Class 12 Biology Important Chapter 16 অসমৰ জীৱ সম্পদ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology Important Solutions and select need one. Class 12 Biology Important Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Biology.
Class 12 Biology Important Chapter 16 অসমৰ জীৱ সম্পদ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Biology Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology Additional Question Answer Assamese Medium for All Chapters, You can practice these here.
অসমৰ জীৱ সম্পদ
Chapter: 16
| IMPORTANT QUESTION AND ANSWER |
১। সম্পদ বুলিলে কি বুজা?
উত্তৰঃ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় বস্তুসমূহক সম্পদ বোলে।
২। জীৱসম্পদৰ উপাদান কেইটা কি কি?
উত্তৰঃ জীৱসম্পদৰ উপাদান দুটা- উদ্ভিদ সম্পদ আৰু প্ৰাণী সম্পদ।
৩। উদ্ভিদ সম্পদ কি?
উত্তৰঃ উদ্ভিদে মানুহৰ বাবে যিবোৰ দ্রব্য যোগান ধৰে, সেইবোৰ উদ্ভিদ সম্পদ।
৪। প্ৰাণী সম্পদত কি ধৰণৰ বস্তু থাকে?
উত্তৰঃ প্ৰাণী সম্পদত দুগ্ধ, মাংস, পলু, ছাল, হাড় আদি বস্তু থাকে।
৫। অসমত কেনেকুৱা বনাঞ্চল পোৱা যায়?
উত্তৰঃ অসমত বিভিন্ন বন যেনে- চিৰসেউজ, পর্ণপাতী, জলাহ, ৰেপাৰিয়ান আদি বনাঞ্চল পোৱা যায়।
৬। কাঠ কি?
উত্তৰঃ কেমবিয়ামৰ ক্ৰিয়াৰ ফলত উদ্ভিদৰ গৌণ কলাৰ সমষ্টি।
৭। কাঠ কেই প্ৰকাৰৰ?
উত্তৰঃ কাঠ দুই প্ৰকাৰৰ- ৰসবাহী কাঠ আৰু অন্তঃকাঠ।
৮। শাল গছৰ গোত্র কি?
উত্তৰঃ শাল গছৰ গোত্র ডিপ্টেৰোকাৰপেচি।
৯। চেগুণ গছৰ ব্যৱহাৰ কি?
উত্তৰঃ কোঠা-বনোৱা, ফাৰ্নিচাৰ, সাজ-সজুলী।
১০। ৰাওলফিয়া কি জাতীয় উদ্ভিদ?
উত্তৰঃ ৰাওলফিয়া গুল্মজাতীয় উদ্ভিদ।
১১। ৰাওলফিয়াৰ উপক্ষাৰ কেইটা কি কি?
উত্তৰঃ ৰাওলফিয়াৰ উপক্ষাৰ দুটা- চাৰপেন্টাইন আৰু বেজাৰপিনাইন।
১২। চিনকোনা কিহৰ বাবে বিখ্যাত?
উত্তৰঃ চিনকোনা উপক্ষাৰ কুইনাইন (জ্বৰ নিৰাময়ত ব্যৱহৃত) বাবে বিখ্যাত।
১৩। তুলসীৰ বীজ কিহত সহায় কৰে?
উত্তৰঃ তুলসীৰ বীজ ৰেচনতাত সহায় কৰে।
১৪। অশ্বগন্ধাৰ গোত্র কি?
উত্তৰঃ অশ্বগন্ধাৰ গোত্র চোলানেচি।
১৫। বেলাডোনাৰ বৈশিষ্ট্য কি?
উত্তৰঃ বেঙুনীয়া ঘণ্টাকৃতিৰ ফুল, খামুচি মূল।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.





