Class 11 Advance Assamese Important Chapter 8 ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা

Class 11 Advance Assamese Important Chapter 8 ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Advance Assamese Important Chapter 8 ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা Solutions and select need one. Class 11 Advance Assamese Additional Solutions Download PDF. HS 1st Year Advance Important Question Answer in Assamese.

Class 11 Advance Assamese Important Chapter 8 ছাত্ৰৰ কৰ্তব্য আৰু শিক্ষা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Advance Assamese Important Notes are part of All Subject Solutions. Here we have given HS 1st Year Advance Assamese Important Solutions for All Chapters, You can practice these here.

Chapter: 8

গোট – ২: নিৰ্বাচিত গদ্যসমূহ
IMPORTANT QUESTION AND ANSWER

১। বিগত ১০-১২ বছৰত ভাৰতবৰ্ষত কি হৈছে?

উত্তৰঃ বিগত ১০-১২ বছৰত ভাৰতবৰ্ষত নানা আন্দোলন আৰু পৰিৱৰ্তনৰ ঢৌ উঠিছে।

২। ইটালীত ছাত্রসকলে কেনেকৈ অধ্যাপক নিযুক্ত কৰিছিল?

উত্তৰঃ ইটালীত ছাত্রসকলে ডাঙৰ দল বান্ধি স্বাৰ্থৰ বাবে অধ্যাপক নিযুক্ত কৰিছিল।

৩। নতুন চিন্তাৰ ঘাত-প্রতিঘাতৰ প্রথম প্ৰভাৱ ক’ত পৰে?

উত্তৰঃ নতুন চিন্তাৰ ঘাত-প্রতিঘাতৰ প্রথম প্ৰভাৱ ছাত্ৰ সমাজত পৰে।

৪। জাতীয় অৱস্থাৰ বিকাশত কোনে বিশেষ ভূমিকা লৈছে?

উত্তৰঃ জাতীয় অৱস্থাৰ বিকাশত ছাত্ৰ সমাজে বিশেষ ভূমিকা লৈছে।

৫। উনবিংশ শতিকাৰ প্ৰথম ভাগৰ সাহিত্য কিহৰ আভাস দিয়ে?

উত্তৰঃ উনবিংশ শতিকাৰ প্ৰথম ভাগৰ সাহিত্য পশ্চিম ইউৰোপৰ সভ্যতাৰ চিন্তাধাৰাৰ আভাস দিয়ে।

৬। শৃঙ্খলাৰ নামত কি ত্যাগ কৰা উচিত নহয়?

উত্তৰঃ শৃঙ্খলাৰ নামত জাতীয় মর্যাদা আৰু আত্মসম্মান ত্যাগ কৰা উচিত নহয়।

৭। পাশ্চাত্য সভ্যতাৰ বিষয়ে দুটা দলে কি গঠন কৰিছিল?

উত্তৰঃ পাশ্চাত্য সভ্যতাৰ বিষয়ে এটা দলে সমৰ্থন আৰু আন দলে আপত্তি কৰিছিল।

৮। সমৰ্থক দলৰ নাম কি আছিল?

উত্তৰঃ সমৰ্থক দলৰ নাম হ’ল- পশ্চিমীয়া দল।

৯। আধুনিক ৰাষ্ট্ৰ গঠন কৰিবলৈ কি কৰিব লাগিব?

উত্তৰঃ আধুনিক ৰাষ্ট্ৰ গঠন কৰিবলৈ জাতি আৰু সম্প্রদায়ৰ বিভাগ দূৰ কৰিব লাগিব।

১০। আমাৰ সমাজত চিন্তাৰ পূৰ্ণ বিকাশ ক’ত হ’ব লাগে?

উত্তৰঃ আমাৰ সমাজত চিন্তাৰ পূৰ্ণ বিকাশ ছাত্ৰ সমাজৰ মাজত হ’ব লাগে।

১১। ছাত্ৰ-জীৱনৰ দায়িত্ব কি?

উত্তৰঃ ছাত্ৰ-জীৱনৰ দায়িত্ব হ’ল আত্মিক আদৰ্শ গঠন আৰু চিন্তাশীলতা বিকাশ।

১২। অসমে কোন ক্ষেত্ৰত পিছ পৰি আছে বুলি কোৱা হৈছে?

উত্তৰঃ অসমে জ্ঞান-বিজ্ঞানৰ বিষয়ৰ ক্ষেত্ৰত পিছ পৰি আছে বুলি কোৱা হৈছে।

১৩। উপাধিতকৈও গুৰুত্বপূৰ্ণ বস্তু কি?

উত্তৰঃ উপাধিতকৈও গুৰুত্বপূৰ্ণ বস্তু হ’ল চৰিত্ৰৰ গৌৰৱ।

১৪। গ্ৰীচৰ অলিম্পিক খেল কিহৰ অংশ আছিল?

উত্তৰঃ গ্ৰীচৰ অলিম্পিক খেল গ্ৰীক জাতীয় জীৱনৰ অংশ আছিল।

১৫। তৰোৱাল-খেল কোন দেশৰ ছাত্রৰ বিদ্যা?

উত্তৰঃ তৰোৱাল-খেল ফৰাচী দেশৰ ছাত্রৰ বিদ্যা।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top