Class 12 Anthropology Chapter 6 উত্তৰ-পূৱ ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনলেখা

Class 12 Anthropology Chapter 6 উত্তৰ-পূৱ ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনলেখা Solutions, HS 2nd year Anthropology Notes, Class 12 Anthropology Chapter 6 উত্তৰ-পূৱ ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনলেখা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board and select needs one.

Class 12 Anthropology Chapter 6 উত্তৰ-পূৱ ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনলেখা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 12 Anthropology Question Answer These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 12 Anthropology Notes for All Subject, You can practice these here.

উত্তৰ-পূৱ ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনলেখা

Chapter – 6

অনুশীলনী

১। গাৰোসকলৰ ডেকা চাং ক কি বুলি জনা যায়?

উত্তৰঃ গাৰোসকলৰ ডেকা চাং ক নকপাস্তে বুলি জনা যায়।

২। উত্তৰ-পূৱ ভাৰতৰ দুটা মাতৃ সুত্ৰী জনগোষ্ঠীৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূৱ ভাৰতৰ দুটা মাতৃ সুত্ৰী জনগোষ্ঠীৰ নাম হ’ল গাৰো আৰু খাছি।

৩। গাৰোসকলৰ প্ৰধান উৎসৱ কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ গাৰোসকলৰ প্ৰধান উৎসৱ হ’ল ৱানগালা।

৪। মিচিংসকলৰ প্ৰধান কৃষি ভিত্তিক উৎসৱ কি?

উত্তৰঃ মিচিংসকলৰ প্ৰধান কৃষি ভিত্তিক উৎসৱ হ’ল আলি আয়ে লৃগাং।

৫। আওঁ নগাসকলৰ তিনিটা খেলৰ নাম লিখা।

উত্তৰঃ আওঁ নগাসকলৰ তিনিটা খেলৰ নাম হ’ল চোংলি, মংছেন আৰু চাংকি।

৬। আওঁসকলৰ ডেকা চাংৰ নাম কি?

উত্তৰঃ আওঁসকলৰ ডেকা চাংৰ নাম হ’ল মোৰাং।

৭। আপাটানিসকলৰ গাঁও শাসন ব্যৱস্থাক কি বোলে?

উত্তৰঃ আপাটানিসকলৰ গাঁও শাসন ব্যৱস্থাক বুলিয়াং বোলে।

৮। বুলিংয়া কি? ই কেইপ্ৰকাৰৰ?

উত্তৰঃ আপাটানিসকলৰ মাজত কেন্দ্ৰীয় শাসন ব্যৱস্থা দেখা নাযায়। কর্মক্ষমতাৰ ওপৰত ভিত্তি কৰি প্ৰতিটো গোত্ৰৰ ব্যক্তিত্বসম্পন্ন আৰু অৱস্থাপন্ন প্ৰতিনিধিৰ দ্বাৰা আপাটানিসকলৰ শাসন ব্যৱস্থা তথা সামাজিক কাম-কাজ পৰিচালিত হয়। এনে প্ৰতিনিধিসকলক বুলিয়াং বোলা হয়।

বুলিয়াং তিনি প্ৰকাৰৰ।

৯। উত্তৰ-পূৱ ভাৰতৰ এটি পশুপালক জনজাতিৰ নাম কি।

উত্তৰঃ উত্তৰ-পূৱ ভাৰতৰ এটি পশুপালক জনজাতিৰ নাম হ’ল ছেৰ্ডুকপেন।

১০। উত্তৰ-পূৱ ভাৰতৰ এটা বেদিকা কৃষক সম্প্ৰদায়ৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূৱ ভাৰতৰ এটা বেদিকা কৃষক সম্প্ৰদায়ৰ নাম হ’ল আপাটানি।

১১। খনিত্ৰ কি কৃষি কাৰ্য্যত ব্যৱহাৰ কৰা হয়?

উত্তৰঃ খনিত্ৰ ঝুম খেতিত ব্যৱহাৰ কৰা হয়।

১২। উত্তৰ-পূৱ ভাৰতৰ দুটা স্থানান্তৰিত কৃষক সম্প্ৰদায়ৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূৱ ভাৰতৰ দুটা স্থানান্তৰিত কৃষক সম্প্ৰদায়ৰ নাম হ’ল গাৰো আৰু নগা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top