Class 12 Economics Important Chapter 8 ১৯৯১ চনৰ পৰা হোৱা অৰ্থনৈতিক সংস্কাৰ

Class 12 Economics Important Chapter 8 ১৯৯১ চনৰ পৰা হোৱা অৰ্থনৈতিক সংস্কাৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Economics Important Solutions and select need one. Class 12 Economics Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Economics.

Class 12 Economics Important Chapter 8 ১৯৯১ চনৰ পৰা হোৱা অৰ্থনৈতিক সংস্কাৰ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Economics Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Economics Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 8

দ্বিতীয় খণ্ড: ভাৰতৰ অৰ্থনৈতিক উন্নয়ন
IMPORTANT QUESTION AND ANSWER

১। ভাৰতৰ মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা কেতিয়া আৰম্ভ হয়?

উত্তৰঃ ভাৰতৰ মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা 1950 চনত আৰম্ভ হয়।

২। 1991 চনৰ সংকটৰ মূল কাৰণ কি আছিল?

উত্তৰঃ 1991 চনৰ সংকটৰ মূল কাৰণ আছিল বিদেশী ঋণ পৰিশোধৰ অসুবিধা।

৩। 1991 চনত ভাৰতৰ কিহৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল?

উত্তৰঃ 1991 চনত ভাৰতৰ বৈদেশিক বিনিময় ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। “উদাৰীকৰণ”ৰ অৰ্থ কি?

উত্তৰঃ “উদাৰীকৰণ”ৰ অৰ্থ হ‘ল অৰ্থনৈতিক বিধি আৰু নিয়ন্ত্ৰণৰ পৰা মুক্তি।

৫। 1991 চনত ভাৰতৰ সংকটৰ সমাধানৰ বাবে চৰকৰে ক’ৰ পৰা ঋণ লাভ কৰিছিল?

উত্তৰঃ 1991 চনত ভাৰতৰ সংকটৰ সমাধানৰ বাবে চৰকৰে আন্তর্জাতিক মুদ্রানিধিৰ পৰা ঋণ লাভ কৰিছিল।

৬। 1991 চনত ভাৰতৰ ক’ত বিদেশী বিনিয়োগৰ সীমা বৃদ্ধি কৰা হৈছিল?

উত্তৰঃ 1991 চনত ভাৰতৰ বেংক খণ্ডত বিদেশী বিনিয়োগৰ সীমা বৃদ্ধি কৰা হৈছিল।

৭। “বিশ্ব বাণিজ্য সংগঠন” (WTO) কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ “বিশ্ব বাণিজ্য সংগঠন” (WTO) 1995 স্থাপন কৰা হৈছিল।

৮। গোলকীকৰণৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ গোলকীকৰণৰ প্ৰধান উদ্দেশ্য হ‘ল বিশ্বৰ সম্পদসমূহৰ সৰ্বাধিক ব্যৱহাৰ।

৯। ব্যক্তিগতকৰণৰ উদ্দেশ্য কি আছিল?

উত্তৰঃ ব্যক্তিগতকৰণৰ উদ্দেশ্য ৰাজহুৱা খণ্ডৰ কাৰ্যক্ষমতা বৃদ্ধি।

১০। 1991 চনত ভাৰতৰ ক’ত বিদেশী বিনিয়োগৰ সীমা বৃদ্ধি কৰা হৈছিল?

উত্তৰঃ 1991 চনত ভাৰতৰ বেংক বিদেশী বিনিয়োগৰ সীমা বৃদ্ধি কৰা হৈছিল।

১১। 1991 চনৰ পৰিৱৰ্তনৰ ফলত কি হৈছে?

উত্তৰঃ 1991 চনৰ পৰিৱৰ্তনৰ ফলত বিদেশী বাণিজ্যৰ আধিক্য হৈছে।

১২। চৰকৰে 1991 চনত কোনটো চৰকাৰী খণ্ডৰ উদ্যোগৰ মালিকী বিক্ৰী কৰা আৰম্ভ কৰিছিল?

উত্তৰঃ চৰকৰে 1991 চনত গৱৰ্ণমেন্ট উদ্যোগ চৰকাৰী খণ্ডৰ উদ্যোগৰ মালিকী বিক্ৰী কৰা আৰম্ভ কৰিছিল।

১৩। 1991 চনৰ পৰিৱৰ্তনৰ পটভূমিত কি সিদ্ধান্ত গৃহীত হৈছিল?

উত্তৰঃ 1991 চনৰ পৰিৱৰ্তনৰ পটভূমিত বৈদেশিক বিনিয়য়ৰ মজুত বৃদ্ধি কৰাৰ সিদ্ধান্ত গৃহীত হৈছিল।

১৪। বিদেশী বিনিয়োগৰ বৃদ্ধি কেনেকৈ হৈছিল?

উত্তৰঃ বিদেশী বিনিয়োগৰ বৃদ্ধি আয়কৰ হ্ৰাস হৈছিল।

১৫। বৈদেশিক বিনিময়ৰ মজুতৰ বৃদ্ধি কি কাৰণে হৈছিল?

উত্তৰঃ বৈদেশিক বিনিময়ৰ মজুতৰ বৃদ্ধি মুদ্রাস্ফীতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top