Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ

Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ is the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ.

Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

প্রশ্ন ১২৬:- শিক্ষার্থীক অভিৰোচিত কৰাৰ উপায় হ’ল―

(ক) ভৱিষ্যৎ জীৱনৰ আশাপ্রদ ছবি এখন দাঙি ধৰা।

(খ) মহান ব্যক্তিৰ উদাহৰণ দিয়া।

(গ) পুৰস্কাৰ আৰু শাস্তিৰ যথোচিত প্ৰয়োগ কৰা।

(ঘ) আটাইকেইটা শুদ্ধ।

উত্তৰ : (ঘ) আটাইকেইটা শুদ্ধ।

প্রশ্ন ১২৭:- কেতিয়াবা এটা বিষয়ত অৰ্জন কৰা জ্ঞান-অভিজ্ঞাতাই আন এটা কাম কৰাত বাধাৰ সৃষ্টি কৰে। ইয়াক কোৱা হয়—

(ক) স্থানান্তৰকৰণ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(খ) ধনাত্মক স্থানান্তৰ। 

(গ) নেতিবাচক স্থানান্তৰ। 

(ঘ) শূন্য স্থানাস্তৰ।

উত্তৰ : (গ) নেতিবাচক স্থানান্তৰ।

প্রশ্ন ১২৮:- শিক্ষণীয় বিষয় শিক্ষাৰ্থীৰ ব্যৱহাৰিক জীৱনৰ প্ৰতি যিমানেই অৰ্থপূৰ্ণ আৰু উদ্দেশ্যধৰ্মী হয়, অভিজ্ঞতাৰ স্থানান্তৰকৰণো সিমানেই–

(ক) উদ্দেশ্যবিহীন হয়।

(খ) নিষ্ফল হয়।

(গ) ফলপ্রসু হয়।

(ঘ) কামত নাহে।

উত্তৰ : (গ) ফলপ্ৰসূ হয়।

প্রশ্ন ১২৯:- সন্তুষ্টি বা অসন্তুষ্টিৰ নীতি বোলা হয়—

(ক) ফলাফল নীতিক।

(খ) প্রস্তুতিৰ নীতিক।

(গ) অনুশীলন নীতিক।

(ঘ) ব্যৱহাৰিক নীতিক।

উত্তৰ : (ক) ফলাফল নীতিক।

প্রশ্ন ১৩০:- শিক্ষণৰ তিনিটা মুখ্য নীতিৰ উপৰিও খনডাইকে গৌণনীতিৰ কথা উল্লেখ কৰিছিল–

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰ : (ঘ) পাঁচটা।

1 thought on “Assam TET MCQ Process Of Learning – শিক্ষণ প্রক্রিয়া প্ৰশ্নোত্তৰ”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top