adplus-dvertising

Class 12 Economics MCQ Chapter 1 সমষ্টিবাদী অৰ্থনীতিঃ সূচনা

Class 12 Economics MCQ Chapter 1 সমষ্টিবাদী অৰ্থনীতিঃ সূচনা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Economics MCQ Chapter 1 সমষ্টিবাদী অৰ্থনীতিঃ সূচনা and select need one. AHSEC Class 12 Economics Objective Type Solutions As Per AHSEC New Book Syllabus Download PDF. AHSEC Economics MCQ Class 12.

Class 12 Economics MCQ Chapter 1 সমষ্টিবাদী অৰ্থনীতিঃ সূচনা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Economics Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Economics MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 1

প্ৰথম খণ্ড: সমষ্টি বাদী অর্থনীতি

১। সমষ্টিবাদী অর্থনীতিয়ে কি অধ্যয়ন কৰে?

(ক) ব্যক্তিগত আয়।

(খ) সামগ্ৰী বিশেষৰ দাম।

(গ) জাতীয় আয়।

(ঘ) ব্যক্তিগত উৎপাদন।

উত্তৰঃ (গ) জাতীয় আয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। ‘General Theory of Employment, Interest and Money’ গ্ৰন্থখন কোনে লিখিছিল?

(ক) এডাম স্মিথ।

(খ) জন মে’নার্ড কেইন্‌চ।

(গ) বিকাৰ্ড।

(ঘ) ফ্ৰিডমেন।

উত্তৰঃ (খ) জন মে’নার্ড কেইন্‌চ।

৩। “Makros” শব্দটো কোন ভাষাৰ?

(ক) সংস্কৃত।

(খ) লেটিন।

(গ) গ্ৰীক।

(ঘ) ইংৰাজী।

উত্তৰঃ (গ) গ্ৰীক।

৪। ব্যষ্টিবাদী আৰু সমষ্টিবাদী শব্দ দুটা কোনে প্ৰচলন কৰিছিল?

(ক) কেইন্‌চ।

(খ) ৰেগনাৰ ফ্ৰিচ।

(গ) আলফ্ৰেড মাৰ্চেল।

(ঘ) জে বি ছে।

উত্তৰঃ (খ) ৰেগনাৰ ফ্ৰিচ।

৫। ব্যষ্টিবাদী অৰ্থনীতি কি অধ্যয়ন কৰে?

(ক) ৰাষ্ট্ৰীয় আয়।

(খ) মূল্য স্থিতি।

(গ) ব্যক্তি আৰু প্ৰতিষ্ঠানৰ কার্য।

(ঘ) সামূহিক বিনিয়োগ।

উত্তৰঃ (গ) ব্যক্তি আৰু প্ৰতিষ্ঠানৰ কার্য।

৬। ১৯২৯ চনৰ পৰা ১৯৩৩ চনলৈ দেখা দিয়া বৃহৎ অৰ্থনৈতিক মন্দাক কি কোৱা হয়?

(ক) Great Recession.

(খ) Industrial Fall.

(গ) Great Depression.

(ঘ) Currency Collapse.

উত্তৰঃ (গ) Great Depression.

৭। কেইন্‌চৰ মতে সমষ্টিবাদী সমস্যা সমাধানৰ বাবে কি প্রয়োজন?

(ক) ব্যক্তিগত উদ্যোগ।

(খ) মুক্ত বজাৰ।

(গ) চৰকাৰৰ হস্তক্ষেপ।

(ঘ) বাণিজ্য বন্ধ।

উত্তৰঃ (গ) চৰকাৰৰ হস্তক্ষেপ।

৮। সমষ্টিবাদী অৰ্থনীতিৰ এটা মুখ্য বিষয় হ’ল–

(ক) ব্যক্তিগত লাভ।

(খ) কোম্পানীৰ আয়।

(গ) মূল্যস্তৰ।

(ঘ) ধনাত্মক খৰচ।

উত্তৰঃ (গ) মূল্যস্তৰ।

৯। “Invisible hand” তত্বটো কোনে আগবঢ়াইছিল?

(ক) কেইন্‌চ।

(খ) এডাম স্মিথ।

(গ) বিকাৰ্ড।

(ঘ) কার্ল মাৰ্ক্স।

উত্তৰঃ (খ) এডাম স্মিথ।

১০। কেইন্‌চৰ মতে আয় আৰু নিয়োগৰ পৰিসীমা নিৰ্ভৰ কৰে–

(ক) মজুৰি হাৰত।

(খ) সামগ্ৰিক চাহিদা আৰু যোগানত।

(গ) নিৰ্মাণ খৰচত।

(ঘ) অৰ্থনৈতিক উৎসত।

উত্তৰঃ (খ) সামগ্ৰিক চাহিদা আৰু যোগানত।

১১। পুঁজিবাদত উৎপাদন উপাদান থাকে–

(ক) চৰকাৰৰ হাতে।

(খ) শ্ৰমিকৰ হাতে।

(গ) ব্যক্তিগত মালিকানাত।

(ঘ) পৰিয়াল গোটৰ দ্বাৰা।

উত্তৰঃ (গ) ব্যক্তিগত মালিকানাত।

১২। বৈদেশিক খণ্ডত কি অধ্যয়ন কৰা হয়?

(ক) স্থানীয় আয়।

(খ) মজুৰি ধাৰা।

(গ) আমদানি-ৰপ্তানি।

(ঘ) পৰিয়ালৰ আয়।

উত্তৰঃ (গ) আমদানি-ৰপ্তানি।

১৩। মুদ্রাস্ফীতি কাক বোলে?

(ক) মূল্য হ্ৰাস।

(খ) মজুৰি হ্ৰাস।

(গ) মূল্য বৃদ্ধি।

(ঘ) বেকাৰতা।

উত্তৰঃ (গ) মূল্য বৃদ্ধি।

১৪। মন্দা অৱস্থাত কি হয়?

(ক) উৎপাদন বৃদ্ধি পায়।

(খ) মূল্য বৃদ্ধি পায়।

(গ) আয় আৰু নিয়োগ হ্ৰাস পায়।

(ঘ) জনসংখ্যা বৃদ্ধি পায়।

উত্তৰঃ (গ) আয় আৰু নিয়োগ হ্ৰাস পায়।

১৫। ব্যষ্টিবাদী অৰ্থনীতিৰ বিষয়ত অন্তর্গত–

(ক) ৰাষ্ট্ৰীয় আয়।

(খ) বেকাৰতা।

(গ) মজুৰি আৰু দাম।

(ঘ) মুদ্রা পৰিৱর্তন।

উত্তৰঃ (গ) মজুৰি আৰু দাম।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top