Class 10 Social Science MCQ Chapter 12 মুদ্ৰা আৰু বেংক ব্যৱস্থা

Class 10 Social Science MCQ Chapter 12 মুদ্ৰা আৰু বেংক ব্যৱস্থা, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 12 মুদ্ৰা আৰু বেংক ব্যৱস্থা Question Answer can be of great value to excel in the examination.

SEBA Class 10 Social Science MCQ Chapter 12 মুদ্ৰা আৰু বেংক ব্যৱস্থা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Table of Contents

SEBA Class 10 Social Science MCQ Chapter 12 মুদ্ৰা আৰু বেংক ব্যৱস্থা Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 12 মুদ্ৰা আৰু বেংক ব্যৱস্থা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মুদ্ৰা আৰু বেংক ব্যৱস্থা

Chapter – 12

ৰাজনীতি আৰু অৰ্থনীতি

Multiple Choice Questions & Answers

1. তলত উল্লেখ কৰাবোৰৰ কোনটো কৃষি উন্নয়ন বেংক?

(a) NABARD.

(b) SBI.

(c) RBI.

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(d) IDBI.

উত্তৰঃ (a) NABARD.

2. তলত উল্লেখ কৰা মুদ্ৰাৰ প্ৰকাৰৰ ভিতৰত অবিহিত মুদ্ৰাটো হ’ল— 

(a) কাগজী মুদ্রা।

(b) ধনাদেশ মুদ্রা।

(c) ধাতু মুদ্রা।

(d) আদেশ মুদ্রা। 

উত্তৰঃ (b) আদেশ মুদ্ৰা।

3. ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ’ল—

(a) ভাৰতীয় ষ্টেট বেংক।

(b) ভাৰতীয় ইউনিয়ন বেংক।

(c) ভাৰতৰ ৰিজাৰ্ভ বেংক।

(d) ভাৰতীয় ইউনাইটেড বেংক।

উত্তৰঃ (c) ভাৰতৰ ৰিজাৰ্ভ বেংক।

4. ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা—

(a) কেন্দ্রীয় বেংক।

(b) সমবায় বেংক।

(c) বাণিজ্যিক বেংক। 

(d) কৃষি উন্নয়ন বেংক।

উত্তৰঃ (c) বাণিজ্যিক বেংক।

5.‌ ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল— 

(a) ১৯২৮ চনত। 

(b) ১৯৪৫ চনত।

(c) ১৯৩৫ চনত।

(d) ১৯৪৭ চনত।

উত্তৰঃ (c) ১৯৩৫ চনত।

6. ঔদ্যোগিক উন্নয়ন (IDBI) বেংক স্থাপন হৈছিল — 

(a) ১৯৪৬ চনত।

(b) ১৮৬৪ চনত।

(c) ১৮৪৬ চনত।

(d) ১৯৬৪ চনত।

উত্তৰঃ (d) ১৯৬৪ চনত।

7. NABARD স্থাপন কৰা হৈছিল—

(a) ১৯৬২ চনত।

(b) ১৯৬৬ চনত।

(c) ১৯৭২ চনত।

(d) ১৯৮২ চনত।

উত্তৰঃ (d) ১৯৮২ চনত।

8. SIDBI ৰ মুখ্য কার্যালয়—

(a) লক্ষ্ণৌত।

(b) দিল্লীত।

(c) কলিকতাত।

(d) ৰাজস্থানত।

উত্তৰঃ (a) লক্ষ্ণৌত। 

9. ১৭৭০ চনত ভাৰতত প্ৰথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল?

(a) ভাৰতীয় ৰিজাৰ্ভ বেংক।

(b) বেংক অব হিন্দুস্থান।

(c) ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক।

(d) ভাৰতীয় ক্ষুদ্র উদ্যোগ বিকাশ বেংক।

উত্তৰঃ (b) বেংক অব হিন্দুস্থান।

10. মুদ্ৰাৰ প্ৰধান কার্য—

(a) 10.

(b) 5.

(c) 4. 

(d) 3.

উত্তৰঃ (c) 4.

11. বহল অৰ্থত মুদ্রা কেই প্ৰকাৰৰ- 

(a) 2.

(b) 4.

(c) 5.

(d) 6.

 উত্তৰঃ (a) 2.

12. চেক এবিধ — 

(a) কাগজী মুদ্রা।

(b) প্রতীক মুদ্রা।

(c) বিহিত মুদ্রা।

(d) অবিহিত মুদ্রা।

উত্তৰঃ (d) অবিহিত মুদ্ৰা।

13. ভাৰতবৰ্ষৰ মান মুদ্ৰা হ’ল— 

(a) টকা।

(b) ডলাৰ।

(c) পাউণ্ড।

(d) য়েন।

উত্তৰঃ (a)

14. বেংক অব ভেনিচ স্থাপন হৈছিল—

(a) ইটালীত।

(b) ৰোমত।

(c) ফ্ৰান্সত।

(d) ৰাছিয়াত।

উত্তৰঃ (a) ইটালীত।

15. গুৱাহাটী স্থাপিত হৈছিল—

(a) ১৯২০ চনত।

(b) ১৯২৬ চনত।

(c) ১৯৩০ চনত। 

(d) ১৯৩২ চনত।

উত্তৰঃ (b) ১৯২৬ চনত।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top