🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 12 Accountancy Important Chapter 7 কোম্পানীৰ বিত্তীয় প্রতিবেদনসমূহ

Class 12 Accountancy Important Chapter 7 কোম্পানীৰ বিত্তীয় প্রতিবেদনসমূহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Accountancy Important Chapter 7 কোম্পানীৰ বিত্তীয় প্রতিবেদনসমূহ Solutions and select need one. Class 12 Accountancy Important Notes Download PDF. Important Question Answer For Class 12 Accountancy in Assamese.

Class 12 Accountancy Important Chapter 7 কোম্পানীৰ বিত্তীয় প্রতিবেদনসমূহ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Accountancy Additional Solutions Assamese Medium are part of All Subject Solutions. Here we have given Accountancy Class 12 Additional Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 7

দ্বিতীয় খণ্ড
IMPORTANT QUESTION AND ANSWER

১। বিত্তীয় প্রতিবেদন কি?

উত্তৰঃ কোম্পানীৰ বিত্তীয় অৱস্থা আৰু লাভ-লোকচানৰ সংক্ষিপ্ত বিৱৰণ।

২। উদ্বৃত্তপত্ৰৰ উদ্দেশ্য কি?

উত্তৰঃ উদ্বৃত্তপত্ৰৰ উদ্দেশ্য হ’ল সম্পত্তি আৰু দায়বদ্ধতা দেখুৱোৱা।

৩। লাভ-লোকচান হিচাপত কি থাকে?

উত্তৰঃ লাভ-লোকচান হিচাপত আয় আৰু ব্যয় থাকে।

৪। Historical Cost মানে কি?

উত্তৰঃ Historical Cost মানে লেনদেন সময়ত ক্ৰয় কৰা মূল্য।

৫। নগদ প্ৰৱাহ বিৱৰণীৰ কাম কি?

উত্তৰঃ নগদ প্ৰৱাহ বিৱৰণীৰ কাম নগদৰ আগমন আৰু খৰচ দেখুওৱা।

৬। ‘Share Capital’ কি?

উত্তৰঃ ‘Share Capital’ শ্বেয়াৰৰ মাধ্যমে সংগৃহীত মূলধন।

৭। বিত্তীয় প্রতিবেদন কেনেকৈ প্ৰস্তুত হয়?

উত্তৰঃ বিত্তীয় প্রতিবেদন হিচাব নীতি আৰু ধাৰণা অনুসৰি প্ৰস্তুত হয়।

৮। ‘Interim Dividend’ কি?

উত্তৰঃ ‘Interim Dividend’ বছৰৰ মাজত দিয়া লাভাংশ।

৯। ‘Accounting Conventions’ মানি চলাৰ কাৰণ কি?

উত্তৰঃ ‘Accounting Conventions’ মানি চলাৰ কাৰণ তথ্য সৰল, তুলনাযোগ্য আৰু বাস্তৱধর্মী কৰিবলৈ।

১০। ‘Operating Profit’ কি?

উত্তৰঃ Operating Profit’ পৰিচালনাৰ পৰা লাভ।

১১। ‘Liquidity Order’ বুজোৱা?

উত্তৰঃ ‘Liquidity Order’ সম্পত্তিৰ তৰলতাৰ পৰ্যায় অনুসৰি শ্ৰেণীবিভাজন।

১২। ‘Materiality প্ৰথা কি?

উত্তৰঃ ‘Materiality প্ৰথা সৰু-সুৰা ব্যয় বছৰৰ ব্যয় হিচাপে ধৰা।

১৩। Conservatism নীতিৰ উদ্দেশ্য কি?

উত্তৰঃ সম্পত্তি আৰু আয় অধিক মূল্যায়নৰ পৰা বিৰত থাকি ৰক্ষণশীলতা ৰাখা।

১৪। Accounting Postulates কি?

উত্তৰঃ মূল ধাৰণা আৰু অনুমান।

১৫। Assets May Not Realise মানে কি?

উত্তৰঃ সম্পত্তি প্ৰতিবেদনত উল্লেখ কৰা মূল্যত বিক্ৰী নোহোৱা সম্ভাৱনা।

১৬। Bias বিত্তীয় প্রতিবেদনৰ কেনেকুৱা সমস্যা?

উত্তৰঃ তথ্যত ব্যক্তিগত পক্ষপাত থাকিব পাৰে।

১৭। Non-operating Income কি?

উত্তৰঃ প্ৰচলিত কাৰ্যৰ বাহিৰৰ আয়।

১৮। Uses of Funds বুজোৱা?

উত্তৰঃ পুঁজিৰ খৰচ।

১৯। Balance Sheet কেতিয়া প্ৰস্তুত হয়?

উত্তৰঃ Balance Sheet নিৰ্দিষ্ট তাৰিখত প্ৰস্তুত হয়।

২০। বিত্তীয় প্রতিবেদনৰ মূল উদ্দেশ্য কি?

উত্তৰঃ তথ্য ব্যৱহাৰকাৰীক সিদ্ধান্ত লোৱাত সহায় কৰা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top