Class 10 Social Science MCQ Chapter 13 অৰ্থনৈতিক উন্নয়ন, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 13 অৰ্থনৈতিক উন্নয়ন Question Answer can be of great value to excel in the examination.
SEBA Class 10 Social Science MCQ Chapter 13 অৰ্থনৈতিক উন্নয়ন
SEBA Class 10 Social Science MCQ Chapter 13 অৰ্থনৈতিক উন্নয়ন Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 13 অৰ্থনৈতিক উন্নয়ন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
অৰ্থনৈতিক উন্নয়ন
Chapter – 13
ৰাজনীতি আৰু অৰ্থনীতি
Multiple Choice Questions & Answers
1. উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি হ’ল—
(a) অর্থনৈতিক বিকাশ।
(b) বিশ্বায়ন।
(c) অর্থনৈতিক উন্নয়ন।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) বিশ্বায়ন।
2. সেউজ বিপ্লৱৰ সূচনা হয় —
(a) ৬০ দশকৰ মাজত।
(b) ৭০ দশকৰ মাজত।
(c) ৫০ দশকৰ মাজত।
(d) ৮০ দশকৰ মাজত।
উত্তৰঃ (a) ৬০ দশকৰ মাজত।
3. ভাৰত চৰকাৰে দেশৰ অৰ্থনৈতিক সংস্কাৰ নীতি গ্ৰহণ কৰে—
(a) ১৯৯১ চনত।
(b) ১৯৯৫ চনত।
(c) ১৯৯২ চনত।
(d) ১৯৯৬ চনত।
উত্তৰঃ (a) ১৯৯১ চনত।
4. UNDP ৰ অন্তৰ্গত প্ৰথমখন মানৰ উন্নয়ন প্রতিবেদন প্রকাশ হৈছিল —
(a) ১৯০০ চনত।
(b) ১৯৯০ চনত।
(c) ১৯৮৫ চনত।
(d) ১৯৯৫ চনত।
উত্তৰঃ (b) ১৯৯০ চনত।
5. এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ বা সামগ্ৰীৰ মুদ্রাগত মূল্যই হ’ল—
(a) জাতীয় আয়।
(b) ব্যক্তিগত আয়।
(c) জনমুৰি আয়।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) জাতীয় আয়।
6. তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয়—
(a) প্রত্যাশিত আয়ুস।
(b) শিক্ষা।
(c) জীৱন যাত্ৰাৰ মান।
(d) জনমুৰি আয়।
উত্তৰঃ (d) জনমূৰি আয়।
7. NITI আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল—
(a) দিল্লীত।
(b) কলিকতাত।
(c) লক্ষ্মৌত।
(d) মুম্বাইত।
উত্তৰঃ (a) দিল্লীত।
8. NITI আয়োগ গঠন কৰা বুলি ঘোষণা কৰা হয়—
(a) ২০১৫ চনৰ ৩১ ডিচেম্বৰত।
(b) ২০১৪ চনৰ ৩১ জানুৱাৰীত।
(c) ২০১৫ চনৰ ১ জানুৱাৰীত।
(d) ২০১৫ চনৰ ৩১ মাৰ্চত।
উত্তৰঃ (c) ২০১৫ চনৰ ১ জানুৱাৰীত।
9. NITI আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়-
(a) ৪ ফেব্ৰুৱাৰী, ২০১৫ চনত।
(b) ৮ ফেব্ৰুৱাৰী, ২০১৫ চনত।
(c) ৮ ফেব্ৰুৱাৰী, ২০১৪ চনত।
(d) ৪ ফেব্ৰুৱাৰী, ২০১৪ চনত।
উত্তৰঃ (b) ৮ ফেব্ৰুৱাৰী, ২০১৫ চনত।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.


