adplus-dvertising

Class 12 Economics MCQ Chapter 10 ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ (চীনদেশ আৰু পাকিস্তান): এক তুলনামূলক অধ্যয়ন

Class 12 Economics MCQ Chapter 10 ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ (চীনদেশ আৰু পাকিস্তান): এক তুলনামূলক অধ্যয়ন Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Economics MCQ Chapter 10 ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ (চীনদেশ আৰু পাকিস্তান): এক তুলনামূলক অধ্যয়ন and select need one. AHSEC Class 12 Economics Objective Type Solutions As Per AHSEC New Book Syllabus Download PDF. AHSEC Economics MCQ Class 12.

Class 12 Economics MCQ Chapter 10 ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ (চীনদেশ আৰু পাকিস্তান): এক তুলনামূলক অধ্যয়ন

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Economics Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Economics MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 10

দ্বিতীয় খণ্ড: ভাৰতৰ অৰ্থনৈতিক উন্নয়ন

১। চীনৰ আধুনিকীকৰণৰ বাবে মুক্ত দুৱাৰ নীতি (Open Door Policy) কেতিয়া প্ৰৱৰ্ত্তন হয়?

(ক) ১৯৭৯ চনত।

(খ) ১৯৮০ চনত।

(গ) ১৯৮১ চনত।

(ঘ) ১৯৮২ চনত।

উত্তৰঃ (ক) ১৯৭৯ চনত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। কিমান চনত পাকিস্থান স্বাধীন হয়?

(ক) ১৯৪৭ চনত।

(খ) ১৯৪৮ চনত।

(গ) ১৯৬০ চনত।

(ঘ) ১৯৫০ চনত।

উত্তৰঃ (ক) ১৯৪৭ চনত।

৩। চীনৰ সন্মুখলৈ বৃহৎ জাপ (Great Leap Forward) অভিযানৰ মুখ্য গুৰুত্ব আছিল-

(ক) ব্যক্তিগতকৰণ।

(খ) উদ্যোগীকৰণ।

(গ) সেৱাখণ্ডৰ বিকাশ।

(ঘ) কৃষি সংস্কাৰ।

উত্তৰঃ (খ) উদ্যোগীকৰণ।

৪। বিশ্বৰ সৰ্ববৃহৎ জনবহল দেশখন হৈছে-

(ক) চীন দেশ।

(খ) ভাৰতবৰ্ষ।

(গ) আমেৰিকা।

(ঘ) বাংলাদেশ।

উত্তৰঃ (ক) চীন দেশ।

৫। চীন দেশত Great Leap Forward কিমান চনত আৰম্ভ হয়?

(ক) ১৯৫৮ চনত।

(খ) ১৯৫৭ চনত।

(গ) ১৯৭০ চনত।

(ঘ) ১৯৭৮ চনত।

উত্তৰঃ (ক) ১৯৫৮ চনত।

৬। চীন দেশত সৰ্বহাৰাৰ বৃহৎ সাংস্কৃতিক বিপ্লৱৰ সূচনা কেতিয়া হয়?

(ক) ১৯৬৫ চনত।

(খ) ১৯৬৬ চনত।

(গ) ১৯৬৭ চনত।

(ঘ) ১৯৩৮ চনত।

উত্তৰঃ (খ) ১৯৬৬ চনত।

৭। তলৰ কোনজন ব্যক্তিয়ে চীনত বৃহৎ সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰে?

(ক) মাও সে তুঙ।

(খ) মহাত্মা গান্ধী।

(গ) নৰেন্দ্ৰ মোদী।

(ঘ) কাৰ্ল মার্ক্স।

উত্তৰঃ (ক) মাও সে তুঙ।

৮। তলৰ কোনখন ৰাষ্ট্ৰ মানৱ উন্নয়নৰ ক্ষেত্ৰত তুলনামূলকভাৱে আগবঢ়া?

(ক) চীন।

(খ) ভাৰতবৰ্ষ।

(গ) পাকিস্থান।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) চীন।

৯। চীন দেশত কিমান চনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ হয়?

(ক) ১৯৭৮ চনত।

(খ) ১৯৮০ চনত।

(গ) ১৯৯০ চনত।

(ঘ) ১৯৯৫ চনত।

উত্তৰঃ (ক) ১৯৭৮ চনত।

১০। পাকিস্থানত কিমান চনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ হৈছিল?

(ক) ১৯৮৮ চনত।

(খ) ১৯৮৯ চনত।

(গ) ১৯৯০ চনত।

(ঘ) ১৯৯১ চনত।

উত্তৰঃ (গ) ১৯৯০ চনত।

১১। ভাৰতবৰ্ষত কিমান চনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ হয়?

(ক) ১৯৯১ চনত।

(খ) ১৯৯২ চনত।

(গ) ১৯৯৫ চনত।

(ঘ) ১৯৯৩ চনত।

উত্তৰঃ (ক) ১৯৯১ চনত।

১২। পাকিস্তানত অৰ্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ হৈছিল?

(ক) ১৯৭৮ চনত।

(খ) ১৯৮৮ চনত।

(গ) ১৯৯১ চনত।

(ঘ) ২০০০ চনত।

উত্তৰঃ (খ) ১৯৮৮ চনত।

১৩। ২০০৯-১০ চনত চীনৰ GDP বৃদ্ধিৰ হাৰ কিমান আছিল?

(ক) ৭.৪%

(খ) ৮.৭%

(গ) ৯.৫%

(ঘ) ২%

উত্তৰঃ (খ) ৮.৭%

১৪। ২০২৪ চনত ভাৰতৰ নিবনুৱা হাৰ কিমান আছিল?

(ক) ৯.২%

(খ) ৬.৩%

(গ) ৫.১%

(ঘ) ৪%

উত্তৰঃ (ক) ৯.২%

১৫। পাকিস্তানৰ ২০২৪ চনৰ নিবনুৱা হাৰ কিমান আছিল?

(ক) ৯.২%

(খ) ৬.৩%

(গ) ৫.১%

(ঘ) ৪%

উত্তৰঃ (খ) ৬.৩%

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top