ।

উত্তৰঃ (গ) মহামাৰী আৰু দুর্ভিক্ষ।

৮। জনসংখ্যা পৰিৱৰ্তনৰ সিদ্ধান্তত কিমানটা স্তৰ আছে?

(ক) ২টা।

(খ) ৩টা।

(গ) ৪টা।

(ঘ) ৫টা।

উত্তৰঃ (খ) ৩টা।

৯। ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা কিমান আছিল?

(ক) ১২০ কোটি।

(খ) ১২১ কোটি।

(গ) ১৩০ কোটি।

(ঘ) ১১৯ কোটি।

উত্তৰঃ (খ) ১২১ কোটি।

১০। ১৯১৮-১৯১৯ চনত ভাৰতত কি মহামাৰীয়ে ১২.৫ নিযুত মানুহৰ মৃত্যু ঘটালে?

(ক) কলেৰা।

(খ) প্লেগ।

(গ) ইনফ্লুয়েঞ্জা।

(ঘ) যক্ষ্মা।

উত্তৰঃ (গ) ইনফ্লুয়েঞ্জা।

১১। জনসংখ্যা বৃদ্ধিৰ হাৰ ক’ত সৰ্বাধিক?

(ক) মহাৰাষ্ট্ৰ।

(খ) উত্তৰ প্ৰদেশ।

(গ) গুজৰাট।

(ঘ) পশ্চিমবংগ।

উত্তৰঃ (খ) উত্তৰ প্ৰদেশ।

১২। ১৯৬১ চনত ভাৰতৰ মৃত্যুৰ হাৰ কিমান আছিল?

(ক) ২১.৬%।

(খ) ২৪.৮%।

(গ) ১৩.৩%।

(ঘ) ২.২%।

উত্তৰঃ (ক) ২১.৬%।

১৩। শিশুৰ মৃত্যুৰ হাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

(ক) লিঙ্গ অনুপাত।

(খ) বয়স গাঁথনি।

(গ) স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থা।

(ঘ) গ্ৰাম্য সমাজ।

উত্তৰঃ (গ) স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থা।

১৪। কোনো এটা এলেকাত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে থকা মহিলাৰ সংখ্যা কি বোলে?

(ক) জন্ম হাৰ।

(খ) মৃত্যুৰ হাৰ।

(গ) লিঙ্গ অনুপাত।

(ঘ) জননশক্তিৰ হাৰ।

উত্তৰঃ (গ) লিঙ্গ অনুপাত।

১৫। কেৰালাত জননশক্তিৰ হাৰ কিমান?

(ক) ২.৭%।

(খ) ৩.১%।

(গ) ১.৭%।

(ঘ) ২.৪%।

উত্তৰঃ (গ) ১.৭%।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top