Class 11 Finance Important Chapter 13 হস্তান্তৰযোগ্য দলীল Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Finance Important Chapter 13 হস্তান্তৰযোগ্য দলীল Solutions in Assamese and select need one. Class 11 Banking Additional Solutions Assamese Medium Download PDF. HS 1st Year Finance Important Question Answer in Assamese.
Class 11 Finance Important Chapter 13 হস্তান্তৰযোগ্য দলীল
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Banking Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Finance Important Solutions in Assamese for All Chapters, You can practice these here.
হস্তান্তৰযোগ্য দলীল
Chapter: 13
| গোট – ৪ বিভিন্ন প্রকাৰৰ বেংক হিচাব আৰু গ্রাহক |
| IMPORTANT QUESTION AND ANSWER |
চুটি প্রশ্ন-উত্তৰ-
১। হস্তান্তৰযোগ্য দলীল বুলিলে কি বুজা যায়?
উত্তৰঃ যি লিখিত দলীল এজন ব্যক্তিৰ পৰা আন এজনলৈ ধন হস্তান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়, তাকে হস্তান্তৰযোগ্য দলীল বোলে।
২। হস্তান্তৰযোগ্য দলীল সম্পর্কীয় আইনখন কেতিয়া প্ৰচলিত হয়?
উত্তৰঃ ১৮৮২ চনৰ ১ মাৰ্চৰ পৰা।
৩। আইনে স্বীকৃত হস্তান্তৰযোগ্য দলীল কেইটা?
উত্তৰঃ তিনিটা – প্রতিশ্রুতি পত্র, বিনিময় পত্র, আৰু চেক।
৪। হুন্ডি বুলিলে কি বুজা যায়?
উত্তৰঃ এটা স্থানীয় বা থলুৱা ৰূপত ব্যৱহৃত বিনিময় পত্র।
৫। একেটা দলীলত কিমান পক্ষ থাকিব পাৰে?
উত্তৰঃ সাধাৰণতে তিনিটা – প্রস্তুতকাৰক, প্রাপক, আৰু গ্ৰহীতা।
৬। চেক কোন আইনৰ অধীনত পৰে?
উত্তৰঃ ১৮৮১ চনৰ হস্তান্তৰযোগ্য দলীল আইনৰ অধীনত।
৭। বাহক চেকৰ বৈশিষ্ট্য কি?
উত্তৰঃ যিজনে চেকটো বহন কৰে, তেঁওহে পৰিশোধ লাভ কৰে।
৮। আদেশী চেকত পৃষ্ঠাংকণৰ প্ৰয়োজন আছে নে?
উত্তৰঃ হ’ব পাৰে, কাৰণ পৃষ্ঠাংকণৰ দ্বাৰা হস্তান্তৰ হয়।
৯। চেকত লিখকৰ স্বাক্ষৰ কিমান গুৰুত্বপূৰ্ণ?
উত্তৰঃ অত্যন্ত গুৰুত্বপূৰ্ণ, নমুনা স্বাক্ষৰৰ সৈতে মিলিব লাগিব।
১০। Promissory note কেনেকুৱা দলীল?
উত্তৰঃ এটা চর্তবিহীন লিখিত প্রতিশ্রুতি দলীল।
১১। Bill of Exchangeত ক’ত আদায়ৰ আদেশ থাকে?
উত্তৰঃ প্ৰস্তুতকাৰকৰ দ্বাৰা স্বীকৃতিদাতাক দিয়া আদেশত থাকে।
১২। Promissory Note ক’ত প্ৰস্তুত হয়?
উত্তৰঃ দেনাদাৰে লিখে আৰু স্বাক্ষৰ কৰে।
১৩। Crossed cheque ত কেনে ধৰণৰ পৰিশোধ হয়?
উত্তৰঃ কেৱল বেংক হিচাপৰ জৰিয়তে পৰিশোধ হয়।
১৪। মুকলি চেক ক’ত নগদীকৰণ কৰিব পাৰি?
উত্তৰঃ বেংকৰ কাউণ্টাৰত।
১৫। বাহক চেক হেৰালে কি হ’ব পাৰে?
উত্তৰঃ বাহক চেক হেৰালে বা চুৰি হ’লে যিজনে সেই চেকটো ধৰে, তেঁও চেকখন নগদীকৰণ কৰি ধন উলিয়াই নিব পাৰে। ফলস্বৰূপে, মূল ধাৰকত ধনৰ লোকচানৰ সম্ভাৱনা থাকে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


