Class 12 Business Studies MCQ Chapter 12 গ্রাহক সুৰক্ষা

Class 12 Business Studies MCQ Chapter 12 গ্রাহক সুৰক্ষা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Business Studies MCQ Chapter 12 গ্রাহক সুৰক্ষা and select need one. AHSEC Class 12 Business Studies Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Business Studies MCQ Class 12.

Class 12 Business Studies MCQ Chapter 12 গ্রাহক সুৰক্ষা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Business Studies Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Business Studies MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 12

দ্বিতীয় খণ্ড: ব্যৱসায় বিত্তায়ন আৰু বজাৰকাৰণ

১। গ্ৰাহকক ৰজা বুলি ক’ত গণ্য কৰা হয়?

(ক) বন্ধ অৰ্থনীতি।

(খ) মুক্ত অৰ্থনীতি।

(গ) মিশ্ৰ অৰ্থনীতি।

(ঘ) ধনতান্ত্ৰিক অৰ্থনীতি।

উত্তৰঃ (খ) মুক্ত অৰ্থনীতি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। ‘Caveat Emptor’ মানে কি?

(ক) বিক্রেতা সাৱধান।

(খ) ক্ৰেতা সাৱধান।

(গ) গ্ৰাহক সজাগ।

(ঘ) আইনগত সুৰক্ষা।

উত্তৰঃ (খ) ক্ৰেতা সাৱধান।

৩। ‘Caveat Vendor’ মানে কি?

(ক) বিক্ৰেতা সাৱধান।

(খ) ক্ৰেতা সাৱধান।

(গ) গ্ৰাহক সজাগ।

(ঘ) মান নিৰ্ণয়।

উত্তৰঃ (ক) বিক্ৰেতা সাৱধান।

৪। গ্ৰাহক সুৰক্ষা আইন কোন চনত প্ৰৱর্তিত হৈছিল?

(ক) ১৯৯৯।

(খ) ১৯৮৬।

(গ) ১৯৭৬।

(ঘ) ১৯৩০।

উত্তৰঃ (খ) ১৯৮৬।

৫। ‘ISI’ চিহ্নৰ সম্পৰ্ক কিহৰ সৈতে সম্পৰ্ক আছে?

(ক) খাদ্য সামগ্ৰী।

(খ) বৈদ্যুতিক সামগ্ৰী।

(গ) দুধ।

(ঘ) অলংকাৰ।

উত্তৰঃ (খ) বৈদ্যুতিক সামগ্ৰী।

৬। ‘AGMARK’ চিহ্ন কিহৰ গুণগত মানৰ চিন?

(ক) খাদ্য সামগ্ৰী।

(খ) বৈদ্যুতিক সামগ্ৰী।

(গ) কৃষিজাত সামগ্ৰী।

(ঘ) পেট্ৰলিয়াম।

উত্তৰঃ (গ) কৃষিজাত সামগ্ৰী।

৭। ‘FPO’ চিহ্ন কিহৰ সৈতে জড়িত?

(ক) গহনাৰ মান।

(খ) খাদ্য প্ৰস্তুত সামগ্ৰী।

(গ) বৈদ্যুতিক সামগ্ৰী।

(ঘ) জলচৰ সামগ্ৰী।

উত্তৰঃ (খ) খাদ্য প্ৰস্তুত সামগ্ৰী।

৮। ‘Hallmark’ চিহ্ন কিহৰ মান নিৰ্ধাৰণ কৰে?

(ক) চাবোন।

(খ) খাদ্য সামগ্ৰী।

(গ) গহনা।

(ঘ) কৃষি সামগ্ৰী।

উত্তৰঃ (গ) গহনা।

৯। গ্ৰাহক সুৰক্ষা আইনে কিমানটা অধিকাৰ প্ৰদান কৰে?

(ক) ৫টা।

(খ) ৪টা।

(গ) ৬টা।

(ঘ) ৮টা।

উত্তৰঃ (গ) ৬টা।

১০। “Right to Safety” অধিকাৰ কিহৰ সৈতে সম্পৰ্কিত?

(ক) খাদ্য সামগ্ৰী।

(খ) বিপদজনক দ্ৰব্যৰ পৰা সুৰক্ষা।

(গ) বিক্ৰীৰ অধিকাৰ।

(ঘ) সংগঠন গঠন।

উত্তৰঃ (খ) বিপদজনক দ্ৰব্যৰ পৰা সুৰক্ষা।

১১। গ্ৰাহকৰ দায়িত্ব কি?

(ক) ক’লা বজাৰকৰণ উৎসাহিত কৰা।

(খ) গুণগত দ্ৰব্য কিনা।

(গ) নকল দ্ৰব্য কিনা।

(ঘ) দাম নেদেখাকৈ ক্ৰয় কৰা।

উত্তৰঃ (খ) গুণগত দ্ৰব্য কিনা।

১২। গ্ৰাহক ফ’ৰামত আপত্তি দাখিল কৰিব পাৰে –

(ক) কেৱল সংগঠন।

(খ) কেৱল গ্ৰাহক।

(গ) গ্ৰাহক বা সংগঠন।

(ঘ) কেৱল আদালত।

উত্তৰঃ (গ) গ্ৰাহক বা সংগঠন।

১৩। ২০ লাখ টকাৰ অভিযোগ ক’ত দাখিল কৰিব পাৰি?

(ক) ৰাজ্যিক আয়োগ।

(খ) ৰাষ্ট্ৰীয় আয়োগ।

(গ) জিলা ফ’ৰাম।

(ঘ) উচ্চ ন্যায়ালয়।

উত্তৰঃ (গ) জিলা ফ’ৰাম।

১৪। ISI চিহ্ন কোন সংস্থাই প্ৰদান কৰে?

(ক) CBSE.

(খ) AGMARK.

(গ) BIS.

(ঘ) RBI.

উত্তৰঃ (গ) BIS।

১৫। খাদ্য ভেজালকৰণ প্ৰতিৰোধ আইন কেতিয়া প্ৰৱর্তিত হৈছিল?

(ক) ১৯৫৪।

(খ) ১৯৩৭।

(গ) ১৯৫৫।

(ঘ) ১৯৮৬।

উত্তৰঃ (ক) ১৯৫৪।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top