Class 10 Social Science MCQ Chapter 9 অসমৰ ভূগোল, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 9 অসমৰ ভূগোল Question Answer can be of great value to excel in the examination.
SEBA Class 10 Social Science MCQ Chapter 9 অসমৰ ভূগোল
SEBA Class 10 Social Science MCQ Chapter 9 অসমৰ ভূগোল Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 9 অসমৰ ভূগোল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
অসমৰ ভূগোল
Chapter – 9
ভূগোল
Multiple Choice Questions & Answers
1. অসমৰ আটাইতকৈ জনবহুল নগৰ—
(a) ধুবুৰী।
(b) ডিব্ৰুগড়।
(c) গুৱাহাটী।
(d) শিলচৰ।
উত্তৰঃ (c) গুৱাহাটী।
2. ২০১১ চনত অসমত জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত—
(a) ১৯৮ জন।
(b) ২৮৮ জন।
(c) ৩০৮ জন।
(d) ৩৯৮ জন।
উত্তৰঃ (d) ৩৯৮ জন।
3. ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা—
(a) ধুবুৰী।
(b) নগাঁও।
(c) কামৰূপ।
(d) বঙাইগাঁৱত।
উত্তৰঃ (b) নগাঁও।
4. ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা—
(a) কার্বি আংলং।
(b) ডিমা হাছাও।
(c) হাইলাকান্দি।
(d) ধেমাজি।
উত্তৰঃ (b) ডিমা হাছাও।
5. জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ’ল—
(a) বড়ো।
(b) কাৰ্বি।
(c) ৰাভা।
(d) মিছিং।
উত্তৰঃ (d) মিছিং।
6. জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো হৈছে—
(a) বড়ো।
(b) মিছিং।
(c) ৰাভা।
(d) কাৰ্বি।
উত্তৰঃ (a) বড়ো।
7. ব্ৰহ্মপুত্ৰৰ নব্য জলপথটোৰ দৈৰ্ঘ্য—
(a) ৮৭১ কি.মি.।
(b) ৮৯৫ কি.মি.।
(c) ৮৯১ কি.মি.।
(d) ৮৯০ কি.মি.।
উত্তৰঃ (b) ৮৯৫ কি.মি.।
8. বৰাকৰ নব্য জলপথটোৰ দৈৰ্ঘ্য—
(a) ২৭১ কি.মি.।
(b) ১২১ কি.মি.।
(c) ২৬১ কি.মি.।
(d) ১৫৫ কি.মি.।
উত্তৰঃ (b) ১২১ কি.মি.।
9. অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালি থকা জিলাখন হ’ল—
(a) কামৰূপ।
(b) শিৱসাগৰ।
(c) নগাঁও।
(d) কার্বি আংলং।
উত্তৰঃ (d) কার্বি আংলং।
10. অসমৰ চূণশিল থকা ঠাই খন হ’ল—
(a) ডিলাই পাহাৰ।
(b) ধুবুৰী।
(c) বোকাজান।
(d) নামৰূপ।
উত্তৰঃ (a) ডিলাই পাহাৰ।
11. অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা যায়—
(a) নামেৰি উদ্যানত।
(b) মানাহ উদ্যানত।
(c) কাজিৰঙা উদ্যানত।
(d) ডিব্ৰু-ছৈখোৱা উদ্যানত।
উত্তৰঃ (d)ডিব্ৰু-ছৈখোৱা উদ্যানত।
12. অসম ৰাজ্যখন পশ্চিম দিশত কিমান কিল’মিটাৰ পশ্চিম বংগৰ সৈতে ভৰত ভূ-খণ্ডৰ লগত সংলগ্ন হৈ আছে—
(a) ৫০ কিল’মিটাৰ।
(b) ৪০ কিল’মিটাৰ।
(c) ৭০ কিল’মিটাৰ।
(d) ৫৫ কিল’মিটাৰ।
উত্তৰঃ (a) ৫০ কিল’মিটাৰ।
13. ২০০১ চনৰ তথ্যমতে অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে—
(a) ৮৮%
(b) ৮৭%
(c) ৮১%
(d) ৮৩%
উত্তৰঃ (b) ৮৭%
14. ২০১১ চনৰ তথ্য মতে অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে—
(a) ৮১.৯০
(b) ৮২.৯০
(c) ৮৫.৯০
(d) ৮৪.৯০
উত্তৰঃ (c) ৮৫.৯০
15. ২০১১ চনৰ তথ্যমতে অসমৰ প্ৰথম শ্ৰেণীৰ নগৰৰ সংখ্যা—
(a) ৬
(b) ৫
(c) ৪
(d) ৭
উত্তৰঃ (d) ৭

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



