Class 11 Economics MCQ Chapter 19 পৰিসাংখ্যিক আহিলাৰ ব্যৱহাৰ

Class 11 Economics MCQ Chapter 19 পৰিসাংখ্যিক আহিলাৰ ব্যৱহাৰ Solutions, HS 1st year Economics Multiple Choice Question Answer, Class 11 Economics MCQ Chapter 19 পৰিসাংখ্যিক আহিলাৰ ব্যৱহাৰ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Economics MCQ Solutions and select needs one.

Class 11 Economics MCQ Chapter 19 পৰিসাংখ্যিক আহিলাৰ ব্যৱহাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Economics Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Economics Objective Type Solutions for All Subject, You can practice these here.

Chapter – 19

PART – II

MULTIPLE CHOICE QUESTION ANSWER

১। পৰিসাংখ্যিক আহিলাৰ অধ্যায়ত কি শিকিব পৰা যায়?

(ক) কাৰ্যালয়ৰ নিয়ম-কানুন

(খ) প্ৰকল্প গঢ়ি তোলাৰ পদ্ধতি।

(গ) খেলা – ধুলাৰ নিয়ম।

(ঘ) ভাষা শিক্ষা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (খ) প্ৰকল্প গঢ়ি তোলাৰ পদ্ধতি।

২। পৰিসাংখ্যিক আহিলাসমূহ কিদৰে আমাৰ দৈনন্দিন জীৱনত সহায় কৰে?

(ক) বৃত্তান্ত ৰচনা।

(খ) বিভিন্ন তথ্যৰ ব্যাখ্যা।

(গ) খেল – ধেমালি।

(ঘ) সংগীত শিকোৱা।

উত্তৰঃ (খ) বিভিন্ন তথ্যৰ ব্যাখ্যা।

৩। পৰিসাংখ্যিক আহিলা আৰু পদ্ধতিসমূহৰ সঠিক ব্যৱহাৰ কেনেধৰণৰ কামত সহায় কৰে?

(ক) খেলুৱৈ বাছনি।

(খ) পৰীক্ষা প্রস্তুতি।

(গ) ব্যৱসায়িক আৰু আৰ্থিক ব্যাখ্যা।

(ঘ) পৰিৱেশ সুৰক্ষা।

উত্তৰঃ (গ) ব্যৱসায়িক আৰু আৰ্থিক ব্যাখ্যা

৪। কোনটো ক্ষেত্ৰত সাধাৰণতে গৌণ তথ্য ব্যৱহাৰ কৰা হয়?

(ক) সময়, ধন বা জনশক্তিৰ নাটনি থাকে।

(খ) অধ্যয়ন কেন্দ্ৰ বাছি লোৱা হয়।ও

(গ) অধ্যয়ন সমাপ্ত হয়।

(ঘ) তথ্য সংগ্ৰহ।

উত্তৰঃ (ক) সময়, ধন বা জনশক্তিৰ নাটনি থাকে।

৫। লক্ষ্য সমষ্টি ঠিক কৰিবলৈ কি ধৰণৰ তথ্য ব্যৱহাৰ কৰা হয়?

(ক) গৌণ তথ্য।

(খ) প্রাথমিক তথ্য।

(গ) উভয় পদ্ধতি।

(ঘ) সংগঠন তথ্য।

উত্তৰঃ (গ) উভয় পদ্ধতি।

৬। প্রতিদর্শ সমীক্ষা (Sampling Survey) কেনেধৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়?

(ক) তথ্য সংগ্ৰহ।

(খ) তথ্য বিশ্লেষণ।

(গ) তথ্য সংগঠন।

(ঘ) তথ্য অধ্যয়ন।

উত্তৰঃ (ক) তথ্য সংগ্ৰহ।

৭। গাড়ীৰ লগত জড়িত প্রকল্পৰ লক্ষ্য সমষ্টি কোন লোকবিলাকক ধৰি ল’ব লাগে?

(ক) নিম্ন বিত্তীয় লোক।

(খ) মধ্য বিত্তীয় আৰু উচ্চ বিত্তীয় লোক।

(গ) সকলো বিত্তীয় লোক।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) মধ্য বিত্তীয় আৰু উচ্চ বিত্তীয় লোক।

৮। তথ্য সংগ্ৰহৰ প্রাথমিক কি পদ্ধতিৰ অন্তৰ্গত?

(ক) ব্যক্তিগত সাক্ষাৎকাৰ।

(খ) ডাকযোগে পঠিওৱা প্রশ্নাৱলী।

(গ) ফোন আৰু ই-মেইলযোগে তথ্য সংগ্ৰহ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) ফোন আৰু ই-মেইলযোগে তথ্য সংগ্ৰহ।

৯। গৌণ তথ্যৰ বৈশিষ্ট্য কি?

(ক) সহজলভ্য হয়।

(খ) সংগ্রহ কৰাটো কঠিন হয়।

(গ) প্ৰাথমিকভাৱে সংগৃহীত তথ্য।

(ঘ) প্ৰাথমিক তথ্যৰ পৰা অধিক মূল্যৱান।

 উত্তৰঃ (ক) সহজলভ্য হয়।

১০। গ্ৰন্থপঞ্জী কি বিষয়ে উল্লেখ কৰিব লাগে?

(ক) ব্যক্তিগত মতামত।

(খ) গৌণ উৎস।

(গ) অধ্যয়ন কেন্দ্ৰ।

(ঘ) অধ্যয়নৰ সময়সীমা।

উত্তৰঃ (খ) গৌণ উৎস।

১১। গাঁও পঞ্চায়তৰ প্রধান হিচাপে তোমাৰ লক্ষ্য কি?

(ক) ব্যক্তিগত আয় বৃদ্ধি কৰা।

(খ) বিশুদ্ধ পানীৰ সুবিধা উন্নত কৰা।

(গ) ৰাজনৈতিক প্ৰচাৰ কৰা।

(ঘ) শিক্ষাৰ উন্নতি।

উত্তৰঃ (খ) বিশুদ্ধ পানীৰ সুবিধা উন্নত কৰা।

১২। পৰিবহণ মন্ত্রীৰ উপদেষ্টা হিচাপে কি উন্নত কৰিবা।

(ক) ৰাষ্ট্ৰীয় ৰাজনীতি।

(খ) সমন্বিত যাতায়াত ব্যৱস্থা।

(গ) কৃষি উৎপাদন।

(ঘ) বনাঞ্চল সংৰক্ষণ।

উত্তৰঃ (খ) সমন্বিত যাতায়াত ব্যৱস্থা।

১৩। গ্রাম্য কুটীৰ উদ্যোগৰ গোট খোলাৰ বাবে কি প্ৰস্তাৱনা কৰিব লাগিব?

(ক) ব্যক্তিগত উন্নতিৰ পন্থা।

(খ) বেংকৰ ঋণৰ প্ৰস্তাৱনা।

(গ) শিক্ষা বিভাগৰ সহযোগিতা।

(ঘ) পৰিবহণ ব্যৱস্থা উন্নতি।

উত্তৰঃ (খ) বেংকৰ ঋণৰ প্ৰস্তাৱনা।

১৪। পলিঅ’ প্রতিষেধক প্রদান কার্যসূচীৰ বিষয়ে কি প্ৰস্তুত কৰিব লাগে?

(ক) বিকাশৰ বাবে পৰামৰ্শ।

(খ) শিক্ষাৰ মান উন্নয়ন।

(গ) প্ৰতিষেধক প্রদান কার্যসূচীৰ প্রতিবেদন।

(ঘ) বনাঞ্চল সংৰক্ষণ।

উত্তৰঃ (গ) প্ৰতিষেধক প্রদান কার্যসূচীৰ প্রতিবেদন।

১৫। সমীক্ষাত অংশ গ্ৰহণ কৰা অধিকাংশ ব্যৱহাৰকাৰী কোন ঠাইৰ বাসিন্দা?

(ক) গাঁৱৰ।

(খ) চহৰাঞ্চলৰ।

(গ) নগৰ।

(ঘ) সীমান্ত এলেকা।

উত্তৰঃ (খ) চহৰাঞ্চলৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top