adplus-dvertising

Class 12 Economics MCQ Chapter 2 জাতীয় আয় আৰু অন্যান্য ধাৰণা

Class 12 Economics MCQ Chapter 2 জাতীয় আয় আৰু অন্যান্য ধাৰণা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Economics MCQ Chapter 2 জাতীয় আয় আৰু অন্যান্য ধাৰণা and select need one. AHSEC Class 12 Economics Objective Type Solutions As Per AHSEC New Book Syllabus Download PDF. AHSEC Economics MCQ Class 12.

Class 12 Economics MCQ Chapter 2 জাতীয় আয় আৰু অন্যান্য ধাৰণা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Economics Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Economics MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 2

প্ৰথম খণ্ড: সমষ্টি বাদী অর্থনীতি

১। ৰাষ্ট্ৰীয় আয় কেনেকৈ জোখা হয়?

(ক) সামগ্রীৰ ওজনত।

(খ) আয়ুৰ গড়ত।

(গ) মুদ্রাৰ মূল্যত।

(ঘ) কামৰ সময়ত।

উত্তৰঃ (গ) মুদ্রাৰ মূল্যত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। ৰাষ্ট্ৰীয় আয়ৰ পৰিমাপৰ একক কি?

(ক) কুইণ্টল।

(খ) লিটাৰ।

(গ) টকা।

(ঘ) কিল’গ্ৰাম।

উত্তৰঃ (গ) টকা।

৩। এক বছৰত উৎপাদিত সামগ্রী আৰু সেৱাৰ মুঠ মূল্যক কি বোলা হয়?

(ক) মজুদ।

(খ) ৰাষ্ট্ৰীয় আয়।

(গ) আয় পদ্ধতি।

(ঘ) শুদ্ধ আয়।

উত্তৰঃ (খ) ৰাষ্ট্ৰীয় আয়।

৪। কাষৰীয়া বা অন্তিম ব্যৱহাৰ সামগ্ৰী কি?

(ক) উৎপাদনৰ কেঁচা সামগ্ৰী।

(খ) পুনৰ ব্যৱহাৰযোগ্য।

(গ) একবাৰ ব্যৱহৃত সামগ্ৰী।

(ঘ) নষ্ট সামগ্ৰী।

উত্তৰঃ (গ) একবাৰ ব্যৱহৃত সামগ্ৰী।

৫। ভোগ্য সামগ্ৰী আৰু মূলধনজাত সামগ্ৰীৰ মাজত প্ৰধান পাৰ্থক্য কি?

(ক) মূল্য।

(খ) সময়কাল।

(গ) উৎপাদক।

(ঘ) ব্যৱহাৰকাৰী।

উত্তৰঃ (খ) সময়কাল।

৬। টেলিভিচন, মোবাইল আদি কেনেকুৱা সামগ্ৰী?

(ক) মধ্যৱৰ্তী সামগ্ৰী।

(খ) ভোগ্য সামগ্ৰী।

(গ) ভোগ্য-মূলধন সদৃশ।

(ঘ) নিখৰচীয়া সামগ্ৰী।

উত্তৰঃ (গ) ভোগ্য-মূলধন সদৃশ।

৭। GDP শব্দৰ পূৰ্ণ ৰূপ কি?

(ক) Gross Direct Production.

(খ) Gross Domestic Product.

(গ) Government Domestic Production.

(ঘ) Gross Developed Production.

উত্তৰঃ (খ) Gross Domestic Product.

৮। ক্ষয়-ক্ষতি হ’লে কি কমি যায়?

(ক) আয়।

(খ) উৎপাদন ক্ষমতা।

(গ) শুল্ক।

(ঘ) নিৰ্মাণ।

উত্তৰঃ (খ) উৎপাদন ক্ষমতা।

৯। শুদ্ধ বিনিয়োগ পোৱাৰ নিয়ম কি?

(ক) মুঠ বিনিয়োগ – ক্ষয়-ক্ষতি।

(খ) ক্ষয়-ক্ষতি + আয়।

(গ) লাভ – মজুদ।

(ঘ) আয় – ব্যয়।

উত্তৰঃ (ক) মুঠ বিনিয়োগ – ক্ষয়-ক্ষতি।

১০। বৃত্তাকাৰ আয়ৰ প্ৰবাহত অংশগ্ৰহণ কৰে-

(ক) কেৱল চৰকাৰে।

(খ) কেৱল পৰিয়াল।

(গ) পৰিয়াল আৰু প্ৰতিষ্ঠান।

(ঘ) কেৱল উদ্যোক্তা।

উত্তৰঃ (গ) পৰিয়াল আৰু প্ৰতিষ্ঠান।

১১। GDP ৰ লগত কল্যাণৰ সম্পৰ্ক-

(ক) সদায় থাকে।

(খ) সদায় নাথাকে।

(গ) সদায় হ্ৰাস পায়।

(ঘ) GDP বৃদ্ধি মানেই কল্যাণ বৃদ্ধি।

উত্তৰঃ (খ) সদায় নাথাকে।

১২। মূল্য সংযোজিত পদ্ধতিত কী এৰাই চলিব লাগে?

(ক) আয়।

(খ) একাধিকবাৰ গণনা।

(গ) ঘাটতি।

(ঘ) মজুদ।

উত্তৰঃ (খ) একাধিকবাৰ গণনা।

১৩। পৰোক্ষ কৰ আৰু ৰাজ সাহায্যৰ পাৰ্থক্য হ’ল-

(ক) শুদ্ধ পৰোক্ষ কৰ।

(খ) GDP.

(গ) GNP.

(ঘ) Subsidy.

উত্তৰঃ (ক) শুদ্ধ পৰোক্ষ কৰ।

১৪। বিনিময় ব্যৱস্থাত মুঠ উৎপাদন:

(ক) বেছি হয়।

(খ) মাত্ৰা জানিব পৰা যায়।

(গ) মাত্ৰা জোখা অসম্ভৱ।

(ঘ) দাম স্থিৰ থাকে।

উত্তৰঃ (গ) মাত্ৰা জোখা অসম্ভৱ।

১৫। “Green Accounting” শব্দটো ব্যৱহাৰ হয়-

(ক) ৰাজস্ব আয়ৰ বাবে।

(খ) GDP বৃদ্ধিৰ বাবে।

(গ) পৰিৱেশ পৰিৱৰ্তনৰ বাবে।

(ঘ) কল্যাণ নিৰূপণৰ বাবে।

উত্তৰঃ (ঘ) কল্যাণ নিৰূপণৰ বাবে।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top