Class 11 Economics MCQ Chapter 10 ভাৰতবৰ্ষ আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

Class 11 Economics MCQ Chapter 10 ভাৰতবৰ্ষ আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা Solutions, HS 1st year Economics Multiple Choice Question Answer, Class 11 Economics MCQ Chapter 10 ভাৰতবৰ্ষ আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Economics MCQ Solutions and select needs one.

Class 11 Economics MCQ Chapter 10 ভাৰতবৰ্ষ আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Economics Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Economics Objective Type Solutions for All Subject, You can practice these here.

Chapter – 10

PART – I

MULTIPLE CHOICE QUESTION ANSWER

১। কিমান চনত চীন প্ৰজাতন্ত্রৰ প্ৰতিষ্ঠা হৈছিল?

(ক) ১৯৪৭ চনত।

(খ) ১৯৪৮ চনত।

(গ) ১৯৪৯ চনত।

(ঘ) ১৯৫০ চনত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (গ) ১৯৪৯ চনত।

২। কিমান চনত পাকিস্তানে নিজৰ প্ৰথম পাঁচ বছৰীয়া পৰিকল্পনা আৰম্ভ কৰিছিল?

(ক) ১৯৫১ চনত।

(খ) ১৯৫৩ চনত।

(গ) ১৯৫৫ চনত।

(ঘ) ১৯৫৬ চনত।

উত্তৰঃ (ঘ) ১৯৫৬ চনত।

৩। পাকিস্তানে নিজৰ প্ৰথম পাঁচ বছৰীয়া পৰিকল্পনা কি নামেৰে আৰম্ভ কৰিছিল?

(ক) First Five-Year Plan.

(খ) Medium Term Plan.

(গ) Long-Term Development Plan.

(ঘ) Economic Growth Plan.

উত্তৰঃ (খ) Medium Term Plan.

৪। চীনে প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া ঘোষণা কৰিছিল?

(ক) ১৯৫৩ চনত।

(খ) ১৯৫৪ চনত।

(গ) ১৯৫৫ চনত।

(ঘ) ১৯৫৬ চনত।

উত্তৰঃ (ক) ১৯৫৩ চনত।

৫। ১৯৯৮ চনলৈকে পাকিস্তানে কেইখন পঞ্চবার্ষিক পৰিকল্পনা হাতত লৈছিল?

(ক) পাঁচখন।

(খ) ছয়খন।

(গ) সাতখন।

(ঘ) আঠখন।

উত্তৰঃ (ঘ) আঠখন।

৬। কিমান চনত “Great Leap Forward” অভিযান আৰম্ভ হৈছিল?

(ক) ১৯৫৬ চনত।

(খ) ১৯৫৮ চনত।

(গ) ১৯৬০ চনত।

(ঘ) ১৯৬২ চনত।

উত্তৰঃ (খ) ১৯৫৮ চনত।

৭। Commune Systemত মানুহে কেনেকৈ খেতি কৰিছিল?

(ক) ব্যক্তিগতভাৱে।

(খ) সামূহিকভাৱে।

(গ) সীমিতভাৱে।

(ঘ) সংগঠিতভাৱে।

উত্তৰঃ (খ) সামূহিকভাৱে।

৮। চীনৰ অর্থনৈতিক সংস্কাৰসমূহ কেতিয়া আৰম্ভ হৈছিল?

(ক) ১৯৫৮ চনত।

(খ) ১৯৬৮ চনত।

(গ) ১৯৭৫ চনত।

(ঘ) ১৯৭৮ চনত।

উত্তৰঃ (ঘ) ১৯৭৮ চনত।

৯। তলত উল্লেখ কৰা দেশকেইখনৰ ভিতৰত কোনখন দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি?

(ক) ভাৰত।

(খ) চীন।

(গ) পাকিস্তান।

(ঘ) শ্ৰীলংকা।

উত্তৰঃ (গ) পাকিস্তান।

১০। ‘এটি সন্তান’ নীতি কোনখন দেশত প্ৰৱৰ্তন কৰা হৈছিল?

(ক) চীন।

(খ) পাকিস্তান।

(গ) ভাৰত।

(ঘ) বাংলাদেশ।

উত্তৰঃ (ক) চীন।

১১। তলত উল্লেখ কৰা কোনখন দেশত মুঠ জনসংখ্যাৰ ২৮ শতাংশ লোকে নগৰত বাস কৰে?

(ক) চীন।

(খ) পাকিস্তান।

(গ) ভাৰত।

(ঘ) বাংলাদেশ।

উত্তৰঃ (গ) ভাৰত।

১২। ক্ৰয়শক্তি সমতা অনুসৰি, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ (GDP) পৰিমাণ কিমান?

(ক) ১.৫ ট্রিলিয়ন ডলাৰ।

(খ) ২.৫ ট্রিলিয়ন ডলাৰ।

(গ) ৪.৫ ট্রিলিয়ন ডলাৰ।

(ঘ) ৩.৩ ট্রিলিয়ন ডলাৰ।

উত্তৰঃ (ঘ) ৩.৩ ট্রিলিয়ন ডলাৰ।

১৩। নব্বৈৰ দশকত কোন দেশৰ বৃদ্ধিৰ হাৰ ৩.৬ শতাংশলৈ হ্ৰাস পাইছিল?

(ক) পাকিস্তান।

(খ) চীন।

(গ) ভাৰত।

(ঘ) ইণ্ডোনেছিয়া।

উত্তৰঃ (ক) পাকিস্তান।

১৪। ভাৰত আৰু পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদন (GDP)ত কৃষি খণ্ডৰ অৱদান প্ৰায় কিমান শতাংশ?

(ক) ১৫ শতাংশ।

(খ) ২৩ শতাংশ।

(গ) ৩০ শতাংশ।

(ঘ) ৫০ শতাংশ।

উত্তৰঃ (খ) ২৩ শতাংশ।

১৫। কোন দেশত মুঠ জনসংখ্যাৰ প্ৰায় ৬০ শতাংশ লোক কৃষি খণ্ডত নিয়োজিত?

(ক) পাকিস্তান।

(খ) ভাৰত।

(গ) চীন।

(ঘ) শ্ৰীলংকা।

উত্তৰঃ (খ) ভাৰত।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top