Class 10 Social Science MCQ Chapter 10 ভাৰতীয় গণতন্ত্ৰ, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 10 ভাৰতীয় গণতন্ত্ৰ Question Answer can be of great value to excel in the examination.
SEBA Class 10 Social Science MCQ Chapter 10 ভাৰতীয় গণতন্ত্ৰ
SEBA Class 10 Social Science MCQ Chapter 10 ভাৰতীয় গণতন্ত্ৰ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 10 ভাৰতীয় গণতন্ত্ৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
ভাৰতীয় গণতন্ত্ৰ
Chapter – 10
ৰাজনীতি আৰু অৰ্থনীতি
Multiple Choice Questions & Answers
1. ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰে—
(a) ১৯৪৭ চনৰ ২৬ জানুৱাৰী।
(b) ১৯৪৭ চনৰ ১৫ আগষ্ট।
(c) ১৯৪৮ চনৰ ২৬ জানুৱাৰী।
(d) ১৯৫০ চনৰ ২৬ জানুৱাৰী।
উত্তৰঃ (b) ১৯৪৭ চনৰ ১৫ আগষ্ট।
2. ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে-
(a) আছে।
(b) নাই।
(c) ব্যৱস্থা হ’বহে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) নাই।
3. ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত জয়ী হোৱা দলটো —
(a) শ্রমিক দল।
(b) ৰাজনৈতিক দল।
(c) কমিউনিষ্ট দল।
(d) বনুৱা দল।
উত্তৰঃ (a) শ্ৰমিক দল।
4. ভাৰতত সংবিধান সভা গঠন হৈছিল-
(a) মুছলিম লীগৰ তৎপৰতাত।
(b) কেবিনেট মিছনৰ তৎপৰতাত।
(c) জাতীয় কংগ্ৰেছৰ তৎপৰতাত।
(d) কমিউনিষ্ট দলৰ তৎপৰতাত।
উত্তৰঃ (b) কেবিনেট মিছনৰ তৎপৰতাত।
5. Foedus’ শব্দৰ অৰ্থ হ’ল-
(a) যুদ্ধ অথবা শান্তি।
(b) চুক্তি অথবা সন্ধি।
(c) ‘যুদ্ধ’ অথবা ‘সন্ধি’।
(d) ‘যুদ্ধ’অথবা ‘ধ্বংস’।
উত্তৰঃ (b) চুক্তি অথবা সন্ধি।
6. ইংৰাজী ‘Federation’ শব্দটো আহিছে—
(a) গ্ৰীক শব্দ ‘Foedus’ ৰ পৰা।
(b) গ্ৰীক শব্দ ‘Fo edos ৰ পৰা।
(c) লেটিন শব্দ ‘Foedus’ ৰ পৰা।
(d) লেটিন শব্দ ‘Fo edos ৰ পৰা।
উত্তৰঃ (c) লেটিন শব্দ’Foedus’ ৰ পৰা।
7. ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষজন হ’ল-
(a) ড° বি আৰ আম্বেদকাৰ।
(b) ড° ৰাজেন্দ্ৰ প্ৰসাদ।
(c) সৰ্বপল্লী ৰাধাকৃষ্ণণ।
(d) জৱাহৰলাল নেহৰু।
উত্তৰঃ (a) ড° বি আৰ আম্বেদকাৰ।
8. সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নির্বাচিত হৈছিল—
(a) ড⁰ বি আৰ আম্বেদকাৰ।
(b) ড⁰ ৰাজেন্দ্ৰ প্ৰসাদ।
(c) জৱাহৰলাল নেহৰু।
(d) গোপাল কৃষ্ণ আয়েঙ্গাৰ।
উত্তৰঃ (b) ড⁰ ৰাজেন্দ্ৰ প্ৰসাদ।
9. সংবিধান সভাৰ প্ৰথম বৈঠক বহিছিল—
(a) ১৯৪৭ চনৰ ৯ ডিচেম্বৰত।
(b) ১৯৪৭ চনৰ ১০ ডিচেম্বৰত।
(c) ১৯৪৬ চনৰ ১ ডিচেম্বৰত।
(d) ১৯৪৫ চনৰ ৯ ডিচেম্বৰত।
উত্তৰঃ (c) ১৯৪৬ চনৰ ১ ডিচেম্বৰত।
10. সার্বভৌমত্ব মানে-
(a) ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা।
(b) ৰাজ্যৰ সৰ্বোচ্চ ক্ষমতা
(c) ব্যক্তিৰ অধিকাৰ।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা।
11. ‘যুক্তৰাষ্ট্ৰ’ শব্দটো উল্লেখ নাই—
(a) ভাৰতৰ সংবিধানত।
(b) আমেৰিকাৰ সংবিধানত।
(c) ইংলেণ্ডৰ সংবিধানত।
(d) কানাডাৰ সংবিধানত।
উত্তৰঃ (a) ভাৰতৰ সংবিধানত।
12. পৃথিৱীৰ বৃহত্তম গণতান্ত্রিক দেশ —
(a) চীনদেশ।
(b) ইংলেণ্ড।
(c) ভাৰতবৰ্ষ।
(d) কানাডা।
উত্তৰঃ (c) ভাৰতবৰ্ষ।
13. জনমত হ’ল—
(a) সংখ্যাগৰিষ্ঠতাৰ মত।
(b) জনসাধাৰণৰ মত।
(c) কল্যাণকামী মত।
(d) সকলোৰে মত।
উত্তৰঃ (c) কল্যাণকামী মত।
14. বৰ্তমান যুগৰ উত্তম চৰকাৰ —
(a) ৰাজতন্ত্র।
(b) প্রজাতন্ত্র।
(c) গণতন্ত্র।
(d) ধনতন্ত্র।
উত্তৰঃ (c) গণতন্ত্ৰ।
15. ভাৰতত বৰ্তমান প্রচলিত চৰকাৰ—
(a) ৰাষ্ট্ৰপতীয়।
(b) গণতান্ত্রিক।
(c) মৰ্চা।
(d) সংসদীয়।
উত্তৰঃ (d) সংসদীয়।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



