Class 12 Economics MCQ Chapter 9 সমসাময়িক ভাৰতীয় অর্থনীতিৰ প্রত্যাহ্বানসমূহ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Economics MCQ Chapter 9 সমসাময়িক ভাৰতীয় অর্থনীতিৰ প্রত্যাহ্বানসমূহ and select need one. AHSEC Class 12 Economics Objective Type Solutions As Per AHSEC New Book Syllabus Download PDF. AHSEC Economics MCQ Class 12.
Class 12 Economics MCQ Chapter 9 সমসাময়িক ভাৰতীয় অর্থনীতিৰ প্রত্যাহ্বানসমূহ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Economics Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Economics MCQ in Assamese for All Chapters, You can practice these here.
সমসাময়িক ভাৰতীয় অর্থনীতিৰ প্রত্যাহ্বানসমূহ
Chapter: 9
দ্বিতীয় খণ্ড: ভাৰতৰ অৰ্থনৈতিক উন্নয়ন |
১। ভাৰতবৰ্ষৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্যখন হৈছে-
(ক) উত্তৰ প্ৰদেশ।
(খ) পশ্চিমবংগ।
(গ) মধ্যপ্ৰদেশ।
(ঘ) মহাৰাষ্ট্ৰ।
উত্তৰঃ (ক) উত্তৰ প্ৰদেশ।
২। ভাৰতবৰ্ষৰ সৰ্বোচ্চ শিক্ষিতৰ হাৰ থকা ৰাজ্যখন-
(ক) কেৰেলা।
(খ) মণিপুৰ।
(গ) দিল্লী।
(ঘ) অসম।
উত্তৰঃ (ক) কেৰেলা।
৩। MGNREGA কিমান চনত প্ৰৱৰ্ত্তন হয়?
(ক) ২০০৫ চনত।
(খ) ২০০৬ চনত।
(গ) ২০০৭ চনত।
(ঘ) ২০০৯ চনত।
উত্তৰঃ (ক) ২০০৫ চনত।
৪। ভাৰতবৰ্ষত দৰিদ্ৰতাৰ সীমাৰেখা নিৰ্ধাৰণ কৰা হয়-
(ক) গাওঁ অঞ্চলত ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত ২১০০ কেলৰি।
(খ) গাওঁ অঞ্চলত ২১০০ কেলৰি আৰু চহৰ অঞ্চলত ২৪০০ কেলৰি।
(গ) গাওঁ অঞ্চলত ২০০০ কেলৰি আৰু চহৰ অঞ্চলত ১৮০০ কেলৰি।
(ঘ) গাওঁ অঞ্চলত ১৮০০ কেলৰি আৰু চহৰ অঞ্চলত ২০০০ কেলৰি।
উত্তৰঃ (ক) গাওঁ অঞ্চলত ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত ২১০০ কেলৰি।
৫। ভাৰতবৰ্ষৰ সৰ্বাধিক ঘনত্ব থকা ৰাজ্যখন-
(ক) পশ্চিমবংগ।
(খ) মহাৰাষ্ট্ৰ।
(গ) কেৰেলা।
(ঘ) উত্তৰ প্ৰদেশ।
উত্তৰঃ (ক) পশ্চিমবংগ।
৬। ভাৰতবৰ্ষৰ সৰ্বনিম্ন ঘনত্ব থকা ৰাজ্যখন-
(ক) অৰুণাচল প্ৰদেশ।
(খ) মিজোৰাম।
(গ) জম্মু-কাশ্মীৰ।
(ঘ) হিমাচল প্ৰদেশ।
উত্তৰঃ (ক) অৰুণাচল প্ৰদেশ।
৭। কৰ্মৰ বাবে খাদ্য আঁচনি প্ৰৱৰ্ত্তন হয়-
(ক) ১৯৯৫ চনত।
(খ) ১৯৫৫ চনত।
(গ) ১৯৭০ চনত।
(ঘ) ১৯৮৫ চনত।
উত্তৰঃ (ঘ) ১৯৮৫ চনত।
৮। ইন্দিৰা আবাস যোজনা প্ৰৱৰ্ত্তন হয়-
(ক) ১৯৮৫ চনত।
(খ) ১৯৮৬ চনত।
(গ) ১৯৯০ চনত।
(ঘ) ১৯৯৫ চনত।
উত্তৰঃ (ক) ১৯৮৫ চনত।
৯। কিমান চনত NREGA কার্যকৰী হয়-
(ক) ২০০৬ চনত।
(খ) ২০০৭ চনত।
(গ) ২০০৮ চনত।
(ঘ) ২০০৯ চনত।
উত্তৰঃ (ক) ২০০৬ চনত।
১০। বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইন প্ৰৱৰ্ত্তন হয়-
(ক) ২০০৯ চনত।
(খ) ২০১০ চনত।
(গ) ২০১১ চনত।
(ঘ) ২০১২ চনত।
উত্তৰঃ (ক) ২০০৯ চনত।
১১। ২০১০ চনৰ মানৱ উন্নয়ন প্ৰতিবেদন অনুসৰি ভাৰতবৰ্ষৰ স্থান হৈছে-
(ক) ১৩৪।
(খ) ১৩৮।
(গ) ১৪০।
(ঘ) ১৫০।
উত্তৰঃ (ক) ১৩৪।
১২। ১৯৬৭ চনত ভাৰতবৰ্ষৰ কিমানটা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়-
(ক) ১৪টা।
(খ) ১৫টা।
(গ) ১৬টা।
(ঘ) ১৮টা।
উত্তৰঃ (ক) ১৪টা।
১৩। NABARD প্ৰতিষ্ঠা হয়-
(ক) ১৯৮২ চনত।
(খ) ১৯৮১ চনত।
(গ) ১৯৮৭ চনত।
(ঘ) ১৯৯০ চনত।
উত্তৰঃ (ক) ১৯৮২ চনত।
১৪। দুগ্ধ উন্নয়ন আঁচনি প্ৰৱৰ্ত্তন হয়-
(ক) ১৯৬৬ চনত।
(খ) ১৯৬৭ চনত।
(গ) ১৯৬৮ চনত।
(ঘ) ১৯৭০ চনত।
উত্তৰঃ (ঘ) ১৯৭০ চনত।
১৫। Operation Flood কিহৰ লগত জড়িত-
(ক) দুগ্ধ উৎপাদন।
(খ) শস্য উৎপাদন।
(গ) মৎস্য উৎপাদন।
(ঘ) বস্ত্ৰ উৎপাদন।
উত্তৰঃ (ক) দুগ্ধ উৎপাদন।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.