Class 10 Social Science MCQ Chapter 11 আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

Class 10 Social Science MCQ Chapter 11 আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 11 আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Question Answer can be of great value to excel in the examination.

SEBA Class 10 Social Science MCQ Chapter 11 আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Table of Contents

SEBA Class 10 Social Science MCQ Chapter 11 আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 11 আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

Chapter – 11

ৰাজনীতি আৰু অৰ্থনীতি

Multiple Choice Questions & Answers

1. প্রথম বিশ্বযুদ্ধ সংঘটিত হৈছিল— 

(a) ১৯১৪ চনত।

(b) ১৯৪১ চনত।

(c) ১৯১৮ চনত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(d) ১৯৮১ চনত।

উত্তৰঃ (a) ১৯১৪ চনত।

2. ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত— 

(a) জেনেভা চহৰত।

(b) নিউয়র্ক চহৰত।

(c) পেৰিছ চহৰত।

(d) লণ্ডন চহৰত।

উত্তৰঃ (b) নিউয়র্ক চহৰত।

3. ৰাষ্ট্ৰসংঘ দিবস পালন কৰা হয়— 

(a) ২২ অক্টোবৰত।

(b) ২৩ অক্টোবৰত।

(c) ২৪ অক্টোবৰত।

(d) 22 অক্টোবৰত।

উত্তৰঃ (c) ২৪ অক্টোবৰত।

4. ৰাষ্ট্ৰসংঘৰ চনদ বলৱৎ কৰা হয়— 

(a) ১৯৪৯ চনৰ ২৬ নৱেম্বৰ।

(b) ১৯২০ চনৰ ২৬ নৱেম্বৰ।

(c) ১৯৪৫ চনৰ ২৬ নৱেম্বৰ।

(d) ১৯৫০ চনৰ ২৬ নৱেম্বৰ।

উত্তৰঃ (c) ১৯৪৫ চনৰ ২৬ নৱেম্বৰ।

5. ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূর্ণ অংগটো হ’ল— 

(a) সাধাৰণ সভা।

(b) নিৰাপত্তা পৰিষদ।

(c) ন্যাসৰক্ষী পৰিষদ।

(d) সামাজিক পৰিষদ।

উত্তৰঃ (b) নিৰাপত্তা পৰিষদ।

6. ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ—

(a) ৩ টা।

(b) ৫ টা।

(c) ৪ টা।

(d) ৬ টা।

উত্তৰঃ (d) ৬ টা।

7. ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন হৈছিল— 

(a) ১৯৪২ চনৰ ৬ ফেব্ৰুৱাৰী।

(b) ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী।

(c) ১৯৪৪ চনৰ ২৬ ফেব্ৰুৱাৰী।

(d) ১৯৪৮ চনৰ ৬ ফেব্ৰুৱাৰী।

উত্তৰঃ (b) ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী।

8. ১৯৫২ চনত ৰাষ্ট্ৰসংঘই গঠন কৰা আয়োগ—

(a) নিৰস্ত্ৰীকৰণ আয়োগ।

(b) নিৰাপত্তাৰ আয়োগ।

(c) মানৱ অধিকাৰ আয়োগ।

(d) নিটি আয়োগ।

উত্তৰঃ (a) নিৰস্ত্ৰীকৰণ আয়োগ।

9. বৰ্তমান ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় বিষয় হৈছে—

(a) সচিবালয়।

(b) ন্যাসৰক্ষী পৰিষদ। 

(c) সাধাৰণ সভা।

(d) সচিব প্রধান।

উত্তৰঃ (d) সচিব প্রধান।

10. ভেট’ প্ৰয়োগৰ ক্ষমতা আছে— 

(a) আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ।

(b) সাধাৰণ সভাৰ।

(c) নিৰাপত্তা পৰিষদৰ।

(d) ন্যাসৰক্ষী পৰিষদৰ।

উত্তৰঃ (c) নিৰাপত্তা পৰিষদৰ।

11. প্ৰথমে ৰাষ্ট্ৰসংঘৰ চনদত চহী কৰা ৰাষ্ট্ৰৰ সংখ্যা—

(a) ৫২ খন।

(b) ৪৫ খন।

(c) ৫১ খন।

(d) ৫ খন।

উত্তৰঃ (d) ৫ খন।

12. বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান—

(a) ব’ট্ৰছ ঘালি।

(b) বেন্ কি মুন।

(c) কফি আন্নান।

(d) এণ্টনিঅ’ গুটেৰেছ।

উত্তৰঃ (d) এণ্টনিঅ’ গুটেৰেছ।

13. বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয়—

(a) ২৪ অক্টোবৰ।

(b) ২৮ ছেপ্তেম্বৰ।

(c) ১০ ডিচেম্বৰ।

(d) ৫ জুন।

উত্তৰঃ (c) ১০ ডিচেম্বৰ।

14. আন্তর্জাতিক শিশু কল্যাণ অনুষ্ঠানটো হ’ল—

(a) ILO.

(b) UNESCO.

(c) UNICEF.

(d) IFU.

উত্তৰঃ (c) UNICEF.

15. নিৰাপত্তা পৰিষদ হ’ল—

(a) আন্তর্জাতিক মুদ্ৰা নিধিৰ এটা গুৰুত্বপূৰ্ণ অংগ।

(b) ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ।

(c) বিশ্ব বাণিজ্য সংস্থাৰ এটা গুৰুত্বপূৰ্ণ অংগ।

(d) আন্তর্জাতিক ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ অংগ। 

উত্তৰঃ (b) ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top