Class 11 Sociology Additional Chapter 1 সমাজতত্ত্ব আৰু সমাজ

Class 11 Sociology Additional Chapter 1 সমাজতত্ত্ব আৰু সমাজ Solutions, HS 1st Year Sociology Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Sociology Important Solutions and select needs one.

Class 11 Sociology Additional Chapter 1 সমাজতত্ত্ব আৰু সমাজ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Sociology Additional and Short Type Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given HS 1st Year Sociology Additional Notes for All Subject, You can practice these here.

Chapter – 1

SOCIOLOGY

ADDITIONAL QUESTION ANSWER

অতি চমু প্ৰশ্নোত্তৰ:

১। সমাজতত্ত্বৰ কেতিয়া জন্ম হৈছিল?

উত্তৰঃ সমাজতত্ত্বৰ জন্ম ১৮৩৯ চনত হৈছিল।

২। ‘What is Sociology’ গ্ৰন্থখন কোনে লিখিছিল?

উত্তৰঃ ‘What is Sociology’ গ্ৰন্থখন Norbert Elias-এ  লিখিছিল।

৩। সমাজতত্ত্বৰ প্ৰথম পিতৃ কোন ?

উত্তৰঃ সমাজতত্ত্বৰ প্ৰথম পিতৃ আগষ্ট ক’ট।

৪। সমাজতত্ত্ব শব্দটো কৰ পৰা আহিছে ?

উত্তৰঃ সমাজতত্ত্ব শব্দটো লেটিন ভাষাৰ ‘Socious’ আৰু গ্ৰীক ভাষাৰ ‘Logos’ শব্দ দুটাৰ সমন্বয়ৰ ফলত উৎপত্তি হৈছে।

৫। সমাজতত্ত্বৰ আৰু অৰ্থনীতিৰ দুটা উমৈহতীয়া অধ্যয়নৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ সমাজতত্ত্বৰ আৰু অৰ্থনীতিৰ দুটা উমৈহতীয়া অধ্যয়নৰ বিষয়ে তলত উল্লেখ কৰা হ’ল–

(ক) শ্ৰমবিভাজন। আৰু 

(খ) বিতৰণ ব্যৱস্থা।

৬। প্ৰত্যক্ষবাদৰ লগত জড়িত বিপ্লৱ দুটা কি কি ? 

উত্তৰঃ প্ৰত্যক্ষবাদৰ লগত জড়িত বিপ্লৱ দুটা হ’ল— ইংলেণ্ডৰ শিল্প বিপ্লৱ আৰু ফৰাছী বিপ্লৱ। 

৭। ভাৰতীয় সমাজতত্ত্ববিদ এজনৰ নাম লিখা।

উত্তৰঃ ডঃ ৰাধাকমল মুখাৰ্জী ।

৮। সম্বন্ধয়াত্মক চিন্তাধাৰাৰ যিকোনো এজন সমৰ্থকৰ নাম উল্লেখ কৰা।

উত্তৰঃ ইমাইল দুৰখেইম।

৯। সমাজতত্ত্ব কি ?

উত্তৰঃ সমাজতত্ত্ব হৈছে মানৱ সমাজৰ বিজ্ঞানসন্মত অধ্যয়ন । সমাজতত্ত্বৰ মূল বিষয় হৈছে সমাজৰ বিভিন্ন দিশবোৰক সামাজিকভাৱে অধ্যয়ন কৰা। মানুহৰ সামাজিক জীৱন, সামাজিক গোট আৰু সমাজ সম্পৰ্কে সমাজতত্ত্বই অধ্যয়ন কৰে। 

১০।  বিশেষাত্মক চিন্তাধাৰাৰ মুখ্য সমৰ্থকজন কোন?

উত্তৰঃ জৰ্জ চিমেন। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top