Class 11 Economics MCQ Chapter 9 পৰিৱেশ আৰু বহনক্ষম উন্নয়ন

Class 11 Economics MCQ Chapter 9 পৰিৱেশ আৰু বহনক্ষম উন্নয়ন Solutions, HS 1st year Economics Multiple Choice Question Answer, Class 11 Economics MCQ Chapter 9 পৰিৱেশ আৰু বহনক্ষম উন্নয়ন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Economics MCQ Solutions and select needs one.

Class 11 Economics MCQ Chapter 9 পৰিৱেশ আৰু বহনক্ষম উন্নয়ন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Economics Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Economics Objective Type Solutions for All Subject, You can practice these here.

Chapter – 9

PART – I

MULTIPLE CHOICE QUESTION ANSWER

১। পৰিৱেশ সম্পাদনৰ মূল কার্য কেইটা?

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (ঘ) চাৰিটা।

২। অৱক্ষয় বা নিঃশেষ হোৱাৰ সম্ভৱনাক নুই কৰি যিবোৰ সম্পদ ব্যৱহাৰ কৰিব পাৰি সেইবোৰ সম্পদক কি সম্পদ বোলে?

(ক) নবীকৰণযোগ্য সম্পদ।

(খ) অনবীকৰণযোগ্য সম্পদ।

(গ) খনিজ সম্পদ।

(ঘ) প্ৰাকৃতিক সম্পদ।

উত্তৰঃ (ক) নবীকৰণযোগ্য সম্পদ।

৩। যিবোৰ সম্পদ উদঘাটন আৰু ব্যৱহাৰৰ ফলত নিঃশেষ হয় তেনেবোৰ সম্পদক কি সম্পদ বোলে?

(ক) নবীকৰণযোগ্য সম্পদ।

(খ) অনবীকৰণযোগ্য সম্পদ।

(গ) খনিজ সম্পদ।

(ঘ) প্ৰাকৃতিক সম্পদ।

উত্তৰঃ (খ) অনবীকৰণযোগ্য সম্পদ।

৪। ১৯৭০ চনৰ পৰা প্ৰাক্‌-উদ্যোগিক স্তৰলৈকে মিথেনৰ বায়ুমণ্ডলীয় অভিনিৱেশ কিমান শতাংশ বৃদ্ধি ঘটিছে?

(ক) ১০০%

(খ) ১২৫%

(গ) ১৪৯%

(ঘ) ১৭৫%

উত্তৰঃ (গ) ১৪৯%

৫। ১৯৭০ চনৰ পৰা প্ৰাক্‌ উদ্যোগিক শুৰলৈকে বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ অভিনিৱেশ কিমান শতাংশ বৃদ্ধি পাইছে?

(ক) ৩১%

(খ) ৪৯%

(গ) ৭৫%

(ঘ) ১০০%

উত্তৰঃ (ক) ৩১%

৬। ১৯৯৭ চনত কোনখন চহৰত জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় এক আন্তঃৰাষ্ট্ৰীয় চুক্তি গ্ৰহণ কৰা হয়?

(ক) আমেৰিকা।

(খ) জাপান।

(গ) ফ্ৰান্স।

(ঘ) লণ্ডন।

উত্তৰঃ (খ) জাপান।

৭। কিমান চনত জাপানৰ কিয়ট’ (Kyoto)ত জাতি সংঘৰ জলবায়ু পৰিৱৰ্তন সম্পর্কীয় সম্মিলন অনুষ্ঠিত কৰা হৈছিল?

(ক) ১৯৬৩ চনত।

(খ) ১৯৬৯ চনত।

(গ) ১৯৮৭ চনত।

(ঘ) ১৯৯৭ চনত।

উত্তৰঃ (ঘ) ১৯৯৭ চনত।

৮। অতি বেঙুনীয়া বিকিৰণে মানুহৰ কিহৰ সৃষ্টি কৰে?

(ক) চর্ম কেন্সাৰ।

(খ) মূৰত আঘাত।

(গ) হৃদৰোগ।

(ঘ) হজম সমস্যা।

উত্তৰঃ (ক) চর্ম কেন্সাৰ।

৯। ১৯৭৯ চনৰ পৰা ১৯৯০ চনৰ ভিতৰত অ’জন স্তৰৰ কিমান শতাংশ অৱক্ষয় ঘটিছে?

(ক) ১ শতাংশ।

(খ) ২ শতাংশ।

(গ) ৩ শতাংশ।

(ঘ) ৪ শতাংশ।

উত্তৰঃ (ক) ১ শতাংশ।

১০। ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ ক’লামাটি কোন খেতিৰ বাবে উপযোগী?

(ক) মাটিমাহ।

(খ) কপাহ।

(গ) ধান।

(ঘ) ঘেঁহু।

উত্তৰঃ (খ) কপাহ।

১১। ভাৰতৰ কোন অঞ্চলত বস্ত্ৰ উদ্যোগৰ কেন্দ্রীভৱন ঘটিছে?

(ক) সিন্ধু-গঙ্গা সমভূমি।

(খ) গোধাবৰী উপত্যকা।

(গ) দাক্ষিণাত্য মালভূমি।

(ঘ) উত্তৰ-পূব অঞ্চল।

উত্তৰঃ (গ) দাক্ষিণাত্য মালভূমি।

১২। কৰ্ণাটকৰ চিপকো আন্দোলনৰ সদৃশ আন্দোলনৰ নাম কি আছিল?

(ক) চিপকো।

(খ) সৰিতো।

(গ) আপ্লিকো।

(ঘ) বনবন্ধু।

উত্তৰঃ (গ) আপ্লিকো

১৩। আপ্লিকো আন্দোলনৰ সময়ত চাল্কানি অৰণ্যত কিমানজন লোকে অংশগ্ৰহণ কৰিছিল?

(ক) ১৬০ জন।

(খ) ১৬১ জন।

(গ) ১৬৯ জন।

(ঘ) ২০০ জন।

উত্তৰঃ (ক) ১৬০ জন।

১৪। কিমান চনত চিৰচি জিলাৰ চাল্কানি অৰণ্যত গছ কটা আৰম্ভ হৈছিল?

(ক) ১৯৫৩ চনত।

(খ) ১৯৫৯ চনত।

(গ) ১৯৬৩ চনত।

(ঘ) ১৯৮৩ চনত।

উত্তৰঃ (ঘ) ১৯৮৩ চনত।

১৫। আপ্লিকো আন্দোলনৰ ফলত ৰাইজে কিমান জোপা গছ ৰক্ষা কৰিছিল?

(ক) ৫,০০০ জোপা।

(খ) ৮,০০০ জোপা।

(গ) ১০,০০০ জোপা।

(ঘ) ১২,০০০ জোপা।

উত্তৰঃ (ঘ) ১২,০০০ জোপা।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top