Class 12 Education Chapter – 5 ( খ ) মনােযােগ আৰু আগ্রহ

Class 12 Education Chapter – 5 ( খ ) মনােযােগ আৰু আগ্রহ  Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Education Chapter 5 ( খ ) মনােযােগ আৰু আগ্রহ and select needs one.

Class 12 Education Chapter – 5 ( খ ) মনােযােগ আৰু আগ্রহ 

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Education Chapter – 5 ( খ ) মনােযােগ আৰু আগ্রহ Solutions for All Subject, You can practice these here…

( খ ) মনােযােগ আৰু আগ্রহ 

পাঠ: ৫

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক -১ )

A. খালী ঠাই পূৰ কৰা :

প্রশ্ন ১। মনযােগ হ’ল আগ্রহ …………ফাল । 

উত্তৰঃ সক্রিয় । 

প্রশ্ন ২। আগ্রহ হ’ল …………মনোেযােগ আৰু মনােযােগ হ’ল …………ৰাপ । 

উত্তৰঃ সুপ্ত , সক্রিয় ।

প্রশ্ন ৩। …………হ’ল মানসিকভাৱে সাজু থকা অৱস্থা । 

উত্তৰঃ মনােযােগ । 

প্রশ্ন ৪। মনযােগ হ’ল এটা মানসিক প্রক্রিয়া , তেনেদৰে ৰাপ হ’ল মানসিক ……………। 

উত্তৰঃ সংগঠন । 

প্রশ্ন ৫। চিন্তা আৰু ধাৰণৰ প্রতি দিয়া মনােযােগক কোৱা হয় …………। 

উত্তৰঃ ভাবাত্মক মনােযােগ । 

প্রশ্ন ৬। মনােযােগ হ’ল এটা বিষয়ৰ ওপৰত ………. একাগ্রতা । 

উত্তৰঃ মনৰ । 

প্রশ্ন ৭। সহজাত প্রবৃত্তিৰ পৰা সৃষ্টি হােৱা ৰাপক কোৱা হয় ………..ৰাপ । 

উত্তৰঃ জন্মগত আগ্রহ বা ৰাপ । 

প্রশ্ন ৮। কোনাে বাহিৰা হস্তক্ষেপ বা শক্তি অবিহনে দিয়া মনােযােগক …………..হিচাপে জনা যায় । 

উত্তৰঃ ইচ্ছাকৃত । 

প্রশ্ন ৯। প্রবৃত্তিৰ আকর্ষণীয় দক্ষতাৰ প্রতি দিয়া মনােযােগক …………হিচাপে জনা যায় । 

উত্তৰঃ ইচ্ছাবিৰােধী । 

প্রশ্ন ১০। বিপৰীত লিংগৰ প্রতি বয়ঃসন্ধিৰ ৰাপ হ’ল …………ৰাপ ।

উত্তৰঃ সুপ্ত ।

প্রশ্ন ১১। নিজ সন্তান প্রতি মাতৃৰ মৰম হ’ল ………ৰাপ । 

উত্তৰঃ সুপ্ত ।

প্রশ্ন ১২। পুৱাৰ বাতৰি-কাকতখনৰ প্রতি আমাৰ ৰাপ হ’ল ……….ৰাপ । 

উত্তৰঃ ক্ষণস্থায়ী । 

প্রশ্ন ১৩। মনোযােগ হ’ল চর্ত নির্ধাৰণকাৰী …………। 

উত্তৰঃ প্রক্রিয়া বা মানসিক ক্রিয়া । 

প্রশ্ন ১৪। নতুনত্ব হ’ল মনােযােগৰ এটা…………. কাৰক । 

উত্তৰঃ বস্তুনিষ্ঠ । 

প্রশ্ন ১৫। পুৰস্কাৰ মনোযােগৰ ………… এটা চর্ত । 

উত্তৰঃ ব্যক্তিনিষ্ঠ । 

প্রশ্ন ১৬। অৱধি , প্রাবল্য , সঞ্চালন ইত্যাদি হল ……….. চর্ত । 

উত্তৰঃ মনােযােগৰ । 

প্রশ্ন ১৭। ‘আগ্রহ হ’ল ইয়াৰ গতিশীল চৰিত্ৰৰ এটা মানসিক গুণ’ ………..এনেদৰে কৈছিল কোনে ? 

উত্তৰঃ ড্ৰেভাৰ ।

প্রশ্ন ১৮। ‘আগ্রহ হ’ল গুপ্ত মনােযােগ আৰু মনােযােগ হ’ল কার্যত ৰাপ’— এই মন্তব্য কৰিছিল | 

উত্তৰঃ মেকভূগেল । 

প্রশ্ন ১৯। পৰীক্ষাৰ সময়ত দিয়া মনােযােগ হল……….. ধৰণৰ মনােযােগ ।

উত্তৰঃ স্পষ্ট ঐচ্ছিক মনােযােগ । 

প্রশ্ন ২০। কান্দি থকা শিশুৰ প্রতি মাকৰ মনােযােগ হ’ল …………মনােযােগ । 

উত্তৰঃ স্বতঃস্ফূর্ত মনােযােগ । 

প্রশ্ন ২১। উচ্চ গ্ৰামৰ শব্দৰ প্রতি মনােযােগ দিয়াটো হ’ল ………….মনােযােগৰ উদাহৰণ । 

উত্তৰঃ আৰােপিত । 

প্রশ্ন ২২। Interest শব্দটোৰ মূল এটা লেটিন শব্দ , যাৰ অর্থ হল………….।  

উত্তৰঃ ‘যিয়ে আমাক কেন্দ্র কৰে ।’ 

প্রশ্ন ২৩। ………….. ৰ মতে আগ্রহ হ’ল ‘ইয়াৰ গতিশীল চৰিত্ৰৰ এটা মানসিক গুণ ।’

উত্তৰঃ ড্রেভাৰ । 

প্রশ্ন ২৪। …………. ৰ মতে ‘আমাৰ প্ৰতি ৰাপ থকা এটা বস্তু মাথোঁ এনেকুৱা যিয়ে আমাৰ সৈতে সম্পৰ্ক ৰাখে বা আমাৰ প্রতি গুৰুত্ব দিয়ে ।’ 

উত্তৰঃ ৰ’ছ ( Ross ) 

প্রশ্ন ২৫। বিপৰীত লিংগৰ প্রতি বয়ঃসন্ধিৰ ৰাপ হ’ল ………. ৰাপৰ এটা উদাহৰণ । 

উত্তৰঃ সুপ্ত । 

প্রশ্ন ২৬। পুৱাৰ বাতৰি কাকতখনৰ প্রতি আমাৰ ৰাপ হ’ল ……… ৰাপৰ এটা উদাহৰণ । 

উত্তৰঃ ক্ষণস্থায়ী । 

B. তলত দিয়া কথাবােৰ শুদ্ধ নে অশুদ্ধ লিখা :

প্রশ্ন ২৭। মনােযােগ হ’ল মনৰ আগত এটা চিন্তাৰ বস্তু পােৱাৰ এটা প্রক্রিয়া । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২৮। আগ্রহ হ’ল এটা মানসিক কার্য , তেনেদৰে ৰাপ হ’ল এটা মানসিক গাঁথনি । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২৯। মনােযােগ হ’ল এক মানসিক শক্তি । 

উত্তৰঃ অশুদ্ধ ।

প্রশ্ন ৩০। মনােযােগ আৰু সচেতনতাৰ অৰ্থ একেটাই । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৩১। প্রবৃত্তিৰ বাবে ইচ্ছাশক্তিৰ প্ৰচেষ্টাৰ প্রয়ােজন নথকা মনােযােগক কোৱা হয় । অনভীক্ষিত মনােযােগ । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৩২। শিশুৰ মনােযােগ স্বাভাৱিকতে অনভীল্পিত । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৩৩। একে সময়তে আমি একাধিক কথাত জড়িত হ’ব পাৰো । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ৩৪। কণমানি শিশুৱে স্বেচ্ছাকৃত মনােযােগ দিব নােৱাৰে । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ৩৫। অন্যমনস্কতাই সদায় মনোযােগ বিঘ্নিত কৰে । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৩৬। অমনােযােগিতাই মনােযােগৰ অনুপস্থিতিকে বুজায় । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৩৭। পুনাৰাবৃত্তিয়ে ৰাপ বঢ়ায় । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৩৮। আগ্রহে মনােযােগ সৃষ্টি কৰে , কিন্তু মনােযােগে ৰাপৰ সৃষ্টি কৰিব নােৱাৰে । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৩৯। আমাৰ কাম কৰি থকা অৱস্থাত সম্পূৰ্ণৰূপে অমনােযােগী হােৱাটো সম্ভৱ নহয় । 

প্রশ্ন ৪০। মনােযোগ এটা মানসিক প্রক্রিয়া ।

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৪১। মানসিক স্বাস্থ্য মনোযােগৰ এটা চর্ত । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৪২। ৰিজনি হ’ল মনােযােগৰ এটা বস্তুগত চর্ত । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৪৩। আমাৰ মনােযােগৰ ওপৰত আবেগৰ কোনাে প্রভাৱ নাই । 

উত্তৰঃ অশুদ্ধ ।

প্রশ্ন ৪৪। আগ্রহ হ’ল এক গতিশীল মানসিক প্রক্রিয়া । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৪৫। মনােযােগৰ আভ্যন্তৰীণ কাৰকবােৰ হ’ল ভাবাত্মক । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৪৬। মনোযােগ হ’ল এক অভিপ্রেত তৎপৰতা । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৪৭। আগ্রহ সামাজিক প্রভাৱৰ ওপৰত নিৰ্ভৰশীল । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৪৮। আগ্রহ হ’ল স্থিৰ মানসিক গাঁথনি । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ৪৯। আগ্রহ হ’ল সদায় জন্মগত গুণ । 

উত্তৰঃ অশুদ্ধ ।

প্রশ্ন ৫০। দীঘলীয়া অৱধিৰ বাবে একেটা বস্তুৱে মনােযােগ দি থাকিব নােৱাৰে । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৫১। আহৰিত আগ্রহ স্বাভাৱিকতেই সার্বজনীন । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ৫২। আমি একে সময়তে দুটা বস্তুত ধ্যান দিব নােৱাৰোঁ । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৫৩। আগ্রহ স্থায়ী বা অস্থায়ীও হ’ব পাৰে । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৫৩। অমনােযােগে মনোযােগৰ অনুপস্থিতিক নুবুজায় । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৫৫। মনােযােগ সহচৰ হয় গতি নিয়ন্ত্রক । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৫৬। মনােযােগ হ’ল এটা বাছনিকৃত প্রক্রিয়া । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৫৭। মনােযােগ হ’ল স্বাভাৱিক আৰু প্রবৃত্তিগত । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৫৮। মনােযােগ হ’ল ৰাপৰ পূর্বচর্ত । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৫৯। আগ্রহ এটা জন্মগত গুণ নহয় । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৬০। আগ্রহসমূহ স্থিৰ । 

উত্তৰঃ অশুদ্ধ ।

প্রশ্ন ৬১। আগ্রহ হ’ল গুপ্ত মনােযােগ , মনোযােগ হ’ল কৰ্মৰত ৰাপ । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৬২। বুদ্ধিমত্তা আগ্রহৰ এটা উৎস নহয় । 

উত্তৰঃ অশুদ্ধ । 

C. চমু উত্তৰ দিয়া 

প্রশ্ন ৬৩। মনােযােগৰ যিকোনাে এটা বৈষয়িক কাৰক উল্লেখ কৰা । 

উত্তৰঃ আকাৰ ।

প্রশ্ন ৬৪। ‘মনােযােগ আৰু আগ্রহ একেটা মুদ্ৰাৰ ইপিঠি – সিপিঠি’— এই মন্তব্য কোনে কৰিছিল ? 

উত্তৰঃ ষ্টাউটে । 

প্রশ্ন ৬৫। আগ্রহ হ’ল গুপ্ত মনোযােগ আৰু মনােযােগ হ’ল সক্রিয় ৰাপ’— এই মন্তব্য কোনে কৰিছিল ? 

উত্তৰঃ মেকভূগােলে ।

প্রশ্ন ৬৬। স্বেচ্ছাকৃত মনোযােগৰ প্ৰকাৰ দুটা কি কি ? 

উত্তৰঃ অনুমিত আৰু স্পষ্ট । 

প্রশ্ন ৬৭। Interest শব্দটোৰ মূল লেটিন অর্থটো কি ? 

উত্তৰঃ যিয়ে আমাক কেন্দ্র কৰে । 

প্রশ্ন ৬৮। ‘মনােযােগ হ’ল চিন্তাৰ উদ্দেশ্য এটাক স্পষ্টকৈ মনৰ সন্মুখত পােৱাৰ এটা প্রক্রিয়া ।’— এই মন্তব্য কাৰ ? 

উত্তৰঃ জেমছৰ । 

প্রশ্ন ৬৯। মনােযােগ দিয়াটো হ’ল এটা নির্দিষ্ট বস্তুৰ গম ল’বলৈ থিতাতে স্থিৰ কৰা আৰু সাজু হােৱা বা নির্দিষ্ট কার্য সম্পন্ন কৰা ‘ — মনােযােগৰ এই সুত্র কোনে দিছিল ? 

উত্তৰঃ উডৱৰ্থ ( Woodworth ) 

প্রশ্ন ৭০। মনােযােগৰ বিস্তৃতি বুলিলে কি বুজা ? 

উত্তৰঃ মনােযােগৰ বিস্তৃতি বুলিলে এজন ব্যক্তিয়ে কোনাে এটা বস্তুৰ ওপৰত একেলগে কিমানখিনি সময় মনােযােগ দি থাকিব পাৰে তাকে বুজায় । 

প্রশ্ন ৭১। ‘এজন ভােকাতুৰ মানুহে মনােযােগ দিয়ে খাদ্যৰ প্ৰতি কাৰণ দশোৱা । 

উত্তৰঃ প্ৰবৃত্তিজাত সকলাে বস্তু বা কাৰ্যৰ প্রতি মানুহে মনােযােগ দিয়ে । 

প্রশ্ন ৭২। উচ্চ কোলাহল , জিকমিকোৱা পােহৰ আৰু গাঢ় ৰঙে তৎক্ষণাত আমাৰ মনােযােগ আকর্ষণ কৰে’— কাৰণ উল্লেখ কৰা ।

উত্তৰঃ কাৰণ উচ্চ শব্দই হওক বা তীব্রতা পােহৰে হওক এই উদ্দীপক সমূহে আমাৰ মনােযােগ বেছিকৈ আকর্ষিত কৰে কাৰণ এই সমূহ মনােযােগৰ বস্তুনিষ্ঠ চর্ত । 

প্রশ্ন ৭৩। আকাৰ মনােযােগৰ এটা চর্ত’– উদাহৰণ দিয়া । 

উত্তৰঃ বাতৰি কাকতৰ শিৰােনামৰ আখৰবােৰে আমাৰ মনােযােগ আকর্ষণ কৰে । 

প্রশ্ন ৭৪। ‘এখন বগা দেৱালৰ এটা সৰু দাগলৈ আমি মন কৰোঁ কিয় ? 

উত্তৰঃ বৈসাদৃশ্য বস্তুৱে আমাৰ মন সহজে আকৃষ্ট কৰে । সেইবাবে বগা দেৱালখনৰ এটা সৰু দাগলৈ মন কৰাে । 

প্রশ্ন ৭৫। স্বতঃস্ফুর্ত মনোযােগৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ শাস্ত্রীয় সংগীতৰ প্ৰশিক্ষণৰ যােগে অনুৰাগী হৈ উঠা এজন ছাত্রই অধ্যয়নত বহাৰ সময়ত তেনে সংগীত ৰেডিঅ’ত বাজি উঠিলে অনিচ্ছা সত্ত্বেও তাৰ প্রতি মনােযােগ দি উঠে । 

See Next Page…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top